Home / সভা-সমিতি (page 10)

সভা-সমিতি

ডেৰকুৰি কবিৰ কবিতাৰে মুখৰিত মাৰ্ঘেৰিটা, বৰ্ণালী গগৈৰ কবিতা সংকলন মোৰ বুকুৰ নীলা চৰাই উন্মোচন

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ নৱগঠিত মহিলাৰ এটি অগ্ৰণী অনুষ্ঠান পাটকাই কবি চক্ৰৰ উদ্যোগত আজি মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাকক্ষত এটি মনোগ্ৰাহী কাব্যানুষ্ঠান অনুষ্ঠিত হৈ যায়। বিশিষ্ট সাহিত্যিক,কবি ডঃ ৰঞ্জিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত কবিতা অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ...

Read More »

বৰহাটত শংকৰদেৱ নিকেতনত বিধায়কৰ চেক বিতৰণ

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ে আজি চৰাইদেউ জিলাৰ বৰহাট, বৰপাত্ৰ, সাপেখাতী শংকৰদেৱ শিশু নিকেতনক বিধায়কৰ আছুতীয়া পুঁজিৰ দহ লাখ টকাৰ প্ৰথম কৃষ্টিৰ ছয় লাখ টকাকৈ চেক বিতৰণ কৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত ...

Read More »

নগাঁওৰ বৰিবজাৰত ৩১ মাৰ্চৰপৰা সদৌ অসম কেওট জাতীয় পৰিষদৰ অধিবেশন

উজনি মাজুলীৰপৰা প্ৰাঞ্জল খাউণ্ড,প্ৰথম খবৰ: সমগ্ৰ অসমত বসবাস কৰা খিলঞ্জীয়া ভুমিপুত্ৰ কেওট সম্প্ৰদায়ৰ ঐক্যবদ্ধ সংগঠন সদৌ অসম কেওট জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক ৰাজ্যিক অধিবেশন খন এইবাৰ নগাও জিলাৰ বৰিবজাৰৰ ৰাইদঙীয়াত অহা ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত অনুষ্ঠিত হ’ব। পৰিষদৰ নগাঁও ...

Read More »

নলবাৰীৰ চান্দকুছিত গীতা মন্দিৰ গোবিন্দ আশ্ৰমৰ সভাগৃহ শুভ উদ্বোধন 

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ চান্দকুছিত ২০১৪-১৫ বৰ্ষৰ স্থানীয় সাংসদ ৰমেন ডেকাৰ সাংসদ পূজিৰ ২ লাখ টকাৰে নিৰ্মাণ কৰা শ্ৰীশ্ৰী গীতা মন্দিৰ গোবিন্দ অাশ্ৰমৰ সভা গৃহৰ অাজি শুভ উদ্বোধন কৰা হয়। উক্ত সভাগৃহটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাই। ...

Read More »

জীৱন কৌশল সম্পৰ্কে হাটশিঙিমাৰী মহাবিদ্যালয়ত এনএছএছৰ আলোচনা চক্ৰ

প্ৰথম খবৰ,হাটশিঙিমাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হাটশিঙিমাৰী মহাবিদ্যালয়ত বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে এনএছএছৰ উদ্ধোগত ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ কৌশল সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এনএছএছৰ কাৰ্যনিৰ্বাহক বিষয়া আব্দুল কৰিম শেষৰ নেতৃত্বত বুধবাৰৰ দিনৰ ...

Read More »

বালিপোতাৰ শ্ৰীশ্ৰী কামাখ্যা মঠ দেৱালয়ত শ্ৰীশ্ৰী বিষ্ণু যজ্ঞ উদযাপন

প্ৰথম খবৰ, দেওমৰনৈ: বিগত কেইবছৰকেইটিৰ দৰে এইবেলিও দৰং জিলাৰ বালিপোতাত অৱস্থিত ঐতিহ্যমণ্ডিত কামাখ্যা মঠ দেৱালয়ত ২৭ মাৰ্চ যোৱা কালিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী বিষ্ণু যজ্ঞ উদযাপন হয়।বৃহত্তৰ বালিপোতা আঞ্চলিক ৰাইজে ২০০৩ চনৰ পৰা শ্ৰীশ্ৰী কামাখ্যা মঠ দেৱালয়ত প্ৰাংগনত অনুষ্ঠিত কৰি ...

Read More »

নলবাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস সম্পন্ন

প্ৰথম খবৰ ,নলবাৰী: অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগত আজি আৰ্য ভট্ব বিজ্ঞান কেন্দ্ৰৰ নলবাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস অনষ্ঠিত হৈ যায়। নলবাৰীৰ চণ্ডী মেধি বালিকা বিদ্যাপীঠত পুৱা ১০.৩০ বজাত অনুষ্ঠান উদ্বোধন কৰে মুকালমুৱা মহকুমাধিপতি ৰক্তিম বৰুৱাই। ইয়াৰ পিছত প্ৰতিযোগি সকলৰ ...

Read More »

টিহুৰ পূব নামবৰভাগ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ, আৰক্ষী থানাত গোচৰ ৰুজু

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: নলবাৰী জিলাৰ টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৬নং পূব নামবৰভাগ গাঁও পঞ্চায়তৰ দহ গৰাকী সদস্যই চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ ধনৰ লগতে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি পঞ্চায়তখনৰ সচিবৰ বিৰুদ্ধে টিহু আৰক্ষী থানাত এক গোচৰ দিয়া ...

Read More »

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত স্বচ্চ ভাৰত মিছন অভিযানৰ সজাগতা সভা

প্ৰথম খবৰ,বৰহাটঃচৰাইদেউ জিলা প্ৰশাসন তথা চাহ আৰু প্ৰাক্তন চাহ শ্ৰমিক উন্নয়ন সন্থাৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ বৰপাত্ৰ চাহ বাগিচা,বৰহাট চাহ বাগিচা,ভূঞাখাত চাহ বাগিচা,বৰাছালি আৰু নগাহাট চাহ বাগিচাত স্বচ্চ ভাৰত মিছন অভিযানৰ অধীনত সজাগতা সভা অনুষ্ঠিত হয়। সভাত যোৰহাট লোকসভাৰ সাংসদ ...

Read More »

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত স্বচ্চ ভাৰত মিছন অভিযানৰ সজাগতা সভা

প্ৰথম খবৰ,বৰহাটঃ চৰাইদেউ জিলা প্ৰশাসন তথা চাহ আৰু প্ৰাক্তন চাহ শ্ৰমিক উন্নয়ন সন্থাৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ বৰপাত্ৰ চাহ বাগিচা, বৰহাট চাহ বাগিচা, ভূঞাখাত চাহ বাগিচা, বৰাছালি আৰু নগাহাট চাহ বাগিচাত স্বচ্চ ভাৰত মিছন অভিযানৰ অধীনত সজাগতা সভা অনুষ্ঠিত হয়। ...

Read More »