মাটিয়াত বিজেপিৰ প্ৰতিষ্ঠা দিৱস
মাটিয়াৰপৰা কন্দৰ্প নাথ, প্ৰথম খবৰ: বিভিন্ন প্ৰান্তৰ দৰে মাটিয়াতো শুকুৰবাৰে বিজেপিৰ প্ৰতিষ্ঠা দিৱস পালন কৰে। বিজেপি মাটিয়া মণ্ডল সমিতিৰ উদ্যোগত মাটিয়াস্থিত অস্থায়ী কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী মতে, পুৱা ১০বজাত ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিজেপি ...
Read More »