শেহতীয়া
Home / সভা-সমিতি (page 20)

সভা-সমিতি

বেছিমাৰীত আমছুৰ শাখা সমিতি গঠন

প্ৰথম খবৰ, দলগাঁও: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বেছিমাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি বিদ্যালয় শাখা সমিতি গঠন কৰা হয়। উক্ত শাখা সমিতিখনত বাহাৰুল ইছলামক সভাপতি, ফৰিদা বেগম আৰু বাহাৰুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ ...

Read More »

দেওমৰনৈত দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত দুৰ্যোগ প্ৰশমনৰ সজাগতা সভা

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰঃ দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত দেওমৰনৈ গাঁও পঞ্চায়তৰ সৌজন্যত ভাগৰথী একাডেমিৰ সহযোত দেওমৰনৈ ভাগৰথী একাডেমি মহাবিদ্যালয়ৰ প্ৰাঙ্গণত আজি দুৰ্যোগ প্ৰশমনৰ সজাগতা সভা অনুষ্ঠিত হয়। ভাগৰথী একাডেমিৰ ছাত্র-ছাত্রী সকলৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ...

Read More »

নলবাৰীত সজাগতা সভা

প্ৰথম খবৰ, বৰভাগঃ নলবাৰী জিলাৰ নাট্য মন্দিৰত বেংকিং লোকপাল আঁচনি ২০০৬ৰ ওপৰত সজাগতা সভা এখনি অনুষ্ঠিত হয় ৷ বিভিন্ন শ্ৰেণীৰ বেংক গ্ৰাহক আৰু নলবাৰীত অৱস্থিত ২০টাকৈ বাণিজ্যিক বেংকৰ শাখা প্ৰৱন্ধক আৰু নটাৰী বিষয়ায়ে অংশগ্ৰহণ কৰে৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ উদ্যোগত ...

Read More »

সোণাপুৰত বিশাল জনজাগৰণ সভা

সোণাপুৰৰ পৰা দীপক ডেকা, প্ৰথম খবৰ: সোণাপুৰ বিশাল জনজাগৰণ সভা কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ। প্ৰাগজ্যোতিপুৰ জিলা কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ উদ্যোগত আৰু মহিলা সন্মিলনীৰ সহযোগত সোণাপুৰৰ ট্ৰাইচেম ভৱনত বিশাল জনজাগৰণ সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে বিশিষ্ট চিত্ৰনাট্যকাৰ ও ...

Read More »

হাফলুটিঙত জৰুৰীকালীন ব্যৱস্থাপনা সভা

প্ৰথম খবৰ, আমগুৰি: আমগুৰিৰ হাফলুটিঙত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত এখন জৰুৰীকালীল ব্যৱস্থাপনা সভা অনুষ্ঠিত হয়। হাফলুটিং হাইস্কুলৰ প্ৰধান শিক্ষক বিদ্যধৰ নাথে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে শ্ৰীমন্ত দত্তই। এই সভাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা ...

Read More »

জাঁজীত অসম উচ্চ সংস্কৃত বিদ্যালয় অধ্যাপক সন্মেলনৰ বিশেষ সভা আহ্বান

জাঁজীৰ পৰা  ধ্রুৱজ্যোতি ভট্টাচাৰ্য, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ একমাত্ৰ সংস্কৃত শিক্ষা কেন্দ্ৰ জাঁজী জামুগুৰি সংস্কৃত টোলত অহা ১৮ চেপ্টেম্বৰত অসম উচ্চ সংস্কৃত বিদ্যালয় অধ্যাপক সন্মেলনৰ এখন বিশেষ সভা অনুষ্ঠিত হ’ব। এই সভাত অসম সংস্কৃত ব’ৰ্ডক সংস্কৃত মহাবিদ্যালয়ৰ অধীনলৈ হস্তান্তৰ কৰাকে ধৰি ...

Read More »

আপকুৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: অসমৰ সাংবাদিকৰ সংগ্ৰামী মঞ্চ আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী সমাৰোহৰ বিশেষ অনুষ্ঠান “ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব৷ আপকুৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ...

Read More »

ঢকুৱাখনাত প্ৰতিনিধিমূলক সভা

ঢকুৱাখনা পৰা পাপু বৰুৱা, প্ৰথম খবৰ: আজি ঢকুৱাখনা প্ৰেছ গীল্ডৰ কাৰ্যলয়ত অন্ধবিশ্বাস দূৰ কৰা ডাইনী হত্যা ৰোধ কৰা, যুৱ উচ্ছৃংখলতা , নিচাযুক্ত দ্ৰব্য সেৱন, যান-বাহন আইন উলংঘন, কম বয়সত বিবাহ সম্পন্ন, ইণ্টাৰনেটৰ অপপ্ৰয়োগ আদি সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ প্ৰতিনিধিমূলক সভা অনুষ্ঠিত ...

Read More »

দুধনৈত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ অধীনত কৃষকৰ সৈতে আলোচনা-চক্ৰ আৰু মত-বিনিময়

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগবতী, প্ৰথম খবৰ: কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আত্মা) গোৱালপাৰা ,কুশধোৱা উন্নয়ন খণ্ডৰ অধীনত যোৱাকালি দুধনৈৰ সমীপৱৰ্তী খাৰা মেধীপাৰা গাঁৱত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অঞ্চলৰ পৰা অহা কৃষক ৰাইজৰ সৈতে কৃষি সম্পৰ্কীয় আলোচনা চক্ৰ, মত বিনিময়, আৰু প্ৰশিক্ষণ ...

Read More »

দৈপামত গুণোৎসৱ সভা

প্ৰথম খবৰ, দলগাঁও: ৰাজ্যৰ শিক্ষা খণ্ডত আমোল পৰিৱৰ্তনৰ উদ্দেশ্যে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমূহৰ শৈক্ষিক মানদণ্ড নিৰূপণ কৰিবলৈ প্ৰতিখন জিলাতেই পৰ্যায়ক্ৰমে শিক্ষা বিভাগে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। অহা নৱেম্বৰ মাহত দৰং জিলাৰ অন্তৰ্গত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমূহত ...

Read More »