শেহতীয়া
Home / সভা-সমিতি (page 21)

সভা-সমিতি

আব্দুল ৰফিক সোঁৱৰণি সদৌ অসম গ্ৰাম্য সাংবাদিকতা প্ৰদান অনুষ্ঠান আয়োজন

প্ৰথম খবৰ, বৰহাট: আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ (আপ্ কু) চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বিশিষ্ট সাংবাদিক আব্দুল ৰফিকৰ স্মৃতি সজীৱ কৰি তোলাৰ উদ্দেশ্যে অহা ৪ নবেম্বৰত অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখাৰ সভাকক্ষত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আব্দুল ৰফিক সোঁৱৰণি সদৌ অসম গ্ৰাম্য সাংবাদিকতা ...

Read More »

মৰঙি মহাবিদ্যালয়ত আছুৰ ছয় প্ৰাৰ্থীৰ জয়

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান মৰঙি মহাবিদ্যালয়ত আজি ছাত্র একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। ফলাফলত শত বছৰ গৰকা ছাত্ৰ সংগঠন আছু সমৰ্থিত ৬ গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদত আটাছু সমৰ্থিত ...

Read More »

ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

ওৰাঙৰ পৰা গোপাল নাথ, প্ৰথম খবৰ: ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনখন আজি অনুষ্ঠিত হয়। সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী যতীন্দ্ৰ মোহন পালে তেওৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী অনংগ মোহন দাসক ১৬৩ টা ভোটত পৰাস্থ কৰি বিজয় সাব্যস্ত কৰে। বিজয়ী প্ৰাৰ্থী ...

Read More »

উদযাপনৰ ৪৮ বৰ্ষপূৰ্তিৰে চতিয়া নাট্য সমাজৰ উদ্যোগত নৱতম্ সংস্কৰণৰ ষষ্ঠ বৰ্ষৰ বাবে অহা ১৪,১৫ অক্টোবৰ’২০১৭-ত চতিয়াত অনুষ্ঠিত হ’ব সদৌ অসম বিষ্ণু ৰাভা সোঁৱৰণি একাংক নাট প্ৰতিযোগিতা 

চতিয়াৰ পৰা সৌৰভ হাজৰিকা, প্ৰথম খবৰ: সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বৰ্ষ ১৯৬৯ চনতে জনতাৰ নায়ক জনলৈ শ্ৰদ্ধাঞ্জলি নিবেদনৰে চতিয়াবাসীয়ে আৰম্ভ কৰিছিল সদৌ অসম বিষ্ণু ৰাভা সোঁৱৰণি একাংক নাট প্ৰতিযোগিতা। চতিয়াৰ নাট্য আন্দোলনত এই প্ৰতিযোগিতা খনিয়ে এক জোৱাৰ সৃষ্টি কৰিছিল। সাগৰমুখী ...

Read More »

 দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত ভাৰত ত্যাগ আন্দোলনৰ ৭৫ বৰ্ষীয় অনুষ্ঠান পালন

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: আজি দৰং জিলাৰ প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত ভাৰত ত্যাগ আন্দোলনৰ ৭৫ বৰ্ষীয় অনুষ্ঠান ৰূপায়ন কৰে। অনুষ্ঠানটিত বন্তি প্রজ্বলনেৰে শুভাৰম্ভণি কৰে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভুপেশ চন্দ্ৰ দাসে। বন্তি প্রজ্বলনৰ পিছতে কেন্দ্ৰটিত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ...

Read More »

শিৱসাগৰ প্ৰেছ ক্লাৱত বিহু সুৰক্ষা সমিতি বিশেষ সভা সম্পন্ন

শিৱসাগৰ পৰা অপূৰ্ব ভূঞা অাৰু প্ৰান্তিক শৰ্মা, প্ৰথম খবৰ: বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতি সাংগঠনিক, সাংস্কৃতিক অাৰু উৎপাদনীয় দিশত এখন বিশেষ সভা শিৱসাগৰ প্ৰেছ ক্লাৱত সম্পন্ন হৈ যায়। বিহু সুৰক্ষা সমিতি অসমৰ কাৰ্যকৰী সভাপতি হেম গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ...

Read More »