শেহতীয়া
Home / সভা-সমিতি (page 3)

সভা-সমিতি

বিহালীৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণি সভা 

প্ৰথম খবৰ,বিহালী :- আজি বিহালীৰ অন্যতম পুৰণি বিদ্যালয় লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বটাঁ বিতৰণি সভাখনি অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে স্থানীয় সমাজকৰ্মী তথা প্ৰাক্তন ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰাপ্ত মহিধৰ বৰাই, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ...

Read More »

ঘিলামৰা ব্লক কংগ্ৰেছৰ বৰ্ষামুখ মণ্ডল কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ৰাজ্যত হ’ব লগা আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলে সাংগঠনিক তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে। ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা ব্লক কংগ্ৰেছে বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি সংগঠনিক ভেঁটি শক্তিশালী কৰাৰ অগ্ৰসৰ হৈছে। ঘিলামৰা ব্লক কংগ্ৰেছৰ বৰ্ষামুখ ...

Read More »

দৰঙৰ ৰঙামাটিত ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ সতৰ্কতা সভা

 মংগলদৈ/দেওমৰনৈৰপৰা  নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ:  দৰং জিলাৰ ৰঙামাটি গাওঁপঞ্চায়ত আজি দৰঙৰ মংগলদৈ ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ শাখা প্ৰৱন্ধক শ্ৰী ধীৰাজ বৰুৱাৰ নেতৃত্বত সতৰ্কতা সভা অনুষ্ঠিত হয়। সমগ্ৰ ভাৰতবৰ্ষতে ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ শাখাসমূহৰ সৌজন্যত গাওঁ পঞ্চায়তসমূহত অনুষ্ঠিত হৈ আছে সতৰ্কতা সভা। ...

Read More »

৫ নৱেম্বৰত চিলাপথাৰ আছুৰ ছহিদ বেদী বাকৰিত ‘সোঁৱৰণী তোমাৰ ৰাঙলী জীৱনৰ’ শীৰ্ষক অনুষ্ঠান

প্ৰথম খবৰ, চিচিবৰগাঁও: চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ছহিদ বেদী বাকৰিত অহা ৫ নৱেম্বৰত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰা হ’ব ‘সোঁৱৰণী তোমাৰ ৰাঙলী জীৱনৰ’ শীৰ্ষক অনুষ্ঠান। ধেমাজিৰ শিল্পী তথা ধেমাজি মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ বনজিত ভট্ৰৰ ...

Read More »

অসম সাহিত্য সভাৰ সজাগতা সভা সম্পন্ন

ফিল’বাৰীৰপৰা সুৰজিৎ বড়া, প্ৰথম খবৰ: কালি পেঙেৰীৰ ইনথেম মধ্য ইংৰাজী বিদ্যালয়ত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ আদৰণি সমিতিৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। পেঙেৰী শাখা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁ‌ত ধৰে বুঢ়ীদিহিং ...

Read More »

দিখৌমুখত চাৰিগৰাকী শিক্ষকৰ অৱসৰ গ্ৰহণ, বিদায় সম্বৰ্ধনা জ্ঞাপন

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, দিখৌমুখ: শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডৰ অধীনস্থ দিখৌমুখ আজি একেটা দিনতে চাৰি গৰাকীকৈ শিক্ষকে অৱসৰ গ্ৰহণ কৰে৷ এই শিক্ষক কেইগৰাকী হৈছে ১০৩৪ নং ভৰলুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেশ ভৰালী, ৫৮ নং আলিমূৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ...

Read More »

মৈৰাবাৰীত এন আৰ চিৰ সজাগতা সভা

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম, প্ৰথম খবৰ: মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি বিয়লি ২বজাত মৈৰাবাৰী দাৰুল ঊলুম মাদ্ৰাছা প্ৰাংগনত এন আৰ চিৰ এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। মৈৰাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আ:আলীয়ে সভাপতিত্ব কৰা সজাগতা সভাটোত উপস্থিত থাকে জিলা উপায়ুক্ত হেমেন ...

Read More »

ভাৰতীয় মজদুৰ সংঘৰ ডিগবৈ আঞ্চলিক সমিতি গঠন

ডিগবৈ পৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: ভাৰতীয় মজদুৰ সংঘৰ ডিগবৈ আঞ্চলিক সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন সভা ডিগবৈ কেন্দীয় নামঘৰ প্ৰেক্ষাগৃহত ভাৰতীয় মজদুৰ সংঘৰ তিনিচুকীয়া জিলাৰ উপদেষ্টা প্ৰশান্ত শইকীয়াৰ সভাপত্বিত অনুষ্ঠিত হৈ যায়। সভাত ভাৰতীয় মজদুৰ সংঘৰ ৰাজ্যিক সম্পাদক লিক্সন ৰাজখোৱা,উপসভাপতি ...

Read More »

বিশ্বনাথত আছাৰ সজাগতা সভা, সমিতি গঠন

বিশ্বনাথ চাৰিআলিৰপৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: বিশ্বনাথ চাৰিআলিৰ জপৌবাৰীত আদিবাসী সকলৰ বিভিন্ন সমস্যাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ আঞ্চলিক সমিতিৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। মাণিক গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ...

Read More »

“সংযুক্ত সাংবাদিক সন্থা,চামগুৰি”ৰ পূৰ্ণাংগ সমিতি গঠন

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ: নগাঁও জিলাৰ বৃহত্তৰ চামগুৰি অঞ্চলৰ ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ গৰিষ্ঠ সংখ্যক সাংবাদিকৰ উপস্থিতিত আজি বিয়লি চামগুৰিত এখন বৰ্দ্ধিত সাধাৰণ সভা অনুষ্ঠিত হৈ যায়৷ চামগুৰি পৰিদৰ্শন ভৱনত এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে চামগুৰিৰ জ্যেষ্ঠ সাংবাদিক ...

Read More »