শেহতীয়া
Home / সভা-সমিতি (page 5)

সভা-সমিতি

কাইলৈ নগাঁৱত বিশ্ব সাধুকথা দিৱসৰ আয়োজন

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ: অসম লেখিকা সংস্থা নগাঁও শাখা আৰু অকণিৰ সাহিত্য সভাৰ উদ্যোগত অসমৰ জ্যেষ্ঠ ৯৬ বছৰীয়া লেখিকা সৌজন্যময়ী ভট্টাচাৰ্য আইতাৰ চোতালত অহা কাইলৈ (২০ মাৰ্চ) বিয়লি দুই বজাৰ পৰা বিশ্ব সাধুকথাৰ দিনৰ আয়োজন কৰিছে৷ বিশ্ব সাধুকথা দিৱসৰ ...

Read More »

বিহালীত মিচন ৰূপজ্যোতি আঁচনিৰ দৌৰ প্ৰতিযোগিতাত সফলতাৰে সম্পন্ন

বিহালীৰপৰা অম্লান কাশ্যপ চাহা, প্ৰথম খবৰ: সোমবাৰে বিহালীৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত মিচন ৰূপজ্যোতি আঁচনিৰ অধীনত এখনি দৌৰ প্ৰতিযোগিতাত সফলতাৰে সম্পন্ন হৈ যায়। প্ৰথমে বিহালী সমষ্টিৰ অন্তৰ্গত লোকপ্ৰিয় হাইস্কুল, জয়মতী হাইস্কুল, বৰগাং হাইস্কুল, বীৰলাচিত হাইস্কুল, ...

Read More »

ৰঙাপৰাত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সন্মিলন সভা, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰঙাপৰা সমষ্টিৰ বালিপাৰা আৰু ৰঙাপৰা মণ্ডলৰ যৌথ উদ্যোগত ফুলবাৰী কমিউনিটি হ’লত “বুথ সন্মিলন” সভা অনুষ্ঠিত হয়। জিলা সভাপতি মৃণাল শ‌ইকীয়াৰ সভাপতিত্ব অনুস্থিত এই সভাত মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত ...

Read More »

গঠন কৰা হ’ল ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱ ২০১৮ৰ উদযাপন সমিতি

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: অসমৰ লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদস্বৰূপ ঢকুৱাখনাৰ বাপতিসাহোন লোক-বসন্ত উৎসৱ ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱ ২০১৮ উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে। চাৰিকড়ীয়া নৈ পাৰৰ ‌অনুপম প্ৰকৃতিৰ কোলাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়-সম্প্ৰীতিৰ মিলনৰ স্থলী ম’হঘূলি চাপৰিত ফাটবিহু উৎসৱ উদযাপনৰ হেতুকে এখনি উদযাপন ...

Read More »

ডিমৌত স্বচ্ছতাৰ সজাগতা সভা

ডিমৌৰপৰা গৌতম হীৰা, প্ৰথম খবৰ: এইবাৰ স্বচ্ছতাৰ বাৰ্তা লৈ বিদ্যালয়ে বিদ্যালয়ে অনুষ্ঠিত হৈছে স্বচ্ছতাৰ সজাগতা সভা। পৰিষ্কাৰ-পৰিচন্নতাই এখন সুন্দৰ সমাজ গঢ় দিয়ে। সেয়ে শিৱসাগৰ জিলাৰ ডিমৌতো ডিমৌ নগৰ সমিতিৰ উদ্যোগত আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত অঞ্চলটোৰ বিদ্যালয়সমূহত স্বচ্ছতা সন্দৰ্ভত সজাগতা ...

Read More »

সোণাৰিত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসৰ উদযাপন সমিতি গঠন

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা বাসীৰ সহযোগত অহা ৩০ এপ্ৰিলত সোণাৰি নগৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু ষষ্ঠ সংখ্যক বঁটা প্ৰদান অনুষ্ঠান ...

Read More »

‘তোমাৰ  ঠিকনা বিচাৰি’ শীৰ্ষক গ্ৰন্থ উন্মোচন

প্ৰথম খবৰ,কৈঠালকুছি: অসম সাহিত্য মঞ্চৰ উদ্যোগত আৰু টিহু মহকুমা ৰিপ’ৰ্টাৰ্ছ এছোচিয়েচনৰ সৌজন্যত আজি নলবাৰী জিলাৰ টিহু ৰাজহুৱা পুথিভঁড়ালত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত “তোমাৰ ঠিকনা বিচাৰি” শিৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰা হয়৷ অসম সাহিত্য মঞ্চৰ সঞ্চালক হীৰেন দাসৰ সম্পাদনাত প্ৰকাশ ...

Read More »

নলবাৰীৰ দোকোহাত পথৰ আধাৰশিলা স্থাপন বিধায়ক নাৰায়ণ ডেকাৰ

প্ৰথম খবৰ, নলবাৰী: আজি নলবাৰীৰ দোকোহাত আৰ আই ডি এফ আঁচনিৰ (নাৱাৰ্ডৰ ২০১৮-১৯)বৰ্ষৰ অধীনত এটা পথৰ আধাৰশিলা স্থাপন কৰা হয়। উল্লেখ্য যে, দোকোহাৰ পৰা কোৱঁৰপূৰলৈ যোৱা পথটোৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক নাৰায়ণ ডেকাই। আধাৰশিলা স্থাপন অনুষ্ঠানত বিজেপি নেতা ...

Read More »

নলবাৰীৰ ৰণাকুছি বিজেপিৰ কিষান মৰ্চাৰ সভা

প্ৰথম খবৰ, নলবাৰী: আজি বিজেপিৰ নলবাৰী জিলা কিষান মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহ সভাখন জিলাখনৰ ৰণাকুছিৰ শ্বহীদ ভৱনত অনুষ্ঠিত হৈ যায়। জিলা কিষান মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ভাষণ ৰাখে স্থানীয় বিধায়ক নাৰায়ণ ডেকা, বিজেপিৰ ৰাজ্যিক নেতা মনোজ বৰুৱা, ...

Read More »

সোণাৰিত ৪২ৰ সেনানী মুক্তিযোদ্ধা মতৰাম হাতীমূৰীয়াৰ ১০২ বছৰীয়া জন্ম দিৱস পালন

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: এশ দুই বছৰত ভৰি দিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামী, মুক্তিযোদ্ধা মতৰাম হাতীমূৰীয়াই। শতায়ু গৰকা চৰাইদেউ জিলাৰ সোণাৰি বাহবৰীয়া গাঁৱৰ মুক্তিযোদ্ধা মতৰাম হাতীমূৰীয়াৰ ১০২ বছৰীয়া জন্মদিনটো চৰাইদেউৰ সামাজিক আৰু সাংস্কৃতিক সংগঠন সমূহৰ যৌথ উদ্যোগত সোণাৰি চাহ কৰ্মচাৰী ...

Read More »