শেহতীয়া
Home / সভা-সমিতি (page 9)

সভা-সমিতি

বাৰেচহৰীয়া ভাওনাৰ ওপৰত তথ্যচিত্ৰ উন্মোচন

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ:জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা বিশ্বদৰবাৰত প্ৰতিষ্ঠাৰ বাবে নতুন প্ৰয়াস। বাৰেচহৰীয়া ভাওনা কেইদিনত এখন তথ্যচিত্ৰ উন্মোচন হোৱা কথা আছিল যদিও বতৰৰ পৰিস্থিতি বেয়া হোৱাৰ বাবে স্থগিত ৰখাৰ পিছত আজি তেজপুৰত এখন তথ্য চিত্ৰ উন্মোচন কৰা হয়। ৰাজীৱ বৰুৱাৰ দ্বাৰা ...

Read More »

নলবাৰীত কৃষকৰ পৰামৰ্শ সভা সম্পন্ন

প্ৰথম খবৰ, নলবাৰী: নলবাৰীৰ সৰিয়হতলিত থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰশিক্ষন গৃহ প্ৰাংগনত “বৈজ্ঞানীক পৰামৰ্শ কমিটি শীৰ্ষক” এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰাসাৰণ সঞ্চালক ডঃ হেমেন চন্দ্ৰ ভট্ৰাচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত পৰ্য্যালোচনা সভাখন নলবাৰী ...

Read More »

পুৰণিগুদাম মিকিৰহাট হাতীৰ গাঁৱত ভাগৱত পাঠৰ অায়োজন

পুৰণিগুদাম দিব্যজ্যোতি ভূঞা,প্ৰথম খবৰ:ভাগৱত শ্ৰৱণ আৰু কীৰ্তনে মানৱ সমাজক দিব পাৰে ভাতৃত্ববোধ, ঐক্য, মিলন, সততা, পৰম শান্তি আৰু সম্প্ৰীতি৷ বিশ্ব শান্তি সম্প্ৰীতিৰ শুভ কামনাৰে মিকিৰহাট হাতীৰগাঁৱৰ সমূহ যুৱকবৃন্দৰ ব্যৱস্থাপনাত পুৰণিগুদাম মিকিৰহাট হাতীৰগাঁৱৰ ৰাজহুৱা মুকলি পথাৰত বিগত পাঁচটি বছৰৰ দৰে এইবাৰো ...

Read More »

দক্ষিণ জাজৰী বগৰিগুড়িত প্ৰাণ পাইছে মহাপুৰুষ দুজনাৰ সৃষ্টি ৰাজীয়ে

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: সমগ্ৰ অসমত যি সময়ত কেওদিশে কেৱল অন্যায়-অবিচাৰ, প্ৰবঞ্চনা তথা অস্থিৰ পৰিবেশৰ ক্ৰমাৎ সূচনা হবলৈ আৰম্ভ হৈছে, ঠিক সেই সময়তেই, সমসাময়িকভাৱে বটদ্ৰৱা থানৰ পৰা মাথোঁ কেই কিলোমিটাৰ নিলগৰ জাজৰীৰ অন্তৰ্গত “দক্ষিণ জাজৰী বগৰিগুড়ি দুজনাগুৰু সাংস্কৃতিক কেন্দ্ৰৰ” ...

Read More »

ডিমৌ বিদ্যালয়ে বিদ্যালয়ে স্বচ্ছতাৰ সজাগতা সভা নগৰ সমিতিৰ

ডিমৌৰপৰা গৌতম হীৰা, প্ৰথম খবৰ: ডিমৌ নগৰ সমিতিৰ উদ্যোগত আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছতা সম্পৰ্কত সজাগতা অনাৰ উদ্দেশ্যে ডিমৌৰ বিদ্যালয়ে বিদ্যালয়ে আৰম্ভ হৈছে স্বচ্ছতাৰ সজাগতা সভা। সোমবাৰে ডিমৌৰ ছেন্ট জনছ স্কুলতো স্বচ্ছতাৰ সজাগতা সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ ...

Read More »

আমবাগান সমবায় সমিতিৰ ৠণ প্ৰদান অনুষ্ঠান

চামগুৰিৰপৰা নৃপেন হাজৰিকা, প্ৰথম খবৰ: নগাওঁ জিলাৰ চামগুৰিৰ আমবাগান সমবায় সমিতিৰ বেংকিং খণ্ডই মহিলা সকলক স্বাৱলম্বী কৰা উদ্দেশ্য আজি আত্মসহায়ক গোটক ৠণ প্ৰদান কৰে। সমবায় সমিতিৰ কলিয়াবৰ মহকুমা সহকাৰী পঞ্জীয়ক নীলোৎপল গোহাঁইয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত ৠণ প্ৰদান কৰা উদ্দেশ্যৰ বিষয়ে বক্তব্য ...

Read More »

ডেৰকুৰি কবিৰ কবিতাৰে মুখৰিত মাৰ্ঘেৰিটা, বৰ্ণালী গগৈৰ কবিতা সংকলন মোৰ বুকুৰ নীলা চৰাই উন্মোচন

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ নৱগঠিত মহিলাৰ এটি অগ্ৰণী অনুষ্ঠান পাটকাই কবি চক্ৰৰ উদ্যোগত আজি মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাকক্ষত এটি মনোগ্ৰাহী কাব্যানুষ্ঠান অনুষ্ঠিত হৈ যায়। বিশিষ্ট সাহিত্যিক,কবি ডঃ ৰঞ্জিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত কবিতা অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ...

Read More »

বৰহাটত শংকৰদেৱ নিকেতনত বিধায়কৰ চেক বিতৰণ

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ে আজি চৰাইদেউ জিলাৰ বৰহাট, বৰপাত্ৰ, সাপেখাতী শংকৰদেৱ শিশু নিকেতনক বিধায়কৰ আছুতীয়া পুঁজিৰ দহ লাখ টকাৰ প্ৰথম কৃষ্টিৰ ছয় লাখ টকাকৈ চেক বিতৰণ কৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত ...

Read More »

নগাঁওৰ বৰিবজাৰত ৩১ মাৰ্চৰপৰা সদৌ অসম কেওট জাতীয় পৰিষদৰ অধিবেশন

উজনি মাজুলীৰপৰা প্ৰাঞ্জল খাউণ্ড,প্ৰথম খবৰ: সমগ্ৰ অসমত বসবাস কৰা খিলঞ্জীয়া ভুমিপুত্ৰ কেওট সম্প্ৰদায়ৰ ঐক্যবদ্ধ সংগঠন সদৌ অসম কেওট জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক ৰাজ্যিক অধিবেশন খন এইবাৰ নগাও জিলাৰ বৰিবজাৰৰ ৰাইদঙীয়াত অহা ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত অনুষ্ঠিত হ’ব। পৰিষদৰ নগাঁও ...

Read More »

নলবাৰীৰ চান্দকুছিত গীতা মন্দিৰ গোবিন্দ আশ্ৰমৰ সভাগৃহ শুভ উদ্বোধন 

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ চান্দকুছিত ২০১৪-১৫ বৰ্ষৰ স্থানীয় সাংসদ ৰমেন ডেকাৰ সাংসদ পূজিৰ ২ লাখ টকাৰে নিৰ্মাণ কৰা শ্ৰীশ্ৰী গীতা মন্দিৰ গোবিন্দ অাশ্ৰমৰ সভা গৃহৰ অাজি শুভ উদ্বোধন কৰা হয়। উক্ত সভাগৃহটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাই। ...

Read More »