শেহতীয়া
Home / সম্পাদকীয় (page 3)

সম্পাদকীয়

ঈশWAR: অসহনশীল হৈ পৰিছোঁ নেকি আমি?

ফেচবুক, টুইটাৰৰ দৰে সামাজিক গণমাধ্যমসমূহ সহজলভ্য হৈ পৰাৰ সমান্তৰালভাৱে সমাজত অসহনশীলতাও বৃদ্ধি পাইছে নেকি? আমি ইতিমধ্যে প্ৰশ্ন কৰিছোঁ স্মাৰ্টফোনৰ লগে লগে ইণ্টাৰনেট সেৱাৰ সহজলভ্যতাই ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহক ছ’চিয়েল ডিফেমেচন ছাইটলৈ পৰ্যবসিত কৰিছে নেকি? শেহতীয়াভাৱে ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহত চৰিত্ৰহননৰ ঘটনা যঠেষ্ট ...

Read More »

বন্ধৰ নামত এয়া কি? ১২ ঘন্টীয়া বন্ধত ৰাজ্যত ব্যাপক হিংসা

বিলাসীপাৰাত বন্ধ সমৰ্থকে জ্বলালে বাহন : দুধনৈত যাত্ৰীবাহী বাহনলৈ শিলগুটি নিক্ষেপ দাবী ধমকিৰে বন্ধ সফল কৰাৰ চেষ্টা নিউজ ডেস্ক, প্ৰথম খবৰ: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত কোচৰাজবংশী ছাত্ৰ সন্থাই আহব্বান জনোৱা ...

Read More »

যোগাভ্যাস, পেটুৱা প’লিটিচিয়ান আৰু…

নীলিম আকাশ কাশ্যপ আজি ২১ জুন- আন্তৰ্জাতিক যোগ দিৱস৷ ভাৰতৰ ভিন্ন প্ৰান্ততো দিৱসটো পালন কৰা হ’ল৷ বেচৰকাৰীভাৱেও, চৰকাৰীভাৱেও৷ কোনো পেটুৱা প’লিটিচিয়ানে পেটটো উলিয়াই যোগ দিৱসৰ দিনা এদিনৰ বাবে (ওহোঁ, এদিন নহয়, অলপ সময়ৰ বাবেহে) কিবাকৈ যোগ কৰি যোগৰ মাধ্যমেৰে দেশ ...

Read More »

পৰ্ণগ্ৰাফিয়ে আপোনাৰ জীৱন কেনেকৈ ধ্বংস কৰে?

অদিতি বৰা পাৰিবাৰিক শান্তিয়ে এজন ব্যক্তিৰ সৃষ্টিশীলতাক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে। ইয়াৰ বিপৰীতে এবাৰ পাৰিবাৰিক শান্তি বিঘ্নিত হ’লে ব্যক্তি এজনৰ জীৱন কিমান দুৰ্যোগপূৰ্ণ হ’ব পাৰে তাক দুনাই কোৱাৰ প্ৰয়োজন বোধকৰো নাই। এই লেখাটোত আমি এক বিশেষ বিষয়ৰ ওপৰত অৱলোকন কৰিবলৈ ...

Read More »

বিশ্ব পৰিৱেশ দিৱস বনাম ৰঙা পাহাৰ

যিসকলে নামনি অসমৰপৰা বাইহাটা চাৰিআলি হৈ গুৱাহাটীলৈ যাত্ৰা কৰে তেওঁলোকক বাইহাটা চাৰিআলিৰপৰা চাংসাৰিলৈ বিস্তৃত ৰঙা বুকু দেখুৱাই থিয় হৈ থকা অৰ্ধাংশ পাহাৰবোৰৰ দৃশ্যবোৰ দুনাই মনত পেলায় দিয়াৰ দৰকাৰ চাগৈ নাই। এই বাটছোৱা মাদকতাৰ অন্য এক সোপান যেন প্ৰাকৃতিক সম্পদত অসম ...

Read More »

৪৮!

২০১৭ চনৰ মেট্ৰিকৰ ফলাফল ঘোষণা হ’ল। মেট্ৰিক পৰীক্ষাক জীৱনৰ প্ৰথমটো হেঙাৰ বুলি কোৱা হয়। নিশ্চিতভাৱে সেই কাৰণেই মেট্ৰিকৰ ৰিজাল্ট সমগ্ৰ অসমৰ বাবেই চৰ্চাৰ বিষয় হৈ পৰে। এই বছৰৰ মেট্ৰিকৰ ফলাফলৰ ওপৰত আন কেইটামান কাৰণত সকলোৰে দৃষ্টি নিবদ্ধ আছে। প্ৰথম কথাটো ...

Read More »

শগুন

নীলিম আকাশ কাশ্যপ শগুনবোৰ নোহোৱাই হ’ল৷ বিলুপ্ত হ’বলৈ কিমাননো সময়! এনে কথা পঢ়া, শুনাৰ পৰত শৈশৱৰ কিছু নষ্টালজিয়া বুকুৰে উজাই আহে৷ এই মুহূৰ্ততো আহিছে৷ সৰুতে চহৰলৈ গ’লে বাটৰ দাতিৰ অ’ত-ত’ত মৰা গৰু, ছাগলী পৰি থকা দেখিছিলো৷ জুম বান্ধি প্ৰকৃতিৰ জমাদাৰে ...

Read More »

কাটাপ্পা

নীলিম আকাশ কাশ্যপ সকলোকে চুই গৈছে কাটাপ্পাই৷ স্পৰ্শ কৰিছে বাহুবলীয়ে৷ নকৰিবনে, দুবছৰ আগতেই সুধি থোৱা কথাটোৰ অৱশেষত উত্তৰ নিজেই হাজিৰ হৈছেহি সন্মুখত! বাহুবলী৷ এখন হিন্দী চিনেমাৰ নাম আছিল এয়া৷ সেইখনে বক্স অফিচ হিট আৰু প্ৰযোজকৰ পাৰ্চ হট কৰাত তেতিয়াই চতুৰ ...

Read More »

শ্ৰমিক দিৱসৰ চিন্তা

নীলিম আকাশ কাশ্যপ অধিকাংশ সময় ফেচবুক, হোৱাটছএপত ব্যস্ত হৈ থকা এচাম লোক আছে৷ তাৰে একাংশই আকৌ নিজকে নিবনুৱা বুলি দুখপ্ৰকাশো কৰা মাজে-সময়ে দেখোঁ৷ তেওঁলোকলৈ ১ মে’ৰ প্ৰস্তাৱ- নিজকে শ্ৰমিক হিচাপে চিনাকি দিয়াওক৷ অনলাইনত এতিয়া অজস্ৰ কাম পোৱা যায়, যিবোৰ কৰি ...

Read More »

সৰ্বানন্দ সোণোৱাল হিন্দী বলয়ৰ চৰকাৰৰ মুখ্যমন্ত্ৰী?

নীলিম আকাশ কাশ্যপ জুবিন গাৰ্গৰ এটা ভাষ্য শুনি মনলৈ বাৰে বাৰে কেইটামান প্ৰশ্ন মনলৈ আহিছে। ক্ৰমে বৰ্তমানৰ অসম চৰকাৰখন জাতীয়তাবাদীতকৈ ৰাষ্ট্ৰীয়তাবাদী চৰকাৰ নেকি, আমি পোনতে অসমীয়া নে ভাৰতীয়, সৰ্বানন্দ সোণোৱাল বাৰু হিন্দী বলয়ৰ চৰকাৰ এখনৰ মুখ্যমন্ত্ৰী নেকি ইত্যাদি। কথাটো পৰিষ্কাৰকৰণৰ ...

Read More »