শেহতীয়া
Home / সম্পাদকীয় (page 4)

সম্পাদকীয়

জুবিন স্তাৱকৰ প্ৰতি

নীলিম আকাশ কাশ্যপ জুবিন গাৰ্গৰ গান ময়ো ভাল পাওঁ ৷ চাব খোজো তেওঁক কাইলৈৰ legend হিচাপে৷ মানুহজনক কিছু কিছু ক্ষেত্ৰত ভালপাওঁ ৷ তেওঁৰে ব্যক্তিগত চিনাকিও পুৰণি৷ মধুৰো৷ আনকি কণ্ঠশিল্পীগৰাকীৰ সৃষ্টিক লৈ লিখিছিলোঁ ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ নামৰ এখন ...

Read More »

বিহু বিতৰ্ক, জুবিন, অসমীয়া ইত্যাদি…

নীলিম আকাশ কাশ্যপ বিহুক লৈ অনাহক বিতৰ্কত আমি নিমজ্জিত হৈ আছো ৷ একে সময়তে বৰপেটা জিলাৰ কয়াকুছি আৰু কলগাছিয়াৰ ‘মিঞা’ বুলি আমি লঘু সুৰেৰে ক’ব বিচৰা সংখ্যালঘু ভাইহঁতে অবিকৃত আংগিকেৰে বিহু উদযাপনেৰে সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাইছেহি ৷ তেওঁলোকে গ্ৰন্থমেলাও পাতে ৷ ...

Read More »

প্ৰথম ব’হাগ, প্ৰথম খবৰ আৰু…

ঠিক দীৰ্ঘদিনীয়া বুলি ক’ব নোৱাৰি, প্ৰায় এমাহৰ প্ৰস্তুতিৰেই অসমবাসীৰ ওচৰলৈ ওলাই আহিল প্ৰথম খবৰ। এতিয়াই স্ৱয়ংসম্পূৰ্ণ হৈ উঠিছো বুলিও দাবী কৰিব পৰা হোৱা নাই। এটি এমহীয়া শিশুৰ দৰেই এতিয়া প্ৰথম খবৰ। অৱশ্যে এমহীয়া হ’লেও কণমানিটোক আঁকোৱালি লোৱাৰ দৰে আপুনিও প্ৰথম ...

Read More »

যৌনতা, অ’ছ’ ইত্যাদি

নন্দিনী বৰুৱা খাজুৰাহোৰ মন্দিৰৰপৰা মীৰা নায়াৰৰ কামসূত্ৰলৈ সকলোৱেই নিষিদ্ধ এই দেশত। যৌনতা এনে এক অস্ফুট ধ্বনি, যাৰ ক্ষণিক প্ৰকাশ্যতাই আশান্ত কৰি তোলে আমাৰ তথাকথিত সংস্কাৰৰ অণু-পৰমাণুবোৰ। অথচ এই সংস্কাৰৰ মাজত কিলবিলাই থকা আমাৰ অসংস্কাৰিত মনবোৰে দি যায় যৌনতাৰ এক অকল্পনীয় ...

Read More »