শেহতীয়া
Home / সাহিত্য / কবিতা

কবিতা

ধৰাই কান্দিছে

কৃষ্ণাংগ সাউদ: ধোঁৱা ধোঁৱাৰে বেনামী চহৰ বিলাসীৰ বিলাসীতাত শব্দৰ মহাৰণ….. শূণ্য সফলতাত ধৰাত ধোঁৱাৰ আৱৰণ । এতিয়া ধোঁৱা বায়ুৰ অদৃশ্য মহাৰণ শোকত ধৰাৰ কান্দোন। উশাহহীনতাত নিগৰিছে এই কান্দোন। ।

Read More »

উজ্জ্বলতা

কৃষ্ণাংগ সাউদ: নিয়ৰৰ আৱৰণত সন্ধিয়াটো তেনেই সেমেকা …….. জোনবাইৰ আজি জিৰণি লোৱাৰ সময় । চাকিৰ পোহৰে উজ্জ্বলোৱা সন্ধিয়া ক্ৰমাৎ ৰঙচুৱা। এইয়া পোহৰৰ সন্ধিয়া দেৱালীৰ সন্ধিয়া।।।

Read More »

কলিজাৰ দাগ

অৰুণ বৰুৱা নিসংগতাই বাট ভেটি ধৰা সন্ধিয়াত বিষাদৰ বতৰা লৈ সোমাই আহিছে কলিজালৈ এজাক ধূসৰিত জোনাক বুকুত বাজিছে তানপুৰা…. এনেয়ে ভাগৰুৱা দুখৰ বোজা বৈ আৰু যন্ত্রনা নিদিবি মোক তই অভিমানী হৈ তোৰ আঁচলেৰে ভেটিব নোৱাৰ যদি মোৰ আশাহত ঠিকনা প্ৰতিশ্ৰুতিৰ ...

Read More »

অনুভৱ

কংকনা দাস: অনুভৱৰ দেউকা মেলি উৰিব বিচাৰিছোঁ পৰিধি বিহীন পথেৰে স্তব্ধতাৰ নৈখনি পাৰ কৰিব খোজোঁ। মনত আজি অভিমানী মৌন হৃদয়খনতো চিৎকাৰ তোমাৰ ভাষ্যহীন বাৰ্তালাপৰ বাবে আমনি কৰে মোক বাৰম্বাৰ কি ভাবিছা, ভাৱনাবোৰে মোক দহিব বুলি ভুল!! সেই বিষাক্ত অনুৰাগৰ অগ্নিত ...

Read More »

অনুভৱী হৃদয়ৰ আত্মকথা

মিতু সোণাৰি: সোণাৰুৰ হালধীয়া বোৰ…… হৃদয়ৰ কোনোবা কোণত গুজি সোণ বৰণীয়া হম…… উশাহত এৰি দিম…. পোৱা নোপোৱাৰ হা-হুমনিয়াহ …… সোণাৰিৰ ধূলিয়ৰী বাটত….. সোণাৰুৰ হালধীয়া দলিচাত…. তোমাৰ লয়লাস খোজৰ তালত জিলিকিব সোণালী সপোনৰ প্ৰতিচ্ছবি….. কিন কিনিয়া বৰষুণত জীপাল হম তুমি, মই, ...

Read More »

সপোন ৰচা ছোৱালীজনী

কংকনা দাস: সপোন ৰচা ছোৱালীজনী স্বপ্নৰ দেউকা মেলি উৰিব বিচাৰে তাই সৌ দূৰ আকাশত জিলিকি থকা জোনবাইক দুহাতে চুবলৈ দূৰ্বাৰ হেঁপাহ সপোন ৰচা ছোৱালীজনী। সুখৰ চিঠি লিখিব বিচাৰে সযতনে খামবোৰত ভৰাব খোজে সপোনবোৰ সপোন ৰচা ছোৱালীজনী। নিয়ৰৰ টোপালবোৰত তাইৰ আশাৰ ...

Read More »

বনকৰা ছোৱালীজনী

ফাৰুক ৰহমান: মা….তুমি মোক বঞ্চিত নকৰিবা নিচুকনি গীতৰ সুৰ অথবা তোমাৰ মমতাৰ পৰা। তুমি চাগে ভাবিছা ইয়াত মই সুখেৰে আছো কিন্তু মই যে ইয়াত অকণো সুখী নহয়, জানা মা ইয়াত কেতিয়াবা মোৰ বৰ ভয় লাগে। সপোনত কলা ঘোঁৰা এটাই মোক ...

Read More »

অভিমান

কংকনা দাস অভিমানৰ চানেকি আজি দৃশ্যমান হঠাতে লুপ্ত অনুৰাগত লিপ্ত চতফটাই  মনৰ দুৱাৰদলি সিয়ৰি উঠিছিল   অনুৰূপ মন আকাশত অভিমানৰ বৰষুণ জাকে তিতি-বুৰি পেলাইছে গভীৰভাৱে হৃদয়ত কোনোবাখিনিত অংকিত স্বপ্নবোৰ বিষাক্ত হ’ল হঠাতে।      

Read More »

এদিন হয়তো ক’ব লাগিব

ৰুস্তম গগৈ: এদিন হয়তো ক’ব লাগিব ইয়াত এখন পাহাৰ আছিল। চৰাইজাকৰ ডেউকাবোৰত লাগি সেউজীয়াবোৰ আকাশত উৰিছিল। এদিন হয়তো ক’বলৈ একোৱে নাথাকিব ইয়াত এখন সঁচাই পাহাৰ আছিল। চৰাইৰ মাতত কাষৰ পথাৰখন গাভৰু হৈছিল। এজাক চেঁচা বতাহ আহ! ইয়াত এখন পাহাৰ আছিল। ...

Read More »

প্ৰশ্ন হয়!

নৃপেন চন্দ্ৰ দাস আমন-জিমনকৈ বহি থকা মনটিয়ে থুনুক-থানাক শব্দৰে, ক’ব খোজে কিছু মৌ সনা কথা। কিয় বাৰো ভাব হয়! সুধি চাম সৰলৰ মাজেদি পাৰ হোৱা কোৱাল বতাহ জাঁকক। দিগন্তৰ সীমা বাৰু কিমান দূৰৈত মনে নমনা সীমাৰ সিপাৰে, ধৰা দিব পাৰিব ...

Read More »