Home / সাহিত্য / নিবন্ধ

নিবন্ধ

প্ৰাপ্য নাপাই শিল্পী মৰিব ওলাইছে, প্ৰযোজক সন্থা ক’ত লুকাল?

ৰিতু দাসৰ মুকলি চিঠি: বিহুৰ দিনটোতে ৰাজশ্ৰী থিয়েটাৰৰ শিল্পীসকলে নিজ প্ৰাপ্য নাপাই আত্মহত্যাৰ কথা ভাবিবলগীয়া হৈছে। প্ৰাপ্য ধন নাপাই ঘৰলৈ যাব পৰা নাই বহু শিল্পী। এই ঘটনাই জোকাৰি গৈছে অসমবাসীক। কিন্তু  এই জটিল সময়ত ক’ত লুকাই আছে সদৌ অসম ভ্ৰাম্যমাণ ...

Read More »

হেঁপাহৰ বিহুটি আজি কোন দিশে ?

হিমাংশু ৰণজন ভূঞা: বিহু অসমীয়া জাতীয় জীৱনৰ প্রাণ-স্পন্দন, অতিকৈ হেঁপাহৰ বিহু বৃহত্তৰ লুইতপৰীয়া অসমীয়া কৃষিজীৱী চহা সমাজৰ কোটিকলীয়া উৎসৱ, লােকজীৱনৰ বুনিয়াদ আৰু লােক-সংস্কৃতিৰ দাপােণ স্বৰূপ। অনাদি কালৰেপৰা পালন কৰি অহা বিহুটি অসমীয়াৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়। প্রকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ...

Read More »

হেপাহৰ বহাগ

সৌৰভ জ্যোতি গোস্বামী: ব’হাগ, অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ। এক ব’হাগ হ’ল এই মাহৰ প্ৰথম দিন। এই বিশেষ দিনটোতে অসমীয়া নৱবৰ্ষ উপলক্ষে মানুহ বিহু পতা হয়। অসমীয়া পঞ্জিকাত ব’হাগ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাত এপ্ৰিল আৰু মে’ হয়। ব’হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু ...

Read More »

বহাগ বিহুৰ মাদকতাই আকৃষ্ট কৰিব পৰা নাই ব্যস্ততাপূৰ্ণ মানৱ জীৱন!! বিলাসীতাৰ পয়োভৰ

লিলি দাস: বিহু আহি পদুলীমুখ পালেহি তথাপি দেখোন বৰদৈচিলাজনীৰ খবৰেই নাই। কেনিবা গ’ল আচল উৰুৱাই, বিহুৰ হবলা খবৰেই পোৱাই নাই। নাই মেঘৰ গৰ্জনী, নাই হিল-দল ভাঙি যোৱা বতাহৰ সোঁ-সোৱনী। কেনেকৈনো শুকান পৃথিবীখনত গছ-লতা আৰু পথাৰৰ শষ্যবোৰ ঠন ধৰি উঠিব। গাওঁ ...

Read More »

মই সোণালী সৰকাৰে কৈছোঁ

মাছুদ হক: সোণালী সৰকাৰ নামৰ প্ৰতিভা এটা সময়ৰ সোঁতত নোহোৱা হৈ গৈছিল এদিন। ঠিক নোহোৱা হৈ গৈছিল বুলি ক’লে ভুল কৰা হ’ব। নিঃশেষ কৰি দিয়া হৈছিল তেওঁক। সেই প্ৰতিভাৰ অকালমৃত্যুৰ পাছত আমি বিচাৰিছিলো ন্যায়। দোষীৰ শাস্তি। এম চি কলেজৰ ছাত্ৰ ...

Read More »

নাপু নাছো, এফ আৰ পি ইত্যাদি

(বেতাল একবিংশতি) নীলিম আকাশ কাশ্যপ : (১) প্ৰথমটো ঘটনা ডঃ হীৰেন গোহাঁইকেন্দ্ৰিক। ২০১৮ চনৰ পহিলা এপ্ৰিলৰ কথা। ১ এপ্ৰিল হেতুকে ভিন্নজনে ছ’চিয়েল মিডিয়াত বিভিন্ন ধেমেলীয়া বাৰ্তা লিখি লোকক মুৰ্খ সজা পুৱাৰেপৰা দেখিছিলো। এনেদৰে এপ্ৰিল ফুল বুলি আনন্দ কৰাটো আজিৰ প্ৰেক্ষাপটত ...

Read More »

কোন দিশে শিক্ষা, সুবিধাজনক স্থিতিত নেকি চৰকাৰ

জেচমিন চুলতানা: ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১(এ) অনুসৰি, শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ওপৰি নিৰ্দেশাত্মক নীতি অৰ্থাৎ অনুচ্ছেদ ৪৫ত কোৱা হৈছে, সংবিধান বলবৎ কৰাৰ ১০ বছৰৰ ভিতৰত ১৪ বছৰৰ তলৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব। ...

Read More »

পৰিচয় মাথোঁ মানৱতা

ডঃ বিক্ৰমজিত কাকতি: ৰাইজৰ ভাষাত সি এটা মিঞা! চিনাকিৰ সংকটত ভোগা এটা জাতিৰ প্ৰতিনিধি। কোনোবা পূৰ্বপুৰুষ পূৰ্ব বংগৰপৰা অহা। না এতিয়া অসমীয়া, না বাংলাদেশী… পৰিচয়ৰ সংকটত ভোগা এখন সমাজক প্ৰতিনিধিত্ব কৰিছে। ৰে’লখনত মোৰ সন্মুখৰ ছিটটোত বহি আছে মূৰত টুপি ঠুতুৰিত দাড়ি ...

Read More »

এপ্ৰিল ফুল দিৱস

সৌৰভ জ্যোতি গোস্বামী:  এটি বিশেষ মাহ, এপ্ৰিল। এই মাহতেই পালন কৰা হয় অসমৰ বাপতিসাহোন বিহু উৎসৱ তথা এপ্ৰিল ফুল দিৱস। এই এপ্ৰিল ফুল দিৱস বহু দেশত এক এপ্ৰিলৰ দিনা পালন কৰা হয়। পিছে সকলো মূৰ্খৰ দিন(All Fools’ Day) বুলিও অভিহিত কৰা এই ...

Read More »

চ’ত মাহৰ বিশেষ উৎসৱ অশোকাষ্টমী

সৌৰভ জ্যোতি গোস্বামীঃ অশোকাষ্টমী অথবা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক বিশেষ ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি তথা গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে। সেইদিনা ব্ৰহ্মপুত্ৰত স্নান(শুদ্ধিস্নান) আৰু তৰ্পণ কৰিলে অক্ষয় পুণ্য ...

Read More »