শেহতীয়া
Home / সাহিত্য / নিবন্ধ (page 4)

নিবন্ধ

শৰতৰ সুৱাসত: শাৰদী ৰাণী

কংকনা দাস: মৃদু মৃদু শীতৰ আভাস। শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতি ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ। শৰৎ এক নাম মিঠা আলোড়নৰ। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমন। বগা কুসুম মাজত কিছু ধেমালি চৰাইবোৰৰ-শেৱালি, ...

Read More »

ভাল দিন আহিবনে?

প্ৰসংগঃ মিছন চাইনা আৰু অসমীয়া ছবি উদ্যোগৰ ভৱিষ্যত হিমাংশু ৰঞ্জন ভূঞা অসমীয়া চলচ্চিত্ৰ জগতলৈ নতুন আশাৰ সঞ্চাৰ কৰি মুক্তিৰ প্ৰথম সপ্তাহতে মিছন চাইনাই নতুন অভিলেষ সৃষ্টি কৰি প্ৰায় তিনি কোটি টকাৰ ব্যৱসায়েৰে এক প্ৰকাৰ জুৱাৰ আনিলে। মৃতপ্ৰায় অসমৰ চলচিত্ৰ উদ্যোগলৈ ...

Read More »

‘ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী বঁটা’ প্ৰাপ্ত শিল্পী বীৰেন্দ্ৰ কুমাৰ বৰা

জোনমনি জোনাক গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰজাবাহাৰ গাঁওৰ এটি সাংস্কৃতিক পৰিয়ালত জন্ম লোকগীত তথা অনাতাঁৰ শিল্পী বীৰেন্দ্ৰ কুমাৰ বৰাৰ| যিগৰাকী শিল্পীয়ে সংগীত সাধনা আৰু সংগীতৰ ক্ষেত্রখনত আগবঢ়োৱা অৰিহণাৰ স্বীকৃতি স্বৰূপে ২০১৬ চনত দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎযাপন সমিতিয়ে ...

Read More »

নাৰীবাদ আৰু আমাৰ চিন্তাধাৰা

ভাস্কৰ জ্যোতি লাঙি: আজিৰ অসমত নাৰীবাদী সত্তাৰ যেন কিছু স্খলন ঘটিছে। আজিৰ অসমত কেইজনমান লম্পত পুৰুষৰ বাবে সমগ্ৰ পুৰুষ সমাজ লজ্জিত হ’বলগীয়া হৈছে। যি দেশত নাৰীক উচ্চ সন্মান যচা হয় আজি সেই দেশতে নাৰীৰ নিৰাপত্তাৰ প্ৰশ্নটো বাৰে বাৰে উত্থাপিত হৈছে। ...

Read More »

অসমীয়া ভাষা: বানান ব্যাকৰণ আৰু সংস্কৃত শিক্ষা

অনামিকা নাথ: সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত জাতীয় ভাষা সাহিত্যৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক শুদ্ধ বানান আৰু ব্যাকৰণ শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়া দেখা নাযায়। শিক্ষাদান আৰু পৰীক্ষাৰ উত্তৰৰ বহীত বানান-ব্যাকৰণৰ শুদ্ধা-শুদ্ধ বিচাৰ কৰাটো গৌন হৈ পৰিছে। যাৰ ফলত ভাষা-সাহিত্য-সংস্কৃতিত এক অৰাজকতাই বিৰাজ কৰিছে। অসমীয়া ...

Read More »

চলচ্চিত্র মহোৎসৱত সগৌৰৱে উজ্জ্বলিছে ‘লিয়াকৎ’

কল্যাণ কুমাৰ কলিতা: শেহতীয়াভাৱে নির্মিত এখন অসমীয়া চুটি ছবিয়ে উত্তৰ-পূর্বাঞ্চলৰ লগতে সমগ্র ভাৰতবর্ষৰে চলচ্চিত্র মহোৎসৱত ব্যাপক চর্চা লাভ কৰা দেখা গৈছে । প্রতিভাৱান পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনা তথা ‘জালান ফিল্মছ’ৰ বেনাৰত নির্মিত ১৯ মিনিট দৈর্ঘ্যৰ উক্ত চুটি ছবিখনৰ নাম ‘লিয়াকৎ’ ...

Read More »

বাৰিষাৰ মাজুলী আৰু খৰালিৰ মাজুলীৰ অনুভৱ

মৌচুমী দলে মাজুলী, প্ৰতিটো পুৱা সত্ৰৰ নামঘোষাৰ নামেৰে সাৰ পায় মাজুলী। এই মাজুলীক প্ৰকৃতিয়ে দুটা ৰূপ দিছে। এটা হৈছে বাৰিষাৰ মাজুলী আৰু খৰালীৰ মাজুলী। এই দুটা সৌন্দৰ্যই সুকীয়া আৰু মনোমোহা। আচলতে মই প্ৰকৃতিৰ সকলো সৃষ্টিতেই সৌন্দৰ্য  বিচাৰি পাওঁ। যেতিয়ালৈ সীমা ...

Read More »

জুবিন: কিয় ইমান জনপ্ৰিয় ?

 হিমাংশু ৰঞ্জন ভূঞা জুবিন গাৰ্গ, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, লুইত কন্ঠ জুবিন গাৰ্গ – ২৫ বছৰৰো অধিক কাল অসমৰ সংগীত জগতক কণ্ঠৰ মায়াজালেৰে মন্ত্ৰমুগ্ধ কৰি ৰখা জুবিন গাৰ্গ। সততে কিছুমান বিতৰ্কিত কথা কামেৰে বাতৰিৰ শিৰোনামলৈ অহা জুবিন গাৰ্গ। জুবিন – ...

Read More »

প্ৰেৰণা

 ইনু এন্ডাৰছন “দুপৰীয়া হ’ল। সূৰ্য মূৰৰ ওপৰ পালেহি। নিয়ৰ, উঠা আকৌ! শুইৱে থাকিবা আজি। উঠা নিয়ৰ।অফিচলৈ দেৰি হৈ যাব।” এনেকৈয়ে প্ৰায় প্ৰত্যেকদিনেই অনুভূতিয়ে মোক মাতিছিল।ময়ো, তাই নমতালৈকে বিছনাত পৰিয়েই থাকিছিলোঁ। আজি দুবছৰ হ’ল। অনুভূতিয়ে মোক আৰু এনেদৰে এবাৰো মতা নাই। ...

Read More »

জেদ আৰু অহংকাৰে কোঙা কৰে মানুহৰ জীৱন

আকাশ প্ৰিয়ম মানুহ হিচাপে জীয়াই থাকিবলৈ হ’লে যি সততা আৰু বিশ্বাসৰ অটুট সম্পৰ্ক প্ৰয়োজন, সেই সম্পৰ্ক হেৰুৱাই যি মানুহে হেলাৰঙে জীৱনটো আগুৱাব পাৰে তেনে মানুহৰ সংখ্যা বেছি হ’লেও, তেনে মানুহ জীৱনটোৰ পৰা সুখী হোৱাৰ অমল বাসনা হেৰুৱাব লগা হয়। ভুল ...

Read More »