শেহতীয়া
Home / সাহিত্য / নিবন্ধ (page 5)

নিবন্ধ

বৰ্তমানৰ ৰাজনীতি কিয় বিফল?

(মত ভিন্নমত) দেৱাশিষ গোহাঁই ছয়দুৱাৰ মহাবিদ্যালয় গণ মাধ্যম বিভাগ আমি সকলোৱে বৰ্তমান অসমৰ ৰাজনৈতিক বাতাবৰণ দেখি শংকিত হৈ পৰিছোঁ৷ ৰাজনীতিৰ নামত কিমান যে লুণ্ঠন, প্রতাৰণা, ভ্রষ্টাচাৰ ৷ “ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা, ৰাইজৰ চৰকাৰ” বুলি কোৱা কথাষাৰ আৰু মানি চলিব নোৱাৰি, ...

Read More »

সন্দেহঃ সম্পৰ্ক বিচ্ছেদৰ মূল কাৰণ 

বিতোপন বৰা সন্দেহ, এটা সৰু শব্দ। এই শব্দটোৱে মুহূৰ্ততে ধ্বংস কৰি দিয়ে এক মায়াবী সম্পৰ্ক, কাঢ়ি নিয়ে মৰম, ছিঙি দিয়ে মৰমৰ দোল। সন্দেহত বলি হৈ হত্যা-আত্মহত্যাৰ দৰে কাৰ্য্যও নোহোৱা নহয়। পতিয়ে পত্নীক বা পত্নীয়ে পতিক সন্দেহ কৰিলে সেই পৰিয়াল কেতিয়াও ...

Read More »

জুবিন, মিছন চাইনা আৰু অসমীয়া চলচিত্ৰ

হিমাংশু ৰঞ্জন ভূঞা: অসমৰ চলচিত্ৰ উদ্যোগটোৰ যি দুৰৱস্থা হৈছে, সেয়া নতুনকৈ কাকো কোৱাৰ হয়তু প্ৰয়োজন নাই ৷ হিন্দী চিনেমা এখন চাবলৈ এসপ্তাহ আগৰ পৰা লাইন পাতি টিকত কাটে, বুক মাই শ্ব’ ত টিকত বুক কৰে৷ অসমীয়া ছবিৰ প্ৰতি অনিহা কিয়? ...

Read More »

কিয় দীনদয়ালময় কৰিব খুজিছিল হিমন্তই?

[[ দৈনিক ডায়েৰি ]] সৌৰভ জ্যোতি চেতিয়া দীনদয়ালকলৈ অসমত বিগত কিছুদিন ধৰি ব্যাপক বিতৰ্ক চলি আহিছে। বিতৰ্ক হোৱাটোৱেই স্বাভাৱিক। কিয়নো হঠাৎ অসমলৈ আহিল দীনদয়াল উপাধ্যায়। দীনদয়ালৰ আৰ্ৱিভাৱ হোৱাৰ পিছত ঘোষণা কৰা হ’ল ইটোৰ পিছত সিটোকৈ আঁচনি। ইতিমধ্যে দীনদয়ালৰ নামত বহু ...

Read More »

নাৰীকসন্মান কৰক

বিতোপন বৰা: নাৰী, যাক প্ৰত্যেক পুৰুষে সন্মান কৰে সেই নাৰী। যৌতুক প্ৰথাত বাৰে বাৰে বলি হোৱা খবৰ নতুন নহয়। যৌতুক নিব নোৱাৰি, স্বামী আৰু স্বামীৰ পৰিয়ালৰ অত্যাচাৰত অসহ্য হৈ অাত্মহত্যা কৰা খবৰে প্ৰায়ে বাতৰিৰ শিৰোনামা দখল কৰে। যৌতুকৰ বাবে স্বামীৰ ...

Read More »

দল-সংগঠনে দোহাৰি থকা দিনটো

ননী মাধৱ ফুকন: অনাগত সেই দিনটো বাৰু কেতিয়া আহিব !! দল সংগঠনবোৰে বাৰে বাৰে দোহাৰি থকা সেই বিশেষ দিনটো !!! যে পৰিস্থিতি ভয়াৱহ হ’ব হেনো !! অসমৰ এমুঠি মান মাত্ৰ খিলঞ্জীয়াই এখন ঐক্যমঞ্চত ন্যাৰ্যৰ দাবীত যে থিয় হ’ব …… সেই ...

Read More »

অসমীয়াক চৰ, ভুকু, ঘোচা ! প্ৰাক্তন আলফাৰ গান্ধীগিৰি? নগাঁৱত এয়া কি?

শিলাদিত্য বৰ্মন:  ৰাজনৈতিক দলসমূহে ৰাষ্ট্ৰীয়তাবাদৰ প্ৰসাৰৰ মাজেদি ক্ষমতাত তিষ্ঠি থকাৰ চেষ্টা কৰাটো কোনো নতুন কথা নহয়৷ পিছে শেহতীয়াকৈ অসমত আৰম্ভ হোৱা অতি ৰাষ্ট্ৰীয়তাবাদে অসমীয়াৰ জাতীয় অভিমানত আঘাত হানিছে৷ আমি ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধী নহয়, কিন্তু ৰাষ্ট্ৰীয়তাবাদৰ নামত জাতীয়তাবাদৰ পুলি-পোখা উভালি দিয়াৰ যি ...

Read More »

সাংবাদিকৰ কথা-সুৰ-কণ্ঠৰে বাণীবদ্ধ ‘বন্দে মাতৰম’

কল্যাণ কুমাৰ কলিতা: এগৰাকী সাংবাদিক যিয়ে একনিষ্ঠ সাংবাদিকতাৰে এক দীঘলীয়া সময় নিৰৱচ্ছিন্নভাৱে সমাজলৈ সেৱা আগবঢ়াই আহিছে। মনত প্রৱল দেশপ্রেমৰ ভাব পুহি ৰখা এইগৰাকী সাংবাদিকে প্রতিটো অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ লগতে জটিল সময়ত সদায়ে অঞ্চলবাসী ৰাইজৰ স্বার্থৰ হকে কাম কৰিছে। আমি ...

Read More »

 সংবাদ মাধ্যমে হিচাপে টেলিভিশ্যন

দেৱাশিষ গোহাঁই  ছয়দুৱাৰ কলেজ(গণ মাধ্যম বিভাগ)  ফোন নং..৭৩৯৯৭৩৯৯৭৪              হয়, আমি সকলোৱে জানো যে পোন প্রথমে খবৰ মাধ্যম হিচাপে এক মাত্র বাতৰি কাকতেই ব্যৱহাৰ কৰা হৈছিল। কিন্তু লাহে লাহে পৰিৱৰ্তনৰ গতি ধাৰাত বিজ্ঞান আৰু প্রযুক্তি ...

Read More »

দুৰ্নীতি প্রকৃততে কোনে কৰে

দেৱাশিষ গোহাঁই  ছয়দুৱাৰ কলেজ(গণ মাধ্যম বিভাগ) ৭৩৯৯৭৩৯৯৭৪ কিমান যে দুৰ্নীতি! কোনো হিচাপেই নাই। হত্যা, ধৰ্ষণৰ কথা বাদেই দিলোঁ। মৰাক মাৰি খোৱা মানুহ সোপা চাওক। আনৰ উপাৰ্জনেৰে ঠেঙত ঠেং তুলি বিলাসী জীৱন ভোগ কৰি আছে। তেনেবোৰ মানুহৰ মাজৰ অধিকাংশই ৰজা ঘৰীয়া ...

Read More »