শেহতীয়া
Home / সাহিত্য (page 2)

সাহিত্য

ডঃ বৰ্ণালী বড়া আৰু হিতেশ গগৈলৈ ‘কৃষ্ণকান্ত বড়া সোঁৱৰণী কাব্যশিল্প আৰু ভূপেন চন্দ্ৰ নেওগ সোঁৱৰণী’ শব্দ শিল্প বঁটা     

প্ৰথম খবৰ,লিডু: প্ৰতি বছৰে আগবঢ়াই অহা ‘কৃষ্ণকান্ত বড়া সোঁৱৰণী কাব্যশিল্প বঁটা’ এইবাৰ দুলীয়াজান নিবাসী কবি ডঃ বৰ্ণালী বড়ালৈ লিডু শাখা কবি সন্মিলনে তেখেতৰ কাব্যগ্ৰন্থ ‘মৌপিয়াৰ বিষাদ ৰাগিণী’ৰ বাবে আগবঢ়াইছে। উল্লেখযোগ্য যে ডঃ বড়াই ২০১৭ বৰ্ষত অনুষ্ঠিত অসম সাহিত্য সভাৰ শতবৰ্ষীয় ...

Read More »

শৈশৱ

যামিনী অনুৰাগ এবাৰ ঘূৰাই দিয়া শৈশৱ (তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই ধনুশৰ জোৰে ) হাতত ধৰি লৈ যোৱা মোক আকাশৰ সিপাৰলৈ এবাৰ ঘূৰাই দিয়া শৈশৱৰ গুঞ্জন জোনাক হ’বলৈ দিয়া মোক চুই চাবলৈ দিয়া আইতাৰ পলসুৱা হাত ...

Read More »

নষ্ট পখী

পুনম পেনিলোপ নাথ মেটেকা ফুল মোৰ প্ৰিয়.. তথাপি মন হালধীয়াতে মগ্ন.. হালধীয়া চৰায়ে গায় যায় কাণে কাণে গোপন অমিয়া সুৰ.. আজিকালি আকৌচোন.. ওচৰ চাপিছে দূৰ.. নীলাবোৰ দেখি.. ওচৰ কিয় আহিছ পুনৰ.. তই নষ্ট পখী.. সঁজাত বন্দী সজাতে থাক.. নিদিবি ঘনে ...

Read More »

২০১৮ সমাগত: প্ৰকৃতিৰ  কুঁৱলীৰ মায়াজাল ফালি চৌদিশে এতিয়া বনভোজৰ জোঁৱাৰ

দেৱজিৎ গগৈ চাওঁতে চাওঁতে এটা বছৰে মেলানি মাগিলে বহু সুখ-দুখ হাঁহি-কান্দোনৰ মাজেৰে অতীতৰ বুকুত সোমাই পৰিল বছৰটো পুৰণি হৈ পৰিল অনেক ভাল-বেয়া ক্ৰতি বিচ্যুতিৰ কথা। অলেখ অশুভৰ মাজতে অনেক প্ৰেৰণা দায়ক স্মৃতিও বছৰটোৱে এৰি যায় ভৱিষ্যতৰ বাবে। যিবোৰৰ স্মৰণে ভৱিষ্যতৰ ...

Read More »

প্ৰতিবাদৰ ভাষা, বন্ধ সংস্কৃতি তথা ইয়াৰ প্ৰাসংগিকতা

অভিনন্দন গোস্বামী যিকোনো এখন গণতান্ত্ৰিক দেশত যেতিয়া শাসক পক্ষই জনতা বা সৰ্বসাধাৰণ ৰাইজৰ ইচ্ছা বা দাবীৰ বিৰুদ্ধে গৈ কিছুমান সিদ্ধান্ত বা আইন ৰূপায়িত কৰে তেতিয়াই ৰাইজৰ মাজত প্ৰতিবাদ নামৰ জুইকুৰা দাউ-দাউকৈ জ্বলি উঠে। এই প্ৰতিবাদ কেৱল যে চৰকাৰ বা শাসক ...

Read More »

আমাৰ দেশ

কৰেন ৰায় কোকৰাঝাৰ(শক্তিআশ্ৰম)   ভাৰতৰে পূৰ্ব দিশত অসম আমাৰ দেশ; গছে-পাতে সেউজীয়া গুণৰ নাই শেষ! উত্তৰে হিমালয় পৰ্বত,দক্ষিণে ব্ৰহ্মদেশ; পূৱে আছে চীনদেশ,পশ্চিমত বঙ্গদেশ! মহাবাহু ব্ৰহ্মপুত্ৰ মাজে গৈছে বৈ; ভৰ বাৰিষাত উপচি পৰে নৈ-উপনৈ! নানান জাতিৰ বহু ভাষা আছে অসমত; অনৈক্যৰ ...

Read More »

ফাৰ্ষ্ট ভিজুৱেল

ৰাণাজ্যোতি নেওগ হঠাৎ মোবাইল ফোনটো বাজি উঠিল। বিপৰীত দিশৰ পৰা অহা ফোন কলটো পাই সাংবাদিক নেওগ বিচলিত হৈ পৰিল। লিডুৰ পাটকাই পাহাৰৰ পাদদেশত অৱস্থিত এ এন ই নামৰ মাইনিং কোম্পানীটোৰ দুৰ্গম অঞ্চলত অৱস্থিত ৱৰ্কশ্বপৰ গাড়ীত এন এছ চি এন নামৰ ...

Read More »

চিৰসেউজ বিজু ফুকন: মৃত্যুয়ে যাক পাহৰাব নোৱাৰে

হিমাংশু ৰঞ্জন ভূঞা বিজু ফুকন। যাৰ বিষয়ে অসমৰ ৰাইজক নতুনকৈ কিবা কোৱাৰ প্ৰয়োজন হয়তু নাই, সেইজন চিৰসেউজ অভিনেতাই যোৱা ২২ নৱেম্বৰৰ বুধবাৰে সকলোকে কন্দুৱাই হঠাতে আঁতৰি গ’লগৈ কোনোবা অজান দেশলৈ। একেৰাহে পাঁচটা দশক অসমৰ চলচ্চিত্ৰ জগতক অভিনয়েৰে সমৃদ্ধ কৰি সৰ্বজন ...

Read More »

ভালপাঁও বুলি নকবা 

পিংকু কলিতা তুমি ভালপাঁও বুলি ক’লে মোৰ বুকুত কাঁইটে খুছে তুমি ভালপাঁও বুলি ক’লে ভায়াৱহ দিনৰ দুৰ্ভাৱনাই বুকুত শিল হৈ বহে কাকুটি কৰিছোঁ তোমাক ভালপাঁও বুলি নকবা মোক নকবা নকবা এনে ভূৱা আৰু মূল্যহীন কথা   কাকো নকবা । 

Read More »

ফেচবুক, অন্য এক পৃথিৱী

 জিণ্টুমণি ডেকা সাম্প্ৰতিক যুগত কি ৰজা, কি প্ৰজা নে আমোলাতন্ত্ৰ সকলো মাথোঁ এতিয়া অন্য এক পৃথিৱীৰ বাসিন্দা।   জন্মদিনৰ পৰা মৃত্যুবাৰ্ষিকীলৈ সমস্ত আশ্চৰ্য-ঐশ্চৰ্যৰ সম্ভেদ এতিয়া মাথোঁ এই পৃথিৱীৰ বুকুত প্ৰতিফলিত নাম যাৰ ফেচবুক।   নিয়মিত সময় নাই নিয়মিত কথা নাই ...

Read More »