শেহতীয়া
Home / সাহিত্য (page 28)

সাহিত্য

চেনেহী বিহুৰ সংকল্প

বিনয় কৃষ্ণ তামুলী ফুকন আজি তৃতীয় ব’হাগ কিন্তু ৰঙালী বিহুৰ চতুৰ্থ দিন৷ আজি “চেনেহী বিহু”৷ চেনেহী বিহু শিপিনী আৰু তাঁতশালৰ বিহু৷ ৰাতিটোৰ ভিতৰতে সূতা কাটি,উঘা লৈ, তাঁত লগাই, বৈ যুঁজলৈ যোৱাজনৰ বিজয় চিন্তি “কৱচ কাপোৰ” বৈ দিব পৰা, ছাঁতে শুকুৱা-মুঠিতে ...

Read More »

ছন্দ হেৰুৱাইছে নেকি বিহুৱে

বসন্তই কঢ়িয়াই আনে বিহুৰ বতৰা।কুলিৰ মাত¸ঢোল-পেঁপাৰ শব্দই ৰঙালীৰ উছাহ দুগুণে বঢ়ায়। ৰঙালী বিহুত প্ৰত্যেকজন অসমীয়াই উপভোগ কৰে এক নান্দনিক পৰিৱেশ¸এক মাদকতাপূৰ্ণ আনন্দ। কিন্তু সময় অথবা যুগৰ পৰিৱৰ্তনৰ লগে লগে তাহানিৰ বিহু আৰু বৰ্তমানৰ বিহুৰ মাজত বেছ তফাৎ আহি পৰিছে। চোতাল ...

Read More »

ৰাষ্ট্ৰীয় ৰাজনীতিত হঠাত্‍ গুৰুত্ব বৃদ্ধি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰথম খবৰৰ আছুতীয়া প্ৰতিবেদন ৰাষ্ট্ৰীয় ৰাজনীতিত হঠাত্‍ গুৰুত্ব বৃদ্ধি পাইছে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ২০১৫ চনৰ আগষ্ট মাহত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছতেই কেৱল ৰাজ্যিক প্ৰেক্ষাপটতেই নহয়, ৰাষ্ট্ৰীয় বিজেপি নেতৃত্বৰ মাজতো নিজৰ স্থিতি সবল কৰাত সমৰ্থ হৈছে হিমন্ত বিশ্ব ...

Read More »

সাৰে আছানে অসমীয়া

মমীতা গগৈ সাৰে আছানে অসমীয়া তুমি শুনিছানে তুমি অসমৰ স্বাধীনতা গান। পাইছানে তুমি নিৰীহ জনতাৰ গগন ফলা চিঞৰ,’আমাক মুক্তি লাগে’ পাৰিবানে আগুৱাব মুক্ত প্ৰাণেৰে। চেনেহৰ ভাই-ভনী, আই কি বোপাই কোনো বাদ পৰা নাই, আজলী গাভৰু জনীও ধৰ্ষিতা হ’ল পাইছানে দেখা ...

Read More »

ছাইন’ এট্ৰিয়েল নোডৰ ভগৱান

: অনুৰণন আদিত্য : মেহেক আৰোৰাৰ একৈছটা মিছ্ড কল। ছোৱালীজনী প্ৰকৃততে ক’ৰ, ছোৱালীজনীৰ সৈতে মোৰ সম্পৰ্ক কি, সেয়া কুঁৱলি। অথচ তাইৰ সৈতে মোৰ যে সম্পৰ্ক এটা আছে সেয়া স্পষ্ট। শীতৰ কোনো কুৱাচ্ছন্ন ৰাতিপুৱা লোৱা লেণ্ডস্কেপ ফটোৰ লঠঙা গছৰ দৰেই মোৰ ...

Read More »