শেহতীয়া
Home / সাহিত্য (page 3)

সাহিত্য

কোনোবা আলোকিত হ’বলৈ জ্বলিবই লাগে কোনোবা

হিমাক্ষী বৰুৱা : তুমি আলোকিত হ’বলৈ মোক জ্বলাই দিব পাৰা মই জ্বলি শেষ হ’ম তুমি পোহৰ উপভোগ কৰিবা পোহৰবোৰো বৰ অদ্ভুত অ’ কোনোবা আলোকিত হ’বলৈ কোনোবা জ্বলিব লাগে পোহৰতকৈ আন্ধাৰেই ভাল আন্ধাৰত নাথাকে অসমতা পোহৰৰ ছাঁ-প্ৰচ্ছায়াৰ খেলা এদিন, মই পোহৰৰ ...

Read More »

বাটবোৰ খুলি দিওঁ দিয়া

বৰ্ষাজ্যোতি দাস : বাট এৰি আমি আওবাটে গ’লোঁ মাত এৰি আমি অমাত হ’লোঁ সমাজে মাজে মাজে বিন্ধে বুকুৰ সোঁমাজে আমি ছন্দহীন হৈ ঘুৰ্মুটিয়াও অৰঙে-দৰঙে এই যে পৃথিৱীৰ সেউজীয়াবোৰ আমাৰ বাবে অধিক সেউজীয়া হৈ পৰিছিল এই যে বিবৰ্ণ পথবোৰ, পথাৰবোৰ বৰ্ণময় ...

Read More »

ডেৰকুৰি কবিৰ কবিতাৰে মুখৰিত মাৰ্ঘেৰিটা, বৰ্ণালী গগৈৰ কবিতা সংকলন মোৰ বুকুৰ নীলা চৰাই উন্মোচন

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ নৱগঠিত মহিলাৰ এটি অগ্ৰণী অনুষ্ঠান পাটকাই কবি চক্ৰৰ উদ্যোগত আজি মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাকক্ষত এটি মনোগ্ৰাহী কাব্যানুষ্ঠান অনুষ্ঠিত হৈ যায়। বিশিষ্ট সাহিত্যিক,কবি ডঃ ৰঞ্জিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত কবিতা অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ...

Read More »

প্ৰেমৰ চিঠি: মৰমৰ দিক্ষু, মৰমেৰে গীতালি

অনুৰণ গগৈ: মৰমৰ দিক্ষু, ঐ, ভালে আছাতো? তুমি কিন্তু সঁচাকৈয়ে বৰ বেয়া হৈ পৰিছা। ও… চিধাচিধি ক’বলৈ হ’লে চোৰ। মই লক্ষ্য কৰিছোঁ মোৰ বুকুৰ ভিতৰত হৃদয়খন নাই। ক’ত থৈছা তুমি চুৰি কৰি নি? এতিয়া মোৰ হৃদয়ৰ শূন্যতাত কেৱল গান। তোমাৰ ...

Read More »

ভেলেন্টাইন

কৃষ্ণাংগ সাউদ তোমাক কথাষাৰ কৈ দিও বুলি পুৱাৰে পৰা কলেজ গেটৰ সন্মুখত ঠিয় দি ৰলো৷ ৰমিঅ’ মই, দেখাজনৰ মনত প্ৰেমিক পাগল৷ হাঃহাঃহাঃ কওঁক পাগল নতুবা আৰু কিবা মই যে বলিয়া মাথো তোমাৰ নামত ৷ দুৰৈৰ পৰা দেখিলো তুমি একেদৰেই উজলিছা ...

Read More »

নীলপৱন-দীপালী: ভালপোৱাৰ সৈতে এটা আবেলি

যি বাটেৰে আহিছা সেই বাটেৰে উভতি যাবা? কাজল প্ৰিয়া (শ্ৰদ্ধাৰ বৰেণ্য শিল্পীযুগল নীলপৱন বৰুৱা ছাৰ আৰু দীপালী বৰঠাকুৰ বাইদেউৰ সৈতে এটি জীপাল আবেলি) সম্ভ্ৰান্ত অঞ্চলটোৰ সকলোবিলাক আবাসেই কংক্ৰিটৰ অট্টালিকা। তাৰ মাজতে ঘৰ ঘৰ যেন লগা ঘৰ এটা। ঘৰ নহয়, ঠিক ...

Read More »

সামৰণি পৰিল ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: অৱশেষত সামৰণি পৰিল ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ। কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ পৃষ্ঠপোষকতাত নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া তথা অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজিত এই সাহিত্য উৎসৱত যোৱা দুদিন দেশ-বিদেশৰ আমন্ত্ৰিত লেখক সাহিত্যিকসকলে ...

Read More »

নাঙঠ বুকুৰ ৰঙা কেকটাছ

পুনৰ পেনিলোপ নাথ তোৰ বুকুত.. ইম্মান তেজ কৰ পৰা লাগিল ঐ কাইপং … সাৰে ৰ’লো গোটেই কেইটি প্ৰহৰ তোৰ নিথৰ দেহটোত সাৱটি.. হাতনি পেৰাত তোলৈ সাঁচি সাঁচি অনা সুখৰ সুৰবোৰেৰে তই পানচনা গালি… লগত বিষাদ বাঁহীৰ সুৰ.. চেগুন পাতৰ আঁৰে ...

Read More »

নাঙঠ বুকুৰ ৰঙা কেকটাছ

পুনম পেনিলোপ নাথ: তোৰ বুকুত.. ইমান তেজ ক’ৰ পৰা লাগিল ঐ কাইপং … সাৰে ৰ’লো গোটেই কেইটি প্ৰহৰ তোৰ নিথৰ দেহটোত সাৱটি.. হাতনি পেৰাত তোলৈ সাঁচি সাঁচি অনা সুখৰ সুৰবোৰেৰে তই পানচনা গালি… লগত বিষাদ বাঁহীৰ সুৰ.. চেগুন পাতৰ আঁৰে ...

Read More »

ব্লাডী ৰোজ ডে্..

পুনম পেনিলোপ নাথ আজি হেনো ৰোজ ডে্ এপাহি গোলাপৰ মুল্য আজি ইমান বেছিনে….? ৰোজ ডে্ ফুলপাহৰ জীৱন কাল কিমান ছেকেণ্ড ….. কেইঘন্টা সতেজ থাকিব এইপাহ গোলাপ এদিন, এমাহ, এবছৰ নে জীৱন ব্যাপি থাকিব এই গোলাপৰ সুগন্ধ….। মই যোৱাবছৰ গোলাপৰ বিছনাত ...

Read More »