শেহতীয়া
Home / সাহিত্য (page 4)

সাহিত্য

মাজুলীৰ ৰাসক বৃহৎ উদ্যোগ ৰূপে গঢ়ি তোলক, চৰকাৰে কমলাবাৰীত ৰাস চাই অনুভৱ হ’ল

কৃষ্ণ ভূঞা: মধুময়, মায়াময় হৈ পৰিছিল প্ৰতিটো নিশা। শৰতৰ বিতোপন পৰিৱেশত গকুল, মথুৰা, বৃন্দাবন হৈ পৰিছিল মাজুলীৰ প্ৰতিখন ৰাসথলী। যিকোনো স্থানৰ পৰা গুঞ্জৰিত হৈ অহা ৰাসৰ গীত বোৰে উতলা কৰি ৰাখিব পাৰিছিল মাজুলীবাসীৰ লগতে বৃহৎ আধ্যাত্মিক মহোৎসৱ উপভোগৰ বাবে অহা ...

Read More »

শৰত

✍🏻 বিউতি বৰুৱা বৰা   শৰতৰ শেৱালি ফুলাৰ প্ৰাক মূহুৰ্তত নূপুৰৰ, জুনুক জুনুক শব্দ যত মই উন্মুক্ত হৈ পৰিছিলো শৰতৰ সুৱাস পায় যৌৱনত পথৰ••••• সন্ধান বিচাৰি হাবাথুৰি খাইছিলো; অন্তত : শৰতৰ নূপুৰৰ শব্দ বহুত দূৰৈত ৰিণি ৰিণি বাজে জুনুক জুনুক ...

Read More »

মোৰ প্ৰেম আৰু অনিশ্চয়তা

দেৱপ্ৰসাদ মেছ কমাৰগাওঁ তোমাৰ প্ৰেমৰ ৰাগীত অভ্যস্ত হৈ পৰিছো মই ক্ৰমশঃ ..থিক তেনেকৈ সাগৰৰ ধুমুহাত অভ্যস্ত হৈ পৰা নাওখনৰ দৰে… আজি তুমিবিহীন শাব্দীক বিনিময়ৰ নিশাতো বৰ ধূসৰ হৈ পৰিব , কাৰণ উজাগৰী নিশা সপোন ৰচিবলৈ ,তোমাৰ আব্দাৰ অভিমানবোৰ শুনিবলৈ …তুমি ...

Read More »

পাহৰিব নোৱাৰোঁ তোমাক

সৌৰভ জ্যোতি গোস্বামী: বহু চেষ্টা কৰিলো পাহৰিব পাৰো নেকি তোমাক, কিন্তু নোৱাৰিলো কি যে হ’ল ক’ব নোৱাৰো। মোৰ সকলো আশা তোমাৰ বাবেই আছিল, তুমি কেতিয়াও নুবুজিলা মোক। আগুৱাবলৈ প্ৰেৰণা দিছিলা তুমি; পথভ্ৰষ্ট হৈ আছিলোঁ মই, পথ দেখুৱাইছিলা তুুমি ! নোপোৱাৰ ...

Read More »

ইতিহাসত ৰাধাক ভুলভাৱে প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহ’ব: ঐক্য সেনা

ৰাধা বিতৰ্কৰ সৈতে জড়িত হৈ আছে ঐক্য সেনা অসম নামৰ সংগঠনটো। নীলিম আকাশ কাশ্যপৰ ৰাধাৰ বিৰুদ্ধে ওলাই অহা সংগঠনটোৰ কেন্দ্ৰীয় কমিটীৰ নেতা কমল কুমাৰৰ সৈতে প্ৰথম খবৰৰ এক আছুতীয়া সাক্ষাৎকাৰ। প্ৰথম খবৰ: শেহতীয়াকৈ আপোনালোকে এখন উপন্যাসৰ বিৰুদ্ধে আৰক্ষী থানাৰ দুৱাৰত ...

Read More »

নষ্ট কৰি দিয়া হৈছে ‘ৰাধা’ৰ আটাইবোৰ কপী

নিউজ ডেস্ক, প্ৰথম খবৰ: ইতিমধ্যে নষ্ট কৰি দিয়া হৈছে ৰাধাৰ আটাইবোৰ কপী। বনলতাৰ প্ৰকাশক প্ৰদ্যুত হাজৰিকাই এই কথা প্ৰকাশ কৰিলে প্ৰথম খবৰৰ আগত। উল্লেখ্য যে ঐক্য সেনা অসমে প্ৰথম খবৰৰ আগত অভিযোগ তুলিছিল যে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা নীলিম আকাশ ...

Read More »

বেকড’ৰ বেষ্টছেলাৰ ‘ৰাধা’

নিউজ ডেস্ক, প্ৰথম খবৰ: তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ পাছত নীলিম আকাশ কাশ্যপৰ ‘ৰাধা’ নামৰ উপন্যাসখনৰ বিক্ৰী বন্ধ কৰা বুলি বনলতা প্ৰকাশন গোষ্ঠী আৰু লেখকে স্পষ্ট কৰি দিছিল যদিও কাৰ্যতঃ বিক্ৰী বন্ধ হোৱা নাই ‘ৰাধা’ৰ। এতিয়াও ১৯ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত উপন্যাসখন ...

Read More »

কলম এৰি সংসাৰৰ দায়িত্ব ল’ব বিতৰ্কিত ‘ৰাধা’ৰ স্ৰষ্টা নীলিমে

শেহতীয়াকৈ ঊনবিংশ উত্তৰ-পূব গ্ৰন্থমেলাৰ সময়ছোৱাত বিতৰ্কৰ মাজত সোমাই পৰিছে এখন উপন্যাস। ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগেৰে কেইবাটাও দল-সংগঠনে ‘ৰাধা’ৰ বিৰুদ্ধে গোচৰ তৰিলে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কলকাতাতো ‘ৰাধা’ৰ বিৰুদ্ধে গোচৰ তৰা হ’ল। উপন্যাসখনেহে অসমৰ হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া সম্প্ৰীতিত ভাঙোন অনাৰ অভিষন্ধি ...

Read More »

প্ৰচলন বন্ধ কৰিলে নীলিম আকাশ কাশ্যপৰ ‘ৰাধা’ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিৰ্তকৰ পিছত প্ৰচলন বন্ধ কৰিলে লেখক নীলিম আকাশ কাশ্যপৰ ‘ৰাধা’ নামৰ গ্ৰন্থখনিৰ। এই সম্পৰ্কে ‘প্ৰথম খবৰ’লৈ দিয়া এক প্ৰেছ বিজ্ঞপ্তিত লেখক নীলিম আকাশ কাশ্যপে জনাইছে যে, দৰাচলতে ‘ৰাধা’ এখন কাল্পনিক সামাজিক উপন্যাসহে, যি কথা উপন্যাসখনত একাধিকবাৰ লিখা ...

Read More »

কিয় ইমান নিৰাশ আজি

সৌৰভ জ্যোতি গোস্বামী: এই জীৱন বৰ অনুপম এই জীৱনত আশা যিমান নিৰাশাও হয়তো সিমানেই। জীৱনে হহুৱায়, জীৱনে কন্দুৱায়, জীৱনে বাস্তৱৰ লগত মুখামুখি হ’বলৈ শিকায়। সকলোৰে আশা থাকে, কিবা এটা পোৱাৰ; কিবা এটা হোৱাৰ। প্ৰতিদিনে আহে ন-ন চিন্তা আগুৱাই যোৱাৰ, প্ৰাপ্তিৰ ...

Read More »