শেহতীয়া
Home / সাহিত্য (page 5)

সাহিত্য

৩০ অক্টোবৰ, এক কলা অধ্যায়

ছফিক উদ্দিন আহমেদ ফিৰুজা ৰহিমৰ ঘৈণীয়েকে ৰহিমক মাত লগালে–শুনছেন আইটে বেলা গেদাৰ নিগা গেঞ্জী নিয়া আহেন | কথাখিনি শুনি ৰহিম ৰিক্সা লৈ উলাই গ’ল|        সেই একেই মহানগৰী সেই একেই কোলাহল,একেই ব্যস্ততা ,সকলোৱে নিজৰ কামত ব্যস্ত কাৰো যেন ...

Read More »

 প্ৰাণকেন্দ্ৰৰ কান্দোন

কল্পজ্যোতি শইকীয়া: সুন্দৰ ৰ’দজাক ঢাকি নামি আহিল কলিয়া ডাৱৰ বিস্ফোৰণ নামৰ অসুৰৰ তাণ্ডৱ লীলাত চুৰ্ণ-বিচুৰ্ণ হাত-ভৰি-মূৰ-শৰীৰ। দোকান-পোহাৰ, বাইক-মটৰ আগুৰি ধৰিলে জুইৰ লেলিহান শিখাই কেঁচা তেজৰ ৰঙা নদী বোৱাই উকা কৰিলা দেশমাতৃৰ শীতল কোলা। তপ্ত শোণিতেৰে লুটুৰি-পুতুৰি নিঠৰ দেহ য’তে-ত’তে অসহায় ...

Read More »

বাট দেখুৱাবলৈ হাত এখন আগবঢ়াই দিওঁ আহক

মাচুমা খান আজি অসমৰ জলন্ত সমস্যা বুলিলে প্ৰথমেই সকলোৰে মনলৈ অহা সমস্যাটোৱেই হ’ল ‘বাংলাদেশী সমস্যা’৷ কিন্তু বাংলাদেশীৰ নামত আজিৰ দিনত স্বদেশী হোৱাৰ পিছতো এটা জনগোষ্ঠীক বাৰে বাৰে হাৰাশাস্তি কৰা হৈছে৷ আচলতে মই মোৰ জনগোষ্ঠীটোৰ কথা ক’বলৈ বিচাৰিছোঁ৷ মই মিঞা। বুজা ...

Read More »

যৌনতা

পুনম পেনিলোপ নাথ   অপ্ৰাপ্তিৰ অন্তত.. অপ্ৰত্যাশিতভাৱেই অহা.. বৰষুণজাকৰ সৈতে.. আপোনাৰো আগমন মোৰ চুবুৰীত.. নিৰৱতাৰ অন্তত মোৰ বুকুত পৰিল.. এটোপাল পানী… উৎস আপোনাৰ দুচকু… সুধিলো.. ইমান দিনৰ পিছত আজি আকৌ কিয় এই ভাওনা?.. মৌন আপুনি.. কাতৰ দুচকুয়ে যেন.. বহু কথাই ...

Read More »

হতাশ

কংকনা দাস হতাশগ্ৰস্ত মই চাৰিওফালে কেৱল অন্ধকাৰ, ঘনকলা উৰনিয়ে আৱৰি ধৰিছে যন্ত্ৰণাৰ ঢৌবোৰে উটি-ভাহি পেলাইছে। স্তব্ধতাৰ নৈত হতাশাত লিপ্ত চাদৰখনো বাৰে বাৰে বেদনাৰ বতাহ জাকত উৰিছে। কাতৰ দৃষ্টিৰে মোক চাইছে নিৰুদ্দিষ্ট মোৰ সুখবোৰ কোনোবাই দেখিছে নেকি? নিৰুৰ্দ্দেশ সুখৰ মুহূৰ্তবোৰ নিৰৱতাৰ ...

Read More »

শৰৎ

বিউতি বৰুৱা বৰা: শৰতৰ শেৱালীৰ ফুলাৰ প্ৰাৰ্গ মূহুৰ্তত নূপুৰৰ, জুনুক জুনুক শব্দ যত মই উন্মুক্ত হৈ পৰিছিলো শৰতৰ সুৱাস পায় যৌৱনত পথৰ…….. সন্ধান বিচাৰি হাবাথুৰি খাইছিলো। অন্ততঃ শৰতৰ নূপুৰৰ শব্দ বহুত দূৰৈত ৰিণি ৰিণি বাজে জুনুক জুনুক কানপাতি শুনি ৰওঁ ...

Read More »

বিচৰা সপোনবোৰ

কংকনা দাস: বিচৰা সপোনবোৰ পূৰ্ণ হয় জানো স্বাগতম তোমাক, বিষাদ বিননিৰ সুৰহীন গান স্বপ্নময় অবোজ বেদনা, তোমাৰ অচিনাকি ঠিকনা। সপোনৰ বন্দৰত আমি চিনাকি পথৰ সন্ধানত, উৰা মাৰিব নেকি সপোনবোৰ কেনিবা অজান স্থানলৈ। তুমিনো আৰু কিমান ৰং চাবা মোৰ আকুলতাৰ, বিচৰা ...

Read More »

ধৰাই কান্দিছে

কৃষ্ণাংগ সাউদ: ধোঁৱা ধোঁৱাৰে বেনামী চহৰ বিলাসীৰ বিলাসীতাত শব্দৰ মহাৰণ….. শূণ্য সফলতাত ধৰাত ধোঁৱাৰ আৱৰণ । এতিয়া ধোঁৱা বায়ুৰ অদৃশ্য মহাৰণ শোকত ধৰাৰ কান্দোন। উশাহহীনতাত নিগৰিছে এই কান্দোন। ।

Read More »

উজ্জ্বলতা

কৃষ্ণাংগ সাউদ: নিয়ৰৰ আৱৰণত সন্ধিয়াটো তেনেই সেমেকা …….. জোনবাইৰ আজি জিৰণি লোৱাৰ সময় । চাকিৰ পোহৰে উজ্জ্বলোৱা সন্ধিয়া ক্ৰমাৎ ৰঙচুৱা। এইয়া পোহৰৰ সন্ধিয়া দেৱালীৰ সন্ধিয়া।।।

Read More »

কলিজাৰ দাগ

অৰুণ বৰুৱা নিসংগতাই বাট ভেটি ধৰা সন্ধিয়াত বিষাদৰ বতৰা লৈ সোমাই আহিছে কলিজালৈ এজাক ধূসৰিত জোনাক বুকুত বাজিছে তানপুৰা…. এনেয়ে ভাগৰুৱা দুখৰ বোজা বৈ আৰু যন্ত্রনা নিদিবি মোক তই অভিমানী হৈ তোৰ আঁচলেৰে ভেটিব নোৱাৰ যদি মোৰ আশাহত ঠিকনা প্ৰতিশ্ৰুতিৰ ...

Read More »