শেহতীয়া
Home / স্বাস্থ্য

স্বাস্থ্য

কেনেদৰে মালিচ কৰিব নৱজাতকক নৱজাতকৰ আগমনৰ লগে লগে পৰিয়ালৰ সকলো ব্যস্ত হৈ পৰে শিশুটিক লৈ । এইক্ষেত্ৰত নৱজাতকটিৰ যত্ন সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়। নৱজাতকৰ শৰীৰৰ যতন লওঁতে সদায় চিকিতসকৰ পৰামৰ্শহে গ্ৰহণ কৰা উচিত। যদি চিকিৎসকে মালিচ কৰিবলৈ অনুমতি দিয়ে, তেতিয়াহে মালিচ দিব ...

Read More »

বেছিদিনলৈ মাতৃদুগ্ধ পান কৰা শিশুৰ দাঁতৰ সমস্যা অধিক

হেল্থ ডেস্ক, প্ৰথম খবৰ: বেছি দিনলৈ মাতৃদুগ্ধ পান কৰা শিশুৰ দাঁতৰ সমস্যাত ভোগাৰ প্ৰৱণতা অধিক। শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। দুবছৰ বা ততোধিক বয়সলৈকে দুগ্ধপান কৰা শিশুৱে দন্তক্ষয় বা দাঁত পোকে খোৱা সমস্যাত ভুগিব পাৰে। অষ্ট্ৰেলিয়াৰ এডেলেইড বিশ্ববিদ্যালয়ৰ ...

Read More »

মই পৰী ডেকাই কৈছোঁ

পৰী ডেকা শৰীৰৰ মেদ মানে শৰীৰৰ চৰ্বিভাগক বুজোৱা হয়। পুৰুষ আৰু মহিলাৰ বিভিন্ন কাৰণত মেদ বৃদ্ধি পাব  পাৰে। প্ৰথমতে, মেদ বৃদ্ধিৰ প্ৰধান কাৰণ হ’ল বংশগত। বংশগতভাৱে মেদ বৃদ্ধি হোৱাৰ পৰা সাধাৰণতে কোনো ব্যতিক্ৰম দেখা নাযায়। কিন্তু নিজৰ মানসিক বল আৰু ...

Read More »

সুন্দৰীৰ নাসিকা গৰ্জন! কি কয় বিশেষজ্ঞই?

হেল্থ ডেস্ক, প্ৰথম খবৰ: ধৰি লোৱা হওঁক, দিনটোৰ ব্যস্ততাৰ পিছত আপুনি সুন্দৰকৈ টোপনি মাৰিবলৈ চেষ্টা কৰিছে। কিন্তু আপোনাক কাষত স্বামীয়ে আৰম্ভ কৰি দিছে নাসিকা গৰ্জন। এনে অৱস্থাত আপোনাৰ খঙে চুলিৰ আগ নাপায়নে? ঠিক আছে বাৰু, আপোনাৰ শোৱাৰ সময়ত আপোনাৰ স্বামীৰ ...

Read More »

কিয় বিষণ্ণতাত ভোগে যুৱচামে?

বৰ্ষাজ্যোতি দাস বিভিন্ন শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতেই দেখা যায় বিষণ্ণতাৰ প্ৰভাৱ। কিন্তু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ প্ৰৱণতা বেছি। ডাঃ নাহিদ মাহজাবিন মোৰছেদৰ মতে বৰ্তমান প্ৰতিযোগিতামূলক দৃষ্টিভংগী ইয়াৰ অন্যতম কাৰণ। পঢ়া-শুনাৰ ক্ষেত্ৰতেই যথেষ্ট মানসিক চাপত ভোগে আজিৰ প্ৰজন্ম। ছাত্ৰ-ছাত্ৰীৰ ওপৰত যথেষ্ট পৰিমাণে ...

Read More »

টিভি হ’ব পাৰে শিশুৰ ডায়েবেটিছৰ কাৰক

বৰ্ষাজ্যোতি দাস এক গৱেষণাত প্ৰকাশ পোৱা মতে অধিক পৰিমাণে টিভি চোৱা শিশু আক্ৰান্ত হ’ব পাৰে মধুমেহ বা ডায়েবেটিছ ৰোগত। প্ৰতিদিনে তিনি ঘণ্টা বা তাতোকৈ অধিক সময় টিভি নাইবা মোবাইলৰ স্ক্ৰীণত চাই থাকিলে শিশুৰ শৰীৰত ইনছুলিনৰ নিঃসৰণৰ পৰিমাণ অসমতুল হ’ব পাৰে। ...

Read More »

ঋতুস্ৰাৱ সমস্যাৰ সমাধান

বৰ্ষাজ্যোতি দাস সাম্প্ৰতিক কালত সকলো ক্ষেত্ৰতেই পুৰুষৰ সমানেই আগবঢ়া নাৰী। বিজ্ঞান-প্ৰযুক্তি, ৰাজনীতি, অভিনয় আদিকে ধৰি সকলো ক্ষেত্ৰতেই বৰ্তমান মহিলাৰ অৱদান শলাগিবলগীয়া। কিন্তু কোনো কোনো সময়ত প্ৰতিগৰাকী স্বাধীন মহিলাই যেন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ই সমস্যা ব্যক্তিগত সমস্যা। হয়, ক’ব ...

Read More »