শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ডুবাইত জীৱন নাট সামৰিলে শ্ৰীদেৱীয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লোৱাৰ বাবে ডুবাইত উপস্থিত হৈছিল বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱী। কিন্তু এই যাত্ৰাই শেষ যাত্ৰা হ’ল কিংবদন্তি অভিনেত্ৰীগৰাকীৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলতেই মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। ...

Read More »

ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে বন্ধ কৰিব লাগিব সকলো নিৰ্বাচনী প্ৰচাৰঃ অভিজিৎ সিনহা 

ঊষা জিলাৰ পৰা অজয় শইকীয়া, নগাবাটঃ  ক্ৰয়োদশ নগালেণ্ড বিধান সভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন। ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব লগা এই নিৰ্বাচনৰ বাবে বৰ্তমান সকলো ৰাজনৈতিক দলৰে প্ৰচাৰ তুংগত উঠিছে। সমান্তৰালকৈ নগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই ৰাজ্যখনত স্বচ্ছ আৰু ...

Read More »

জিএনএলৰ সেনাধক্ষ্যৰ সন্ধান দিওতালৈ দহ লাখ টকাৰ পুৰস্কাৰ ঘোষণাৰ পিছতেই প্ৰচণ্ড গুলীত নিহত মুখ্য সেনাধক্ষ্য

প্ৰথম খবৰ,হাটছিঙিমাৰীঃ যোৱা এসপ্তাহ পূৰ্বে চুবুৰীয়া ৰাজ্য মেঘলায়ৰ পূব গাৰো পাহাৰ জিলাত জিএনএলএ  নামৰ উগ্ৰপন্থী সংগঠনটোই এন চি পিৰ এগৰাকী প্ৰাৰ্থী সহ মুঠ চাৰিজন লোকৰ ওপৰত আইইডি বিস্ফোৰণ ঘটোৱাৰ উপৰিও নিৰ্বিচাৰ গুলী বৰ্ষণ কৰি হত্যা কৰাৰ পিছত উগ্ৰপন্থী সংগঠনটোৰ সেনাধক্ষ্যৰ ...

Read More »

গামোচাঃ অসম বনাম অন্ধ্ৰপ্ৰদেশ

নিউজ ডেস্ক,প্ৰথম খবৰঃ ৰাজ্যত যেন থলুৱা গামোচা নিশেষ হোৱাৰ পথত। অন্ধ্ৰপ্ৰদেশৰ আমদানিকৃত গামোচাৰে ভৰি পৰিছে অসমৰ বজাৰ। যি সময়ত তাঁতশালত শিপিনীসকলে কষ্ট কৰি গামোচা বুই বজাৰত গৈ মুখঠেকেচা খাইছে সেই সময়তে আমদানীকৃত গামোচাই দখল কৰিছে অসমৰ বজাৰ। এই আমদানীকৃত গামোচা ...

Read More »

দিল্লীৰ মুখ্যমন্ত্ৰীৰ গৃহত আৰক্ষীৰ অনুসন্ধান

নিউজ ডেস্ক, প্ৰথম খবৰ: দিল্লী চৰকাৰৰ মুখ্য সচিব অংশু প্ৰকাশক মাৰপিট কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰামৰ্শদাতাৰ মন্তব্যৰ পিছত শুক্ৰবাৰে তদন্ত ৰ বাবে মুখ্যমন্ত্ৰীৰ আবাসগৃহত প্ৰবেশ কৰে আৰক্ষী। মুখ্যমন্ত্ৰীৰ আবাসগৃহত সংলগ্ন মুঠ ২১ টা চি চি টিভি কেমেৰা আৰক্ষীয়ে বাজেয়াপ্ত ...

Read More »

দিল্লীত কানাডাৰ প্ৰধানমন্ত্ৰী

নেচনেল ডেস্ক,প্ৰথম খবৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ আজি দিল্লীত উপস্থিত হয় কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড৷ উল্লেখ্য যে, এই দুইগৰাকী নেতাৰ সাক্ষাতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি দেশবাসীয়ে আশা কৰিছে৷

Read More »

পুনৰ ছেমি ফাইনেলত এমচি মেৰীকম

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰঃ বুলগেৰিয়াৰ ছফিয়াত অনুষ্ঠিত হোৱা ষ্ট্ৰেণ্ডজা মেম’ৰিয়েল বক্সিং টুৰ্ণ্টামেণ্টৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে মণিপুৰৰ বক্সাৰ এম চি মেৰীকম৷ উল্লেখ্য যে, পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ বক্সাৰ এমচি মেৰীকমে ৰোমানিয়াৰ বক্সাৰ ষ্টেলুটা দুটাক পৰাস্ত কৰি প্ৰৱেশ কৰে ছেমিফাইনেলত৷

Read More »

ত্ৰিপুৰাত পুনৰ ভোটগ্ৰহণ,ঘোষণা নিৰ্বাচন আয়োগৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ ত্ৰিপুৰাৰ ৬টা সমষ্টিৰ ৬টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ আৰম্ভ হ’ব। যোৱা ১৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ হৈ যোৱা ত্ৰিপুৰাৰ ৬টা সমষ্টিৰ ৬টা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতি ধৰা পৰিছিল। ইয়াকে লৈ শাসকীয় দল চিপিএম, কংগ্ৰেছে দলে অভিযোগ উত্থাপন কৰিছিল বিজেপিৰ ...

Read More »

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত ডকাইত হাৰেজ আলীক

নিউজ ডেস্ক, প্ৰথম খবৰঃ পশ্চিমবংগৰ শিলিগুৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল কুখ্যাত ডকাইত হাৰেজ আলী। শিলিগুৰি থানাত ৰুজু হোৱা ৯০/২০১৮ গোচৰ নম্বৰ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাত আজি আলীক শিলিগুৰি আৰক্ষীয়ে কমাৰকুছি আৰু নলবাৰী আৰক্ষীৰ সহযোগত বৰভাগৰ ৰাইমাধাস্থিত নিজ বাসগৃহৰ পৰা ...

Read More »

জিঅ’য়ে উত্তৰ প্ৰদেশত ৩ বছৰত বিনিয়োগ কৰিব ১০ হাজাৰ কোটি টকা

নিউজ ডেস্ক,প্ৰথম খবৰঃ নৰেন্দ্ৰ মোডীয়ে বুধবাৰে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলন ২০১৮ৰ শুভাৰম্ভ কৰে। পোন প্ৰথমতে আম্বানীয়ে ভাষণ ৰাখি ভাষণত উল্লেখ কৰে যে, জিঅ’য়ে উত্তৰ প্ৰদেশত আগন্তুক ৩ বছৰৰ ভিতৰত ১০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। সন্মিলনখন ...

Read More »