শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয়

চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাক খুমটাই চিনাতলীত সম্বৰ্ধনা

প্ৰথম খবৰ,খুমটাই:বহ্নিমানৰ যোগেদি অসমীয়া ছৱিজগতত এক বিশেষ স্থান দখল কৰা চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাক তেওঁৰ জন্মস্থান খুমটাই চিনাতলীত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিনাতলী উচ্চ মাধ্যমিক বিদ্যালয় আৰু প্ৰয়াস নামৰ স্বেচ্ছাসেৱী সংগঠনে সম্বৰ্ধনা জনায়। আজি সম্বৰ্ধনা অনুষ্ঠানত শিক্ষাগুৰু সকলৰ উপৰিও বৰাৰ ...

Read More »

আমেৰিকাত ভীষণ ঠাণ্ডাৰ ফলত বিপৰ্যস্ত জনজীৱন

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ:বিশ্বৰ সকলোতকৈ ধনী দেশ আমেৰিকাত এতিয়া ভীষণ ঠাণ্ডাৰ প্ৰকোপ।দেশখনৰ বিভিন্ন অঞ্চল বৰফাবৃত হোৱাৰ লগতে ইতিমধ্যে বহু লোকৰ মৃত্যু হোৱা বুলিও জানিবপৰা গৈছে।বহু ৰাজ্যৰ পৰিস্থিতি প্ৰতিকূল হোৱাৰ বাবে তেনেবোৰ ঠাইত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থাৰ। আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ ...

Read More »

বিশ্বৰ সকলোতকৈ দামী ভোদকা বটল চুৰি

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ:বৰ্তমান সময়ত কিছুসংখ্যকৰ বাবে সুৰাপান এক বৃত্তি হিচাপে পৰিগণিত হৈছে।বহুতে আকৌ যুগৰ লগত চলিবলৈ পান কৰে এই বিশেষ পানীয়।ভোদকাও হৈছে তেনে এবিধ পানীয়। এই ভোদকাৰ দাম বাৰু কিমান হ’ব পাৰে!!কিছুসংখ্যকে যিহেতু পান কৰে এই বিশেষ পানীয়বিধ, হয়তো ...

Read More »

সূদূৰ মালেয়ছিয়াত আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হ’ল অসম সন্তান হিৰণ্য

বিহালীৰপৰা অম্লান কাশ্যপ চাহা,প্ৰথম খবৰ:যোৱা ২৭ ডিচেম্বৰ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰ হিৰণ্য হাজৰিকা মালেয়ছিয়ালৈ উৰা মাৰিছিল এক গুৰুত্বপূৰ্ণ সন্মিলনত ভাগ ল’বলৈ। উল্লেখযোগ্য যে,উক্ত সন্মিলনত হিৰণ্যই একমাত্ৰ ভাৰতীয় প্ৰতিনিধি হিচাপে আমন্ত্ৰণ পাইছিল।হিৰণ্যই বিশ্ব শান্তিৰ বাবে যুৱ সমাজৰ কৰণীয়ৰ ওপৰত ...

Read More »

 কেনিয়াত মানৱ সৰবৰাহ চক্ৰৰ পৰা ৩ জনী ভাৰতীয় সহ ১০ জনী ছোৱালী উদ্ধাৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:ভাৰত চৰকাৰে কেনিয়াৰ মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা দহজনী ছোৱালীক উদ্ধাৰ কৰে,ইয়াৰ মাজত সাতজনী ছোৱালী নেপালৰ।যোৱা শুক্ৰবাৰে এই কথা উল্লেখ কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে। তেখেতে কয় যে, এক দুষ্ট চক্ৰয় ছোৱালীবোৰক বিক্ৰী কৰিব কাৰণে বিদেশত লৈ গৈছিল। ...

Read More »

আজি পাকিস্তানত কুলভূষণক সাক্ষাৎ কৰিব মাতৃ-পত্নীয়ে

নিউজ ডেস্ক,প্ৰথম খবৰ: পাকিস্তানত  ফাঁচীৰ ক্ষণ গণি থকা কুলভূষণ যাদৱক অৱশেষত সাক্ষাতৰ বাবে সঁহাৰি জনাইছে পাকিস্তান চৰকাৰে। এই উদ্দেশ্যৰে পাকিস্তানত উপস্থিত হৈছেগৈ মাতৃ আৰু পত্নী। তেওঁলোকক এই সাক্ষাৎ কালত সংগ দিব পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্ত জে.পি সিঙে। উল্লেখ্য যে পাকিস্তানৰ ...

Read More »

বিশ্ববিখ্যাতৰ দৌৰত এশখন প্ৰতিষ্ঠানৰ আবেদন, বিশখন নিৰ্বাচিত

নিউজ ডেস্ক, প্ৰথম খবৰ: বিশ্বৰ সকলোতকৈ বিখ্যাত বিশ্ববিদ্যালয়সমূহত অন্তৰ্ভুক্ত হোৱাৰ বাবে এতিয়া দেশৰ বহুতো আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান সাজু হৈছে। চৰকাৰী তথ্য অনুসৰি, এশখন প্ৰতিষ্ঠানৰ আবেদনৰ ওপৰত ভিত্তি কৰি শেহতীয়াকৈ মাত্ৰ বিশখন প্ৰতিষ্ঠান নিৰ্বাচিত হৈছে। সাৰ্বজনীন ক্ষেত্ৰত দহখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, পচিশখন ...

Read More »

এটকাত কৰক বিমান যাত্ৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি বাৰু কিমান টকাত বিমান যাত্ৰা কৰিছে ???? আপোনাক দিব বিচাৰিছো এটা ভাল খবৰ। এতিয়া মাথো এটকাত কৰিব পাৰিব বিমান যাত্ৰা। বিশ্বাস কৰিবলৈ টান যদিও এই সুবিধা আপোনালোকলৈ আগবঢ়াব দেশৰ সকলোতকৈ সস্তীয়া বিমান কোম্পানী এয়াৰ ডেক্কানে। কোম্পানীটোৰ ...

Read More »

জলবিমানেৰে সম্ভৱপৰ হ’ব দিল্লী আগ্ৰা যাত্ৰা, মুম্বাইত সফল পৰীক্ষণ

নিউজ ডেস্ক, প্ৰথম খবৰ: জলবিমানেৰে সম্ভৱপৰ হৈ উঠিব দিল্লী আগ্ৰা যাত্ৰা। জনপ্ৰিয় কমখৰচী বিমান কোম্পানী স্পাইচজেটে মুম্বাইৰ গিৰগাওঁ অঞ্চলত এক সফল পৰীক্ষণৰ জৰিয়তে এই কথা সদৰি কৰে৷ উল্লেখ্য যে, এই বিমান পানী আৰু বতাহ দুয়োটাতে চলিব। এই পৰীক্ষণ জাপানৰ সেটোচী ...

Read More »

ম্যানমাৰত গ্ৰেপ্তাৰ ৰয়টাৰ্ছৰ ২ সাংবাদিক

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ম্যানমাৰৰ য়াংগুনৰপৰা ৰয়টাৰ্ছৰ দুজনকৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰিলে সুৰক্ষা বাহিনীয়ে। ইতিমধ্যে দেশখনৰ চৰকাৰী সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে। কিন্তু কি কাৰণত সাংবাদিক দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা এতিয়ালৈ সদৰি কৰা নাই। জানিব পৰা মতে, ৰহিংগীয়া সম্পৰ্কে ...

Read More »