শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় (page 2)

আন্তঃৰাষ্ট্ৰীয়

পঞ্জাৱৰ মহালীত বিস্ফোৰণ

স্পোটৰ্চ ডেস্ক, প্ৰথম খবৰ: আজি পঞ্জাৱৰ মহালীত এটি মহাবিস্ফোৰণ হয়। এই বিস্ফোৰণ কিন্তু কোনো সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ নহয়। এই বিস্ফোৰণ হ’ল ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ ৰহিত শৰ্মাৰ৷ উল্লেখযোগ্য যে পঞ্জাৱৰ মহালীত পে. টি. এম শৃংখলাৰ খেল অনুষ্ঠিত হয় আৰু উক্ত ...

Read More »

স্বামী স্ত্ৰীৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে সুমধুৰ হয় সাংসাৰিক জীৱন

অনুপম চৌধুৰী: সাংসাৰিক জীৱনৰ পাতনি মেলাৰ ক্ষেত্ৰত পাত্ৰ – পাত্ৰীৰ উচ্চতাক লৈ বিভিন্ন খেলিমেলি হোৱা দেখা যায়। প্ৰত্যেকেই নিজৰ উচ্চতাৰ লগত খাপ খোৱাকৈ এগৰাকী জীৱন সংগী বিচাৰে। গবেষকসকলৰ মতে উচ্চতা মিলাই দেখাত সুন্দৰ জীৱন সংগী বাচি ললেও জীৱন সুখকৰ নহ’বও ...

Read More »

ইৰানৰ দক্ষিণ-পূৱ প্ৰান্তত ভূমিকম্পৰ জোকাৰণি

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: আজি ইৰানৰ দক্ষিণ-পূৱ প্ৰান্তত এক ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত উক্ত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.২। প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানলৈকে একো ক্ষয়-ক্ষতি হোৱা নাই এই ভূমিকম্পত। ভূমিকম্পৰ উৎপত্তিস্থল আছিল ইৰানৰ হেজডাক চহৰৰ এক সীমান্তৱৰ্তী অঞ্চল। ...

Read More »

অনুস্কাৰ প্ৰথম প্ৰেমিক বিৰাট নহয়

নিউজ ডেস্ক, প্ৰথম খবৰ: বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত অনুস্কা শৰ্মা আৰু বিৰাট কোহলিৰ বিবাহ সম্পন্ন হ’ল সুদূৰ ইটালীৰ টাস্কানী চহৰত। নিজৰ প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা বুলি বলিউড ইণ্ডাষ্টিত চৰ্চা চলি থকাৰ মাজতে পোহৰলৈ আহিছে অনুস্কাৰ এটি পুৰণি ...

Read More »

টুইটাৰত আলোড়ন, বহুচৰ্চিত বিৰাট-অনুষ্কাৰ বিবাহ সম্পন্ন

নিউজ ডেস্ক, প্ৰথম খবৰ: বহুচৰ্চিত এক বিবাহ, যাৰ অপেক্ষা হয়তো সকলোৱে কৰি আছিল। অৱশেষত সেই বিবাহ সম্পন্ন হ’ল। বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিৰাট কোহলী আৰু তেওঁৰ প্ৰেয়সী অনুষ্কা শৰ্মাৰ বিবাহ সম্পন্ন হ’ল সুদূৰ ইটালীৰ টাস্কানী চহৰত। এতিয়া তেওঁলোক বিবাহিত ...

Read More »

হোটেলত পৰি ৰ’ল ৰকষ্টাৰৰ মৃতদেহ

নিউজ ডেস্ক, প্ৰথম খবৰ : সংগীতৰ সুৰেৰে সকলোৱে নচুৱাই উত্তাল কৰা বৃটিছ গায়িকা ডেনিয়েলাৰ মৃতদেহ উদ্ধাৰ হ’ল কাট্টাৰৰ এখন হোটেলত। সম্পূৰ্ণ নাম ডেনিয়েলা অ’বেঞ্জ। সংগীতৰ ঢৌৰে বৃটেইন কঁপোৱা এই গৰাকী তাৰকা জীৱনৰ শেষ সময়ত পৰিতক্ত হৈ পৰি ৰ’ল কাট্টাৰৰ এটি ...

Read More »

কুৰ্ডিস্থানত ভূমিকম্প: ৩২৮ জনৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰথম খবৰ: দেওবাৰে নিশা ইৰাক-ইৰাণ সিমান্তবৰ্তী অঞ্চলত প্ৰৱল ভূইকঁপে জোকাৰি যায়। ৭.৩ ৰিখটাৰ স্কেলত হোৱা জোঁকাৰণিয়ে যথেষ্ট ক্ষতি কৰে সমগ্ৰ অঞ্চলটোত। বৰ্তমানলৈ ৩২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫০০ তকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয় এই ভূমিকম্পৰ ফলত। উল্লেখযোগ্য ...

Read More »

সাৱধান! ভুৱা হোৱাটছএপে বিপদত পেলাব পাৰে আপোনাকো

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি হোৱাটছএপৰ কোনটো সংস্কৰণ ব্যৱহাৰ কৰে? খোদ গুগল প্লেষ্ট’ৰৰপৰাই লাখ লাখ ব্যৱহাৰকাৰীয়ে ভুৱা হোৱাটছএপ ডাউনলোড কৰি ব্যৱহাৰ কৰি আছে। শেহতীয়াভাৱে এই তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে হোৱাটছএপৰ নকল এই এপটোৰ নাম হৈছে ‘আপডেট ...

Read More »

স্পেইনত অধিক সময় কাম কৰি কৰ্মচাৰীয়ে হেৰুৱালে চাকৰি

নিউজ ডেস্ক, প্ৰথম খবৰঃ স্পেইনত অতিৰিক্ত সময় কাম কৰি এজন লোকে হেৰুৱাবলগীয়া হল চাকৰি। সেই কৰ্মচাৰীজনে নিৰ্দিষ্ট সময়তকৈ ভালেখিনি সময় বেছিকৈ কাম কৰিছিল৷ যিটো আছিল কোম্পানীটোৰ নিয়মৰ বাহিৰ৷ এতিয়া কোম্পানিৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে চাকৰিৰ পৰা খেদা খোৱা কৰ্মচাৰীজনে৷ উল্লেখ্য, জিন পি ...

Read More »

ৰোহিংগীয়া শৰণাৰ্থীক ওভতাই নিব ম্যানমাৰে

নেচনেল ডেস্ক,প্ৰথম খবৰঃ অৱশেষত শুভবুদ্ধিৰ উদয় হল ম্যানমাৰ চৰকাৰৰ৷ সোনকালেই ৰোহিংগীয়া শৰণাৰ্থীক ওভতাই নিয়া হব ম্যানমাৰলৈ। অৱশ্যে চৰকাৰে কেতবোৰ চৰ্ত আৰোপ কৰিছে। ম্যানমাৰত অনুষ্ঠিত দুয়োখন দেশৰ এক বৈঠকত বাংলাদেশ চৰকাৰৰ মন্ত্ৰীসকলে বাংলাদেশত থকা ৰোহিংগীয়া শৰণাৰ্থীসকলক ম্যানমাৰে ওভতাই নিয়াৰ লগতে নিৰাপত্তা প্ৰদান ...

Read More »