শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় (page 3)

আন্তঃৰাষ্ট্ৰীয়

অটো চালকৰ পুত্রই পালে ‘টিম ইণ্ডিয়া’ত স্থান

নিউজ ডেস্ক,প্ৰথম খবৰ: নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব লগীয়া আগন্তুক টি-২০ মেচ খনৰ কাৰণে দ্ৰুত বলাৰ মোহম্মদ চিৰাজক টিম ইণ্ডিয়া দলত অন্তৰ্ভূক্ত কৰা হৈছে| হায়দৰাবাদৰ বাসিন্দা চিৰাজ প্ৰথম বাৰ আন্ত:ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ লাভ কৰিলে| ৰঞ্জীত ট্ৰফিত ঘৰুৱা দলৰ হৈ চিৰাজে ৪৭টা ...

Read More »

ৰাকেশ আস্থানাক চি বি আইৰ সঞ্চালক নিযুক্তি

নিউজ ডেস্ক,প্ৰথম খবৰঃ চি বি আইৰ অতিৰিক্ত সঞ্চালক ৰাকেশ আস্থানাক চি বি আইৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে। দেওবাৰে এই ঘোষণা কৰে মন্ত্ৰীসভাৰ নিয়োগ সমিতিয়ে৷ আস্থানা ১৯৮৪ৰ গুজৰাট কেডাৰৰ আই পি এছ বিষয়া। তেওঁ আগাষ্টা ৱেষ্টলেণ্ড কেলেংকাৰি, দিল্লী চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগৰ লগতে ...

Read More »

বেংক একাউণ্টত আধাৰ লিংকৰ নিৰ্দেশ ৰিজাৰ্ভ বেংকৰ নহয়

নিউজ ডেস্ক, প্ৰথম খবৰঃ  ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই গ্ৰাহকক তেওঁলোকৰ বেংক একাউন্টত আধাৰ কাৰ্ড সংযুক্ত কৰাৰ কোনো নিৰ্দেশ দিয়া নাই ৷ এগৰাকী লোকৰ তথ্য জনাৰ অধিকাৰ আইনৰ উত্তৰ দি এই কথা স্পষ্ট কৰে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই৷ বেংক একাউন্টত আধাৰ কাৰ্ড সংযোগ সন্দৰ্ভত ...

Read More »

কাশ্মীৰত সেনাৰে দীপাৱলী পালন মোদীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰত সেনাৰে পালন কৰিলে দীপাৱলী৷ বান্দিপোৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ গুৰেজ ছেক্টৰত সেনাৰে দীপাৱলী পালন কৰে মোদীয়ে৷ সেনাৰ পোছাক  পৰিধান কৰি মোদীয়ে সেনাপ্ৰধান বিপিন ৰাৱাট, লেফটেন্টেট জেনেৰেল দেৱৰাজ অনবু আৰু জে এছ সান্ধু আৰু সেনা ...

Read More »

মিচ্ ইউনিভাৰ্চ ২০১৭’ত ভাৰতক প্ৰতিনিধিত্ব কৰিব শ্ৰদ্ধা শশীধৰে

নিউজ ডেস্ক,প্ৰথম খবৰ: বাংগালোৰৰ বাসিন্দা শ্ৰদ্ধা শশীধৰে আমেৰিকাত ২৬ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া ‘মিচ্ ইউনিভাৰ্চ ২০১৭’ প্ৰতিযোগিতাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব| শ্ৰদ্ধা শশীধৰে ‘মিচ্ ডিবা’ আৰু ‘মিচ্ ইউনিভাৰ্চ ইণ্ডিয়া ২০১৭’ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল|

Read More »

পাকিস্তানত বিস্ফোৰণ, নিহত কমেও ১৩ জন

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: পাকিস্তানৰ বেলুচিষ্টানত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণৰ ঘটনাত এগৰাকী আৰক্ষী জোৱানসহ কমেও ১৩জন লোক নিহত হোৱাৰ বাতৰি আহিছে। বেলুচিষ্টানৰ ঝাল মাগছিৰত অৱস্থিত দৰগাহ ফটেহপুৰত এই ঘটনা সংঘটিত হৈছে। স্থানীয় আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে ...

Read More »

বিশ্বত এঘৰীয়া হোৱাৰ পথত পাকিস্তান

নিউজ ডেস্ক, প্ৰথম খবৰঃ সন্ত্ৰাসবাদীৰ পালিত পিতৃ পাকিস্তান৷ সকলো ধৰণৰ সন্ত্ৰাসবাদৰ মুখ্য পৃষ্ঠপোষকেই হৈছে পাকিস্তান। পাকিস্তান হৈছে সন্ত্ৰাসবাদীৰ আশ্ৰিত ৰাষ্ট্ৰ।ৰাষ্ট্ৰসংঘ আৰু বিশ্বসম্প্ৰদায়ৰ আগত বাৰম্বাৰ ভাৰতে এই কথা কৈ আহিছে তথা দাবী কৰি আহিছে। কিন্তু ভাৰতৰ এই দাবীক গুৰুত্বসহকাৰে নোলোৱা যেন ...

Read More »

ভাৰতত প্ৰথমবাৰৰ বাবে,১৭ বছৰ অনুৰ্ধ্বৰ ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতা

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: ভাৰতত এতিয়া ক্ৰিকেটৰ সমান্তৰালকৈ চলিব ফুটবলৰ মহাৰণ। আই এছ এল নহয়, এইবাৰ ভাৰতত অনুষ্ঠিত হ’ব ১৭ বছৰ অনুৰ্ধ্বৰ ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতা। অহা ৬ অক্টোবৰৰপৰা ২৮ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত বিশ্বৰ ২৪ টি ...

Read More »

এজনেই চলাইছিল ১০টা ৰাইফলেৰে গুলী

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰঃ আমেৰিকাৰ লাছ ভেগাছ।যাক মনোৰঞ্জনৰ ভূস্বৰ্গ বুলি কোৱা হয়।তাতেই দেওবাৰে নিশা চলিল আইছিছ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ। আমেৰিকাৰ সময়মতে নিশা ১০.৪৫ বজাত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণ সংঘটিত হয়। চকুৰ পচাৰতে আইছিছ সন্ত্ৰাসবাদীয়ে ৫০জন নিৰীহ লোকক গুলীয়াই মৰাৰ লগতে আহত ...

Read More »

স্বামীৰ সৈতে ফটো তুলি চাকৰি হেৰুৱালে মহিলাই

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হোৱাৰ বাবেই চাকৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাই। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ এইগৰাকী মহিলাৰ নাম ষ্টিফেনি। সন্তানসম্ভৱা ষ্টিফেনিয়ে তেওঁৰ স্বামীৰ সৈতে কিছু অন্তৰংগ মুহূৰ্তৰ ফটো তুলিছিল। ফটোগ্ৰাফাৰ ব্ৰিয়া টেৰীৰে ফটো ছিৰিজটো ছ’চিয়েল মিডিয়াত ...

Read More »