শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় (page 5)

আন্তঃৰাষ্ট্ৰীয়

সন্ত্রাসবাদীৰ আশ্ৰয়স্থল পাকিস্তান,স্বীকাৰ স্বয়ং পাক বৈদেশিক মন্ত্রীৰ

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ:  ব্ৰিক্স সন্মিলনত অন্তৰ্ভুক্ত হোৱাৰ পিছত পাকিস্তানৰ বিদেশ মন্ত্রী খ্বাজা আচিফে পোন প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে যে লস্কৰ-এ-তৈয়বা আৰু জৈশ-এ-মহম্মদ নিচিনা সন্ত্রাসবাদী সংগঠনক যদি তেওঁৰ দেশ পাকিস্তানে নিয়ন্ত্রন নকৰে তেতিয়াহলে দেশে সদায় লাজত মুখ লুকুৱাই থাকিব লাগিব| তেওঁ ...

Read More »

পৰ্ণষ্টাৰ মিয়া খালিফাৰ শিৰচ্ছেদ কৰিব আইছিছে!

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: পৰ্ণষ্টাৰ মিয়া খালিফাক হত্যা কৰাৰ ভাবুকি দিছে আইছিছে। যিকোনো মুহূৰ্ততে আইছিছে ৰাজহুৱা স্থানত মিয়া খালিফাক শিৰচ্ছেদ কৰিব পাৰে বুলি ভাবুকি দিয়া হৈছে।   প্ৰকৃততে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীৰ এখন ফটো পোষ্ট কৰাৰ পিছতে খলকনি সৃষ্টি ...

Read More »

হিমাচল প্ৰদেশত ভূমিস্খলন, অৰ্ধ শতাধিক লোক নিহত হোৱাৰ আশংকা

নেচনেল ডেস্ক, প্ৰথম খবৰ: হিমাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলন। হিমাচলৰ মণ্ডিত সংঘটিত হোৱা ভূমিস্খলনত ৭ জন  নিহত হোৱাৰ লগতে ২০ জন আহত হোৱা বুলি জানিব পৰা গৈছে। এই ভূমিস্খলনত দুখন চলন্ত বাছৰ ৩০ জন যাত্ৰী নিহত হোৱাৰ আশংকা ...

Read More »

ৰাজহুৱা সভাত সন্তানক দুগ্ধপান আইৰিছ ৰাজনীতিবিদৰ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: বিশ্বজুৰি আন্তৰ্জাতিক স্তনপান সপ্তাহ পালন হৈ থকাৰ সময়তে এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে ব্যতিক্ৰমী ৰূপত স্তনপানৰ সপক্ষে থিয় দিলে। আইৰিছ ছিনেটৰ কেভিন হাম্ফৰেই নতুন নীতি ঘোষণা কৰা অনুষ্ঠানতে পুত্ৰ ডিলানক স্তনপান কৰালে দেশখনৰ লেবাৰ পাৰ্টীৰ নেতৃ লৰেইন মুলিগানে। উল্লেখ্য ...

Read More »

চাইবাৰ আক্ৰমণ: পাকিস্তানৰ চৰকাৰী ৱেবছাইটত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত পাকিস্তান চৰকাৰৰ মূল ৱেবছাইট pakistan.gov.pkত শুনা গ’ল ভাৰতৰ জাতীয় সংগীত। অজ্ঞাত হেকাৰে ৱেবছাইটো হেক কৰি ভাৰতৰ জাতীয় সংগীত পোষ্ট কৰি দিলে। লগে লগে ভাৰতৰ স্বাধীনতা দিৱসৰ শুভেচ্ছাবাণীও দিয়া হ’ল। সমান্তৰালভাৱে পাকিস্তান চৰকাৰৰ ৱেবছাইটোৰ ...

Read More »

পৱিত্র হজ আৰু হজ কমিটিৰ দায়িত্ব আৰু গুৰুত্ব

জোনমনি জোনাক দাস,বৰ্ষাজ্যোতি দাস “হজ” ইছলাম ধৰ্মৰ ৫টা নিয়মৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ নিয়ম| আৰু যিসকল লোকৰ আৰ্থিক সক্ষমতা আছে তেওঁলোকৰ কাৰণেই প্ৰকৃততে হজ যাত্রা| প্ৰতিজন মানুহে হজ কৰিব বিচাৰিব পাৰে কিন্তু আল্লাই এইটো কথাই কৈছে,হুকুম দিছে যে যাৰ ক্ষমতা আছে ...

Read More »

হাজাৰ ফুট উচ্চতাত জন্ম হ’ল এটি শিশুৰ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: হাজাৰ ফুট উচ্চতাত এখন উৰন্ত বিমানত সন্তান প্ৰসৱৰ বাতৰি কল্পনা কৰিব পাৰিবনে। এনে এটা ঘটনাই সংঘটিত হ’ল লুফথানছাৰ বিমানত। কলম্বিয়াৰ ব’গ’টাৰপৰা জাৰ্মানীলৈ গৈ থকা এগৰাকী যাত্ৰীয়ে বিমানখনতে প্ৰসৱ কৰিলে সন্তানক। বিমান কৰ্তৃপক্ষই টুইটাৰত স্পষ্ট কৰিছে এই ...

Read More »

অভিশপ্ত প্ৰধানমন্ত্ৰিত্ব! সাতটা দশকে এজনো পূৰ্ণকালীন প্ৰধানমন্ত্ৰী নাপালে পাকিস্তানে

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ইংৰাজৰ হাতৰপৰা স্বাধীনতা লাভ কৰাৰ পিছতে নতুন দেশ হিচাপে জন্মগ্ৰহণ কৰা পাকিস্তানে এতিয়ালৈ লাভ নকৰিলে এজনো পূৰ্ণকালীন প্ৰধানমন্ত্ৰী। দেশখনৰ ৰাজনৈতিক অস্থিৰতাকে ধৰি বিভিন্ন কাৰণ বিগত সাতটা দশত এজনো প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে। আচৰিত হ’লেও এই ...

Read More »

পাকিস্তানী উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, গাদী গ’ল নৱাজ শ্বৰীফৰ

ইছলামাবাদ: পানামা পেপাৰ্ছ গোচৰত পাকিস্তানী উচ্চতম ন্যায়ালয়ে দেশখনৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক দোষী ঘোষণা কৰিছে। পাঁচজনীয়া ন্যায়াধীশৰ দলে ৰায়দান দি কয় যে নৱাজ শ্বৰীফৰ বিৰুদ্ধে এই গোচৰৰ সন্দৰ্ভত মোকৰ্দমা চলাব লাগে। সমান্তৰালভাৱে নৱাজ শ্বৰীফক প্ৰধানমন্ত্ৰী হিচাপে অযোগ্য ঘোষণা কৰে পাকিস্তানৰ আদালতে। ইয়াৰ পিছতে ...

Read More »

মাৰ্কিন সেনা বাহিনীত ট্ৰাম্পে নিষিদ্ধ কৰিলে ট্ৰেন্সজেণ্ডাৰ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: আমেৰিকাৰ সেনা বাহিনীত এতিয়াৰে পৰা নাথাকিব তৃতীয় লিংগ। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ট ট্ৰাম্পে এই ঘোষণা কৰিছে। দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ সিদ্ধান্তৰ বিপৰীতে গৈ এই ঘোষণা কৰিছে বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ডোনাল্ড ট্ৰাম্পে স্পষ্ট কৰিছে যে ট্ৰেন্সজেণ্ডাৰ সেনা বাহিনীৰ ...

Read More »