শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় (page 7)

আন্তঃৰাষ্ট্ৰীয়

খঙাল ব্যক্তিলৈ সুখবৰ, আহি আছে দলিয়ালেও নভঙা ম’বাইল

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: সামান্যভাৱে চাপ পৰিলেই বহু সময়ত ম’বাইল ভাঙি চুড়মাৰ হয়। দলিয়ালেতো কথাই নাই। মুহূৰ্ততে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে ম’বাইল ফোন। কিন্তু ম’বাইল নিৰ্মাণৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি আহিছে। ছিলিকনৰ দৰে ক্ষণভংগুৰ উপাদানেৰে তৈয়াৰী ম’বাইলৰ পৰিৱৰ্তে নতুন উপাদানৰ ব্যৱহাৰ কৰিবলৈ ...

Read More »

৩০ টকাত প্ৰতি লিটাৰ পেট্ৰ’ল!

নেচনেল ডেস্ক, প্ৰথম খবৰ: পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিয়ে কাক বাৰু চিন্তিত কৰি নোতোলে? এনে সময়তে এটা খবৰে বহুতকে আশা প্ৰদৰ্শন কৰাইছে। এই বাতৰি অনুসৰি অহা পাঁচ বছৰৰ ভিতৰত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৩০ টকালৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। প্ৰযুক্তিৰ উত্তৰণৰ সমান্তৰালভাৱে পেট্ৰ’লৰ ওপৰত নিৰ্ভৰশীলতা ...

Read More »

ভাৰ্জিনিটী ফৰ ছেল! জাৰ্মান ছাত্ৰীৰ অদ্ভুত সিদ্ধান্ত

ইণ্টাৰনেচনেল  ডেস্ক, প্ৰথম খবৰ: জাৰ্মানীৰ এগৰাকী ছাত্ৰীৰ সিদ্ধান্ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিশ্বজুৰি। মাত্ৰ ১৮ বছৰীয়া এই ছাত্ৰীগৰাকীয়ে কুমাৰিত্ব বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সন্দৰ্ভত এটা এছক’ৰ্ট ছাৰ্ভিচ ৱেবছাইটত নিজৰ ফটো আপল’ড কৰি ৰাজহুৱাকৈ প্ৰস্তাৱ আগবঢ়াইছে ছাত্ৰীগৰাকীয়ে। জাৰ্মানীৰ সংবাদ ...

Read More »

প্ৰথম বাজেটতে জোকাৰণি, পাকিস্তানক সাহায্য নিদিয়ে ট্ৰাম্পে

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: পাকিস্তানক দিয়া সাহায্য কৰ্তন কৰিব ট্ৰাম্পে। হোৱাইট হাউছৰ এক সূত্ৰই স্পষ্ট কৰিছে এই তথ্য। পাকিস্তানক আমেৰিকাৰ ফালৰপৰা অস্ত্ৰ ক্ৰয়ৰ বাবে আৰ্থিক সাহায্য দিয়া বন্ধ কৰিবলৈ প্ৰস্তাৱ দিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’বলৈ বৈদেশিক ...

Read More »

ঢাকাত সন্মানিত প্ৰথম খবৰৰ সাংবাদিক, অসমৰ গঁড় হত্যাক লৈ উদ্বিগ্ন বাংলাদেশ

নিউজ ডেক্স, প্ৰথম খবৰ: আজি ঢাকা গাজিপুৰৰ লিবাস টেক্সটাইল লিমিটেডৰ কাৰখানাত প্ৰথম খবৰৰ সাংবাদিক আব্দুল হাইক সন্মানিত কৰা হয়। উদ্যোগটোৰ মহাপ্ৰবন্ধক শ্বহিদুল ইছলামে আদৰণি জনায় সাংবাদিকজনক। উল্লেখ্য যে বিভিন্ন ধৰণৰ পোছাক তৈয়াৰ কৰা কাৰখানাটোত দেশখনৰ ৫ সহস্ৰাধিক কৰ্মচাৰী দৈনিক কাম ...

Read More »

ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত উত্তাল ঢাকা

ঢাকাৰপৰা আব্দুল হাই, প্ৰথম খবৰ: এক ধৰ্ষণকাণ্ডক লৈ ঢাকা বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ। ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবীত সন্মিলিত সাংস্কৃতিক জোঁটৰ কেবাশ লোকেও শোভাযাত্ৰা কৰি ঢাকা বিশ্ববিদ্যালয়ৰ সমুখত ধৰ্না কাৰ্যসূচী পালন কৰে। আনহাতে গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতাক মুকলি কৰি দিয়া আৰু ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন ...

Read More »

পাক-ভাৰত সম্পৰ্ক, পাকিস্তানক ৰঙা চকু আমেৰিকাৰ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: শেহতীয়াভাৱে পাকিস্তান আৰু ভাৰতৰ মাজত সম্পৰ্ক প্ৰতিকূল হৈ অহাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই। ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ উচ্চপদস্থ বিষয়া ডেনিয়েল কোটছে এনে পৰিস্থিতিৰ বাবে দোষাৰোপ কৰিছে পাকিস্তানক। পাঠানকোটত সংঘটিত পাকিস্তানী আক্ৰমণ প্ৰসংগতো মন্তব্য কৰে মাৰ্কিন বিষয়াজনে।

Read More »

আগষ্টৰ পৰা পোনপটীয়াকৈ কলম্বোলৈ বিমান

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: অহা আগষ্ট মাহৰ পৰা শ্ৰীলংকাৰ ৰাজধানী কলম্বোলৈ পোনপটীয়া বিমানসেৱা আৰম্ব হ’ব। কলম্বোত অনুষ্ঠিত এক আন্তৰ্জাতিক বৌদ্ধ সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ মতে এই আন্তৰ্জাতিক বিমানসেৱা আৰম্ব হ’লেই বুদ্ধৰ দেশলৈ যাতায়াত সুচল হৈ ...

Read More »

বহল অন্তৰৰ নিদৰ্শন

নিউজ ডেস্ক, প্ৰথম খবৰ: নাইজেৰিয়াৰ এহাল দম্পতীয়ে দিছে মহানুভৱতাৰ আন এক নিদৰ্শন। বিবাহ পাশত আবদ্ধ হোৱা এবছৰ পূৰণ নহওঁতে মি. ইমুদিয়া উডুহি নামৰ লোকজনে তুলি লয় ৫টাকৈ অনাথ শিশুক। পানীকেঁচুৱা কেইটাৰ দায়িত্ব লোৱা দম্পতি হালক নাইজেৰিয়াৰ চৰকাৰৰ লগতে প্ৰতিজন লোকেই শলাগিছে.

Read More »

পাকিস্তানত আটক ২৯ জন ভাৰতীয়

নিউজ ডেস্ক, প্ৰথম খবৰ: পাকিস্তানত আজি পুৱা আটক ২৯ জন ভাৰতীয় মাছমৰীয়া। পাকিস্তানৰ জলসীমাৰ ভিতৰত প্ৰৱেশ কৰাৰ বাবে আটক কৰে ব্যক্তিকেইজনক। জানিব পৰা মতে মাছমৰীয়াকেইজনক বৰ্তমান ড’ক আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

Read More »