উত্তৰ পূব

বাৰেৰহণীয়া টাৱাং মহোৎসৱ

নিউজ ডেস্ক,প্ৰথম খবৰ: সূৰ্যোদয় দেশত প্ৰকৃতিৰ বাৰেবৰণীয়া মেলা। বৃস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা টাৱাং মহোৎসৱৰ শুভ উদ্বোধন কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে।মনোমোহা পৰিৱেশেৰে সজাই তোলা হৈছে প্ৰকৃতিৰ এই ৰম্যভূমিক। জনগোষ্টীয় নৃত্য কলা আৰু টাৱাঙৰ ৰম্য পৰ্যটকৰ বাবে আৰু বিশ্ব ...

Read More »

চিকিম বিশ্ববিদ্যালয়ত অসমীয়া নৱাগত আদৰণি সভা

প্ৰথম খবৰ, গেংটক: “অসমীয়াৰ দ্বাৰা অসমীয়াৰ বাবে অসমীয়াৰ হকে এখন সমাজ গঠনৰ” লক্ষ্যৰে চিকিম বিশ্ববিদ্যালয়ত অধ্যয়নত পুৰণি ছাত্ৰ-ছাত্ৰী সকলে ন-পুৰনিৰ একত্ৰিকৰণৰ লগতে নৱাগত সকলক আদৰণিৰ বাবে এখন সভা অনুষ্ঠিত কৰে পাঁচ মাইলৰ হোটেল চিমচৰত। সভাৰ আৰম্ভণিতে আয়োজক সমিতিৰ ফালৰ পৰা তথা ...

Read More »

অৰুণাচলত পুনৰ ভয়ংকৰ ভূমিস্খলন, ব্যাহত যাতায়াত

নিউজ ডেস্ক, প্ৰথম খবৰ: অৰুণাচলত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটন। বান্দৰদেৱা-নাহৰলগুন সংযোগী মূল পথৰ কাছিংছাত ভয়াবহ ভূমি স্খলনৰ ফলত যাতায়াত ব্যাহত হৈ পৰিছে। পাপুমপাৰে জিলাৰ উক্ত বিধ্বস্ত অংশত সাময়িকভাৱে পাহাৰ কাটি বিকল্প পথ নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত আছে। উল্লেখ্য যে যোৱা চাৰিদিন ...

Read More »

ফুটবল খেল উন্মোচন কৰিবলৈ গৈ কঁকাল ভাঙিল বিধায়কৰ

আগৰতলা: ফুটবল খেল উন্মোচন কৰিবলৈ গৈ আহত হ’ল এজন বিধায়ক। ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত সংঘটিত হৈছে এই ঘটনা। ফুটবলত শ্বট দি আহত হোৱা বিধায়কজন গোপাল ৰয়। ফুটবল খেলখন আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত দুয়োটা দল সাজু। বগা পোছাক পৰিহিত বনমালীপুৰ সমষ্টিৰ কংগ্ৰেছী ...

Read More »

উলংগ প্ৰতিবাদ ত্ৰিপুৰাত

ব্যুৰ’ ৰিপ’ৰ্ট, প্ৰথম খবৰ: এইবাৰ উলংগ প্ৰতিবাদত মুখৰ হৈ পৰিল চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা। পৃথক ত্ৰিপুৰালেণ্ড গঠনৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। আইপিএফটি নামৰ সংগঠনটোৰ ধৰ্মঘটৰ সময়ত এনে প্ৰতিবাদ দেখা পোৱা গ’ল। উল্লেখ্য যে ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰপৰা প্ৰায় ৩০ কিলোমিটাৰ ...

Read More »

অৰুণাচলত গীতে মাতে উদযাপন চিকিৎসকৰ দিন

ইটানগৰৰপৰা ভূৱন শইকীয়া: অৰুণাচল প্ৰদেশৰ ইটানগৰত ডাক্তৰৰ দিন। জুলাইৰ পহিলা দিনটোত ইটানগৰত অৱস্থিত বাংকুৱেট হলত সৃষ্টি হ’ল উছৱমুখৰ পৰিৱেশৰ। বিভিন্ন প্ৰান্তৰপৰা অহা চিকিৎসকসকল একলগ হ’ল ইয়াত। গীত-নৃত্যৰে মুখৰিত অনুষ্ঠানৰো আয়োজন চলিল। সমান্তৰালভাৱে আলোচনা কৰা হ’ল চিকিৎসা সম্পৰ্কীয় যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে। ...

Read More »

অসমৰ অজন্তা-ইলোৰা

বিক্ৰম ৰঞ্জন ৰয়: আপুনি হয়তো অজন্তা-ইলোৰা গুহাৰ কথা শুনিছে ৷ হয়তো বিভিন্ন বাতৰি-কাকত বা আলোচনী ভাৰতৰ বিখ্যাত অজন্তা-ইলোৰা গুহাৰ কথা পঢ়িবলৈ পাইছে ৷ বহুতেই চাগে অজন্তা-ইলোৰাৰ গুহাবোৰ চাবও গৈছে ৷ কিন্তু আজি আমি পাঠকসকলক অসমৰ অজন্তা-ইলোৰাৰ গুহাৰ স’তে পৰিচয় কৰাই ...

Read More »

অৰুণাচলত বুদ্ধ পূৰ্ণিমা পালন

প্ৰথম খবৰ, বালিপৰা: বিশ্বৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে আজি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো পালন কৰা হয় বুদ্ধ পূৰ্ণিমা।অৰুণাচলৰ ৰাজধানী ইটানগৰ, বমডিলা, দিৰাং, টাৱাঙকে আদি কৰি ঠাইসমূহত বুদ্ধ ধৰ্মাৱলম্বী লোকসকলে পালনে কৰে পৱিত্ৰ পূৰ্ণিমা। আনহাতে,অৰুণাচল সৌন্দৰ্যৰ পীঠস্থান টাৱাঙৰ মনেষ্ট্ৰীত আজি পুৱাৰেপৰা সহস্ৰাধিক ...

Read More »

শান্তিপূৰ্ণভাৱে পাৰ হ’ল পূব চিয়াং জিলা বন্ধ

প্ৰথম খবৰ,চিলাপথাৰ: নতুনকৈ গঠিত অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলা আৰু পূব চিয়াং জিলাৰ ত্ৰুটিপূৰ্ণ সীমা বিবাদকলৈ আজি সদৌ আদি ছাত্ৰ সন্থাই আহ্বান কৰা ১২ ঘন্টীয়া পূব চিয়াং জিলা বন্ধ শান্তিপূৰ্ণ ভাৱে পাৰ হয় ৷ বন্ধ অৰুণাচল প্ৰদেশৰ আদি জনজাতি বসতিপূৰ্ণ ...

Read More »

ভাৰতীয় সেনাৰ প্ৰশংসনীয় কাম

প্ৰথম খবৰ,চিলাপথাৰ, ১ মে’: ভাৰত আৰু চীনৰ সীমন্ত চহৰ মেচুকা ভেলি অঞ্চলত য়াৰগিপচু নৈৰ ওপৰত এখন সেঁতু নিৰ্মাণ কৰি লাহলুং, টংকোৰলা, চাংকাৰলা আৰু য়োৰলুং গাঁৱৰ ৰাইজৰ বাবে দীৰ্ঘদিনীয়া এক সমস্যাৰ আজি অৱসান ঘটায় ভাৰতীয় সেনাৰ মেচুকা মিলিটেৰী গ্যাৰিসনে ৷ উক্ত ...

Read More »