শেহতীয়া

উত্তৰ পূব

মেঘালয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি মেঘালয়ত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং৷ ‘টাইম ফৰ চেইঞ্জ’ শ্লোগানেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে মেঘালয়ত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী৷ উল্লেখ্য যে, মেঘালয়ৰ ৪১ চংচেক, উইলিয়াম নগৰ আৰু ৰংজেং সমষ্টিৰ প্ৰাৰ্থীৰ হৈ ...

Read More »

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখৰিত নাহৰৰ দেশৰ আলি আয়ে লিগাং উৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পাপু বৰুৱা,প্ৰথম খবৰ: আজি ফাগুন মাহৰ প্ৰথম বুধবাৰ। অসমৰ দ্বিতীয় বৃহৎ ভৈয়াম জনজাতি মিচিং সকলে কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আইয়ে-লৃগাং সমগ্ৰ অসমতে উলহ-মালহেৰে উদযাপন কৰে। উত্তৰ-পূৱাঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদটো পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় মিছিং ছাত্ৰ ...

Read More »

শিল্পীৰ দৃষ্টিত ভেলেণ্টাইন ডে’!

প্ৰথম খবৰৰ বিশেষ প্ৰতিবেদন: ভেলেণ্টাইন ডে’। প্ৰেমৰ দিৱস হিচাপে সমগ্ৰ বিশ্বই উদযাপন কৰিছে এই বিশেষ দিনটো। কিন্তু বহুতেই আপত্তি কৰে এই দিনটোক লৈ। তেওঁলোকে আপোচ কৰাৰ কাৰণ হৈছে আজিৰ যুৱ প্ৰজন্ম। ভেলেণ্টাইন ডে’ৰ নামত অশ্লীলতাক প্ৰাধান্য দিয়া বুলি বহুতেই ক’ব বিচাৰে। ...

Read More »

ভেলেণ্টাইন ডে’ৰ আগত চকু টিপ মৰা ছোৱালীৰ ভিডিঅ’ভাইৰেল,কোন এই প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ!

নিউজ ডেস্ক,প্ৰথম খবৰ: ছ’চিয়েল মিডিয়াত এইকেইদিন এটি ভিডিঅ’ই হৈ-চৈ লগাই আছে। ভিডিঅ’টোত এজন ল’ৰা আৰু এজনী ছোৱালীক চকুৰ ইংগিতত প্ৰেম নিবেদন কৰা দেখা গৈ আছে। প্ৰায় ২৬ ছেকেণ্ডৰ এই ভিডিঅ’টোত প্ৰথমতে ল’ৰাজনে চকুৰে ইংগিত কৰে যিটোৰ প্ৰত্যুত্তৰত ছোৱালীজনীয়ে চকু টিপ মাৰি ...

Read More »

মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত তীৰ্থ যাত্ৰীৰ বাহন দুর্ঘটনাগ্ৰস্ত

প্ৰথম খবৰ,হাটছিঙিমাৰী: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ ৰাজাশিমলাত আজি ঘন পুৱাতেই এটি গাৰো তীৰ্থ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ হৈ শিশু সহ মুঠ পাঁচ গৰাকী তীৰ্থ যাত্ৰী আহত হৈ চিকিৎসাধীন হৈ থকাৰ বাতৰি পোৱা গৈছে। উল্লেখযোগা যে, প্ৰতিবছৰেই মেঘালয়ৰ গাৰো পাহাৰৰ ...

Read More »

বড়োলেণ্ড চুক্তি স্বাক্ষৰ হোৱা দিনটোতে ক্ষোভ উজাৰিলে অসমীয়া যুৱ মঞ্চই

নিউজ ডেস্ক,প্ৰথম খবৰ: বিটিচিত বসবাস কৰা ভাষিক অসমীয়াকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী সমূহে বিটিচিত সম অধিকাৰ আৰু সম উন্নয়ত পোৱা নাই। আনকি ৰাজনৈতিক দলত নথকা একাংশ বড়ো লোকেও সম উন্নয়নৰ সুবিধা পোৱা নাই বিটিচিত। বড়োলেণ্ড চুক্তি স্বাক্ষৰ হোৱা দিনটোতে এই ...

Read More »

এছিয়াৰ সকলোতকৈ ধনী গাওঁখন

নিউজ ডেস্ক,প্ৰথম খবৰ: এখন গাওঁ য’ৰ সকলো মানুহেই ধনী। অবিশ্বাস্য যেন লাগিলেও সেয়া সঁচা। অৰুণাচল প্ৰদেশত আছে এই বিচিত্ৰ গাওঁখন। কেতিয়াও নাম নুশুনা এখন গাওঁ। অৰুণাচলৰ টাৱাং জিলাত অৱস্থিত এই গাওঁখন, নাম বোমজা গাওঁ। বোমজা বৰ্তমান ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে ...

Read More »

২ সপ্তাহতে ৪৫০ কোটি টকা “পদ্মাৱত”ৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: সঞ্জয় লীলা ভাঞ্চালীৰ বিতৰ্কিত ছবি “পদ্মাৱতে” অৱশেষত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে দেশৰ লগতে বিদেশতো৷ ১৪ দিন পূৰ্বে মুক্তি লাভ কৰা দিপিকা পাডুকণ, ৰনবীৰ সিং আৰু শ্বাহীদ কাপুৰৰ দৰে ষ্টাৰে অভিনয় কৰা “পদ্মাৱতে” বুধবাৰ লৈকে ...

Read More »

মাৰাণাস্ত্ৰ সহ যুৱক ধৃত

নিউজ ডেস্ক,প্ৰথম খবৰ: আগৰতলা ৰে’লৱে ষ্টেচনত বৃহস্পতিবাৰে এজন যুৱকক আৰক্ষীয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে তিনিটা পিষ্টল,এখন ছুৰীকটাৰী আৰু ৫০০ জাঁই গুলী জব্দ কৰে। যুৱকজন গোমতি জিলাৰ নতুন বজাৰৰ নৰেশ চাকমা বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে ধৃত ...

Read More »

নাগিনীমৰাত দুজনৰ মনোনয়ন দাখিল

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ: নাগালেণ্ডৰ মন জিলাত আজি অন্তিম দিনত বিধান সভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰে। ৪২ নং ৱাকচিং বিধান সভা সমষ্টিৰ বাবে এম চি কন্যাক আৰু ৱাই এম ইৱল কন্যাকে মনোনয়ন দাখিল কৰে। আজি নাগিনীমৰাস্থিত অতিৰিক্ত উপায়ুক্তৰ কাৰ্য্যালয়ত নেচনেল ...

Read More »