শেহতীয়া

উত্তৰ পূব

সংসদত বাজেট দাখিল বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে সংসদত দাখিল কৰে পূৰ্ণাংগ বাজেট। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এইখন বাজেটে চলিত কেন্দ্ৰীয় চৰকাৰৰ অন্তিমখন বাজেট। উল্লেখ্য যে, এই বাজেট সংযোজিত হৈছে কেইবাখনো নতুন আঁচনি। আঁচনি সমূহ এনেকুৱা ধৰণৰঃ ৪ কোটি দৰিদ্ৰ পৰিয়ালক ...

Read More »

পাকিস্তানক হৰুৱাই ভাৰতৰ ফাইনেলত প্ৰৱেশ

স্পোৰ্টচ্ ডেস্ক, প্ৰথম খবৰ: ভাৰতৰ ১৯ বছৰ অনুৰ্ধ্বৰ ক্ৰিকেট দলে ১৯ বছৰ অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপত পাকিস্তানক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে। মঙ্গলবাৰে হোৱা ছেমিফাইনেল খেল খনত ভাৰত ২০৩ ৰাণত জয়ী হয়। খেলখনত পাকিস্তানৰ দলে ৩০ অভাৰ খেলো খেলিব নোৱাৰিলে আৰু ৬৯ ৰাণত ...

Read More »

উত্তৰ ভাৰতত ভুমিকম্পৰ জোকাৰণিঃপাকিস্তানত এজনৰ মৃত্যু

নিউজ ডেস্ক, প্ৰথম খবৰ: উত্তৰ ভাৰতত বুধবাৰে এক ভুমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ প্ৰভাৱ জম্মু-কাশ্মীৰ,দিল্লী এন চি আৰ তথা পঞ্জাৱত পৰে। শ্ৰীনগৰত ভুমিকম্পৰ জোকাৰণি ১৫ ৰ পৰা ২০ চেকেণ্ড লৈকে অনুভূত হয়।দিল্লী এন চি আৰত কম প্ৰভাৱ পৰে। উল্লেখ্য যে, এতিয়ালৈকে ...

Read More »

মোডিৰ ছ্যুটৰ পিছত এতিয়া ৰাহুলৰ জেকেট বিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাহুল গান্ধী মঙ্গল বাৰে মেঘালয় উপস্থিত হয়। ইয়াত কংগ্ৰেছ দলে যুৱক সকলৰ মাজত সজাগতাৰ উদ্দেশ্য এক কনচাৰ্টৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাহুলক এটা কলা জেকেট পিন্ধি থকা দেখিবলৈ পোৱা যায়। এই জেকেটতোৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা ...

Read More »

ঢকুৱাখনা অধিবেশনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ : ৩৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন ৰ আজি অন্তিম দিন। পুৱাৰে পৰা উদুলি-মুদুলি ৰমাকান্ত দেউৰী সমন্বয় ক্ষেত্ৰ।দেউৰী সাহিত্য,সংস্কৃতিৰ সমন্বয়ত আপ্লুত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক। আজি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভাৰ কাৰ্যসূচী। অংশগ্ৰহণ কৰিৱ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ...

Read More »

মাইবং কাণ্ডৰ ভয়ানক পৰিণতি

খেৰণিৰ পৰা কনক দেউৰী,প্ৰথম খবৰ:মাইবং কাণ্ডৰ এক ভয়ানক পৰিণতি।মাইবং কাণ্ডৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পাৰ্বত্য জিলাখনতে ইটোৰ পিছত সিটোকৈ অবিচ্ছিন্নভাৱে সাব্যস্ত হৈছে প্ৰতিবাদ,বাহিৰ হৈছে মৌন সমদল,দাহ হৈছে পুত্তলিকা আৰু কব লাগিব ক্ৰমান্নয়ে ধাৰণ কৰিছে এক জটিল ৰূপ পাহাৰীয়া জিলাখনত।মুঠতে ...

Read More »

বৰপেটাৰোড সাহিত্য সভালৈ “শতবৰ্ষীয় শ্ৰেষ্ঠ শাখা সাহিত্য সভাৰ বঁটা”,অসম সাহিত্য সভাক ধন্যবাদ

প্ৰথম খবৰ,বৰপেটাৰোড:অসম সাহিত্য সভাই বৰপেটাৰোড সাহিত্য সভাক শ্ৰেষ্ঠ শাখা সাহিত্য সভাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।অসম সাহিত্য সভাৰ সাংগঠনিক কাম কাজ ,আজীৱন সদস্য ভৰ্ত্তি ,সভাৰ কাৰ্যসূচীৰ সফল ৰূপায়ন,সাহিত্য সংস্কৃতিৰ বিকাশ ,গ্ৰন্থ প্ৰকাশ ,সমাজ কল্যাণ মূলক আঁচনি ৰূপায়ন,অসমীয়া ভাষা প্ৰয়োগৰ সফলতা ,সামাজিক ...

Read More »

তিনিচুকীয়াত ১৭-১৮ বিধায়ক পুজিৰে ৫ টাকৈ কমিউনিটি গৃহ উদ্বোধন বিধায়ক সঞ্জয় কিশানৰ

প্ৰথম খবৰ,পেঙেৰী:অলকানন্দা চাহ বাগিছাত আজি পুৱাই বিধায়ক সঞ্জয় কিষানে অলকানন্দা ৰাইজৰ বাবে কমিনিটি গৃহ উৎঘাটন কৰে।২০১৭- ১৮ বৰ্ষৰ নতুন বিধায়ক পুজিৰে নিৰ্মান হ’ব লগীয়া এই কমিউনিটি গৃহৰ কাম উদ্ধোধন কৰি বিধায়ক সঞ্জয় কিশানে অনাগত দিনত সমষ্ঠিবাসীৰ সকলোবোৰ অভাব পূৰ্ণ কৰিবলৈ ...

Read More »

দৰং আছুই সোঁৱৰিলে ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ পথৰুঘাট ৰণৰ কৃষক শ্বহীদ সকলক

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ পথৰুঘাট ৰণত কৃষক শ্বহীদ সকলক আজি দৰং, আছুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।লগতে পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাইও কৃষক শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়াই শ্বহীদ তৰ্পণ কাৰ্য্যসূচী ...

Read More »

ৰাষ্ট্ৰীয় পতাকাক অপমান বিদ্যায়লৰ প্ৰধান শিক্ষকৰ

মুকালমুৱাৰপৰা জয়ন্ত ডেকা,প্ৰথম খবৰ:বৰক্ষেত্ৰীত ৰাষ্ট্ৰীয় পতাকাক চুড়ান্ত অপমান৷ৰাতিপুৱা পৰ্য্যন্ত বিদ্যালয়ত ওলমি থাকিল ৰাষ্ট্ৰীয় পতাকা৷এই ঘটনা বৰক্ষেত্ৰীৰ ২ নং কান্ধবাৰী প্ৰাথমিক বিদ্যলয়ৰ৷বিদ্যালয় খনৰ প্ৰধান শিক্ষক জনৰ চুড়ান্ত হেমাহীৰ বাবে এনে ঘটনা৷

Read More »