উত্তৰ পূব

লিডুত বোমা বিস্ফোৰণ

প্ৰথম খবৰ;লিডু:জাগুন আৰক্ষী চকীৰ গাতে লাগি থকা বজাৰৰ এটি প্ৰসাৱগাৰত গ্ৰেণেড বিস্ফোৰণ। প্ৰাপ্ত তথ্যমতে বৰ্তমানলৈ কোনো লোক এই বিস্ফোৰণত হতাহত হোৱা নাই । আনহাতে লিডুৰ টিৰাপ কলিয়ৰীৰ এটা কালভাৰ্তৰ তলত সংস্থাপিত এটি বোমাওঁ বিস্ফোৰণ হয়।আৰক্ষীয়ে হস্তনিৰ্মিত বোমা বুলি সন্দেহ কৰিছে ...

Read More »

পদুমণিত “অগ্নি আৰু আপদকালীন সেৱাৰ সজাগতা আৰু প্ৰশিক্ষণ” সম্পন্ন

প্ৰথম খবৰ,পুৰণিগুদাম:নগাঁও জিলাৰ চামগুৰিৰ নিকটৱৰ্তী পদুমণিত আজি “অগ্নি আৰু আপদকালীন সেৱাৰ সজাগতা আৰু প্ৰশিক্ষণ”ৰ এক অনুষ্ঠান অনুস্থিত হৈ যায়৷ চামগুৰিৰ সোণাৰীবালিস্থিত অগ্নি নিৰ্বাপন কেন্দ্ৰৰ উদ্যোগত পদুমণি শিলপুখুৰী উচ্চ আৰু মধ্য ইংৰাজী বিদ্যালয়ত আজি দিনৰ বাৰ বজাত অনুষ্ঠিত উক্ত সজাগতা শিবিৰত ...

Read More »

গণতন্ত্ৰ দিৱস উপলক্ষে বন বিভাগৰ বিনামূলীয়া গছপুলি বিতৰণ

চাংসাৰীৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কালিলৈ শুকুৰবাৰে সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হ’ব দেশৰ ৬৯ তম গণৰাজ্য দিৱস।গণতন্ত্ৰ দিৱসত দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন কাৰ্য্যসূচী লোৱাৰ সময়তে এইবেলি বন আৰু পৰিৱেশ বিভাগ,অসমৰ অধীনস্থ কামৰূপৰ বন বিভাগৰ কৰ্তৃপক্ষৰ জৰিয়তে এই দিৱসত এক বিশেষ পদক্ষেপ হাতত ...

Read More »

এম টি ডিৰ ভয়চ ইণ্ডিয়া কীডছৰ অন্তিম দহত অসমৰ মানসী চহৰীয়া

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:দৰিদ্রতা যে এতিয়া বিকাশত কিতেয়াও হেঙাৰ নহয়, তাক নিজ কণ্ঠৰ যাদুৰে প্ৰতিপন্ন কৰিবলৈ আগবাঢ়িছে দৰঙ ওডালগুৰি জিলাৰ সীমান্তৱৰ্তী কলাইগাঁৱ উদমাৰীৰ এগৰাকী শিশু । মাত্ৰ ১১ বছৰ বয়সীয়া এই শিশু গৰাকীয়ে দেশ বিদেশৰ কেইবা সহস্রাৰ্ধিক প্ৰতিভাৱান শিশু কণ্ঠশিল্পীক পিছ ...

Read More »

চতিয়াত বিশ্বনাথ জিলা মইনা পাৰিজাতৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

চতিয়াৰপৰা সৌৰভ হাজৰিকা,প্ৰথম খবৰ:আজি পুৱা ১০.৩০ বজাত বিশ্বনাথ জিলা মইনা পাৰিজাতৰ পাৰিজাতৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি এক বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।শোভাযাত্ৰা উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Read More »

সৃষ্টিশীল কৰ্মৰে আদৰ্শ দেখুৱাইছে টিংখাঙৰ যুৱক বাণী গগৈয়ে

দেৱজিৎ গগৈৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ:আৰ্থিক দীনতাৰ মাজেৰে কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখি পোহৰৰ বাট বুটলিবলৈ সক্ষম হোৱা ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ধোৱাপথাৰ গাঁৱৰ এগৰাকী আৰ্দশৱান যুৱক।নাম তেওঁৰ বাণী গগৈ কৰ্ম উদ্যোগী যুৱকজনে পৰিয়ালৰ ভৰণ – পোষণ তাগিদাত নিৰ্জীৱ বাঁহ , ...

Read More »

তিতাবৰ সীমান্তত ধৰ্মান্তকৰণেৰে ভূমি দখলৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে নগাই,গীৰ্জা নিৰ্মাণ কৰিবলৈ অহা নগাক ৰাইজৰ পহু খেদা

তিতাবৰ সীমান্তৰপৰা অজয় শইকীয়া,প্ৰথম খবৰঃনগা-অসমীয়াৰ সম্প্ৰীতিৰ এনাজৰী কটকটীয়া হৈ আছে বুলি যিমানেই নকওক কিয় বৰ্তমানেও সীমান্তত চলে বলে কৌশলেৰে অসমৰ ভূখণ্ড দখল কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে নগাই।সেয়া বাগিছা,গীৰ্জা,বিদ্যালয় আদি নিৰ্মাণ কৰিয়েই হওক অথবা মাৰনাস্ত্ৰৰে ভাবুকি প্ৰদান কৰিয়েই হওক।দীৰ্ঘদিনৰ পৰা চলি ...

Read More »

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ডিগবৈত আৰক্ষীৰ স্বচ্ছ ভাৰত অভিযান

ডিগবৈপৰা মনোৰঞ্জন দাস,প্ৰথম খবৰ:গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আজি ডিগবৈ আৰক্ষী থানা আৰু গাঁওৰক্ষী বাহিনী উদ্যোগত ডিগবৈ নগৰত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে।চাফাই অভিযান কাৰ্যসূচীৰ জৰিয়তে নিজৰ ঘৰ খনৰ লগতে অঞ্চলটো পৰিস্কাৰ কৰি ৰাখিবলৈ ৰাইজৰ মাজত এক সজাগতা বৃদ্ধি কৰে ।

Read More »

পৰম্পৰাগত সাজ পৰিধান কৰি হাতে হাতে বিশ্ববন্দিত গ্ৰন্থ লৈ ধেমাজিৰ গ্ৰন্থ উৎসৱত সুন্দৰীৰ কেটৱাক

ধেমাজিৰপৰা বিজন শৰ্মা,প্ৰথম খবৰ:হাতত গ্ৰন্থ উৎসৱত সবাতোকৈ বেছি বিক্ৰী হোৱা কিতাপ লৈ সপ্ৰতীভ সুন্দৰ যুৱকৰ সাৱলীল খোজ কাটল৷পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত ধেমাজি গ্ৰন্থ উৎসৱত পৰম্পৰা আৰু বৌদ্ধিকতাৰ মনিকাঞ্চন সংযোগ ৷ ১৯ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ ধেমাজিত আছুৰ উদ্যোগত আয়োজিত হৈ আছে গ্ৰন্থ ...

Read More »

অৰুণাচল প্ৰদেশৰ মায়ডিয়াত শোকাৱহ পথ দূৰ্ঘটনাত নিহত আহত ৪,মৃতদেহবোৰ হোৱা নাই উদ্ধাৰ

প্ৰথম খবৰ,তালাপ:অৰুণাচল প্রদেশৰ লৱাৰ ডিবাংভেলী জিলাৰ মায়ডিয়াত আজি দুপৰীয়া সংঘতিত এক পথ দূৰ্ঘটনাত তিনিচুকীয়া জিলাৰ বৰহাপজান অঞ্চলৰ ৭জনৰ মৃত্যু ঘটাৰ লগতে ৪ জন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে । বৰফাবৃত্ত পাহাৰ মায়ডিয়ালৈ যোৱা এ এছ ২৩ কিউ ১০৮৮ নম্বৰৰ ...

Read More »