উত্তৰ পূব

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দূৰ্গম পাহাৰৰ বিদ্যালয়ে বিদ্যালয়ে সেনা বাহিনীৰ বিনামূলীয়া চিকিৎসা শিবিৰ

খেৰণিৰপৰা কণক দেউৰী,প্ৰথম খবৰ:কাৰ্বি পাহাৰত ভাৰতীয় সেনাই সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ সমান্তৰালকৈ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰ্বি পাহাৰৰ ভিন্ন প্ৰান্তত বিভিন্ন উন্নয়নমূলক কামৰ লগতে এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ দূৰ্গম অঞ্চলৰ বিদ্যালয়ে বিদ্যালয়ে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিলে ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ...

Read More »

লাহৰীঘাটৰ বিভিন্ন অঞ্চলত প্ৰতিযোগিতা মূলক বাবে বৃদ্ধি পাইছে অবৈধ কাঠফালা মিল কুম্ভণ নিদ্ৰাত বনবিভাগ

লাহৰীঘাটৰপৰা শ্বামিমুল ইছলাম,প্ৰথম খবৰ:যি সময়ত ৰাজ্যৰ স্বয়ং বনমন্ত্ৰী গৰাকীয়ে অবৈধ কাঠফালা মিল সমূহৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে ঠিক তেনে সময়তে দেখিবলৈ পোৱা গৈছে মৰিগাঁও জিলা বনবিভাগৰ ফুপোলা স্বৰূপ।মৰিগাঁও জিলাৰ বানেগৰকা তথা অথনৈতিকভাৱে পিছ পৰা অঞ্চল বগলীপৰা,তিনিচুকীয়া, টেঙাগুৰি ,ভূৰাগাও ...

Read More »

নাজিৰাৰ মহকুমাধিপতিক HWSৰ আদৰণি

প্ৰথম খবৰ,শিমলুগুৰি:আজি নাজিৰা মহকুমাৰ নৱ নিযুক্ত মহকুমাধিপতি মাননীয় শ্ৰীযুত ৰাজীৱ থাপা মহোদয়ক HWSৰ তৰফৰ পৰিচালন সঞ্চালক নাচৰ খান , অধ্যাপক দ্বীজেন নাথ সহ হিউমেন উৱেলফেয়াৰ চচাইটীৰ বিষয়ববীয়াই অনুষ্ঠানটোৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।তেখেতে HWSৰ কৰ্মৰাজিৰ বিষয়ে পূৰ্বেই জ্ঞাত বুলি আমাক ...

Read More »

বেংককৰ পৰা চাইকেল চলাই উপস্থিত কাজিৰঙাত

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ বাবে থাইলেণ্ডৰ পৰা সূদীৰ্ঘ ৩২০০ কিল’মিটাৰ পথ অতিক্ৰম কৰি বুধবাৰে কাজিৰঙাত উপস্থিত হ’ল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক ৷এখন কৃত্ৰিম ভৰি সহ চাইকেল চলাই কাজিৰঙাত উপস্থিত হোৱা অসমৰ সাহসী যুৱক জনক জীপচী ...

Read More »

সমাগত গণতন্ত্ৰ দিৱস উপলক্ষে তৎপৰ বৰপেটা জিলা আৰক্ষী প্ৰশাসন

সৰভোগৰপৰা নীতিশ ৰঞ্জন পাটগিৰী,প্ৰথম খবৰ: সমাগত ২৬ জানুৱাৰী তথা ৬৯ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে বৰপেটা জিলাৰ আৰক্ষী প্ৰশাসনে ব্যাপক ভাৱে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ নিৰ্দেশত জিলাখনৰ সৰভোগ, কলগাছীয়া, বৰপেটা ৰোড, পাঠশালা, ...

Read More »

গোলাঘাট জিলাৰ ১৯টা ইটাভাটা ,দুটা শিল কোৱাৰী বন্ধ নিদেৰ্শনা

প্ৰথম খবৰ,খুমটাই:গোলাঘাট জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুযায়ী নুমলীগড় তেল শোধনাগাৰৰ পৰা ১৫ কিলোমিটাৰ ব্যাসাদ্ধত কোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰিব পৰা ইটাভাটা শিল ভঙা কেচাৰ মেচিনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি গোলাঘাট জিলাৰ পোন্ধৰটা ইটাভাটা আৰু দুটা শিল ভঙা কেচাৰ মেচিনৰ মালিক গোষ্ঠিলৈ ...

Read More »

দৰং জিলা বাৰ্তাজীৱি সংঘৰ উদোগত পথৰু সমন্বয় গোষ্ঠীৰ ঐতিহাসিক পথৰুঘাটৰ ৰণৰ আলোচনাচক্ৰ

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:১৮৯৪ৰ ২৮ জানুৱাৰীত ব্ৰিটিছৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ দৰং জিলাৰ পথৰুঘাটত ১৪০ জন কৃষক ছহিদ হৈছিল। আহত আৰু ঘূনীয়া হৈছিল বহুজন । কৃষিজীৱী দৰঙী প্ৰজাক ব্ৰিটিছে অন্যায়ভাৱে ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদ কৰিবলৈ যোৱা শান্তিপ্ৰিয় ...

Read More »

বৰপেটাৰোডৰ অল আমিন নগৰত দেহ ব্যৱসায়ী চক্ৰ উৎখাত;৫ জনক আটক

প্ৰথম খবৰ;বৰপেটাৰোড:বৰপেটাৰোডৰ ৯ নম্বৰ ৱাৰ্ডৰ ৰেল গেটৰ কাষৰ অল আমিন নগৰত আজি সন্ধিয়া অঞ্জলটোৰ ৰাইজে এটি দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰে। স্থানীয় ৰাইজৰ অভিযোগ নগৰখনৰ বাসিন্দা মুক্তাৰ আলি দেৱানে চকুৰে নেদেখাৰ সুযোগ গ্ৰহণ কৰি তেওঁৰ ভাৰাতীয়া সকলে দেহ ব্যৱসায় চলাই ...

Read More »

বিশিষ্ট সাহিত্যিক ডঃ ৰাম চন্দ্ৰ ডেকা দৰং জিলা সাহিত্য সভাৰ সভাপতি নিবাচিত আৰু সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা নিৰ্বাচিত

মংগলদৈলৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:দৰং জিলা সাহিত্য সভাৰ ২০১৮-২০ বষৰ নিবাচনত বিশিষ্ট সাহিত্যিক, দৰঙী কলাকৃষ্টিৰ গৱেষক ছিপাঝাৰৰ ডঃ ৰাম চন্দ্ৰ ডেকা সভাপতি আৰু মুকুট চন্দ্ৰ হাজৰিকা সম্পাদক নিবাচিত হৈছে। দ‌ৰং জিলা সাহিত্য সভা ভৱনত আজি অনুষ্ঠিত হোৱা নিবাচনত পুৱা ১০ বজাৰ ...

Read More »

চৰাইদেউত অগ্নিকাণ্ডত বাসগংহ ভস্মীভূত

প্ৰথম খবৰ,বৰহাট:চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত আটিলপথাৰ নিবাসী গুনিন লাহনৰ বাসগৃহত এক অগ্নিকাণ্ডত বাসগৃহটো ভস্মীভূতৈ হয়। ঘটনাৰ বিৱৰণি মতে আজি সন্ধিয়া প্ৰায় ৫বজাত বাসগৃহত জুই জ্বলি নিমিষতে নিঃশেষ হয়। অগ্নিকাণ্ডত প্ৰায় ৪লাখ টকাৰ সামগ্ৰীহ ক্ষতি হয় বুলি জনাইছে।

Read More »