অচিন ৰোগে দেখা দিছে বানবিধ্বস্ত অঞ্চলৰ কৃষকৰ সৰিয়ঁহৰ খেতিত
লাহৰীঘাটৰ পৰা শামিমুল ইছলাম,প্ৰথম খবৰ:মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তগৰ্ত সৰিয়ঁহৰ খেতি সমূহে আঘোণৰ ডাঠ কুঁৱলীকো প্ৰত্যাহ্বান জনাই সমগ্র কৃষি পথাৰ খনকেই যেন সৌন্দৰ্যময় কৰি তুলিছে।সৰিয়ঁহ খেতিৰ সৌন্দৰ্যৰ লগতে মৌ মাখি,ভূমোৰাই গুণ গুণাই গান গায় বাটৰুৱা সকলৰ মন আকৰ্ষণ কৰাৰ ...
Read More »