শেহতীয়া

ৰাষ্ট্ৰীয়

হোটেলত পৰি ৰ’ল ৰকষ্টাৰৰ মৃতদেহ

নিউজ ডেস্ক, প্ৰথম খবৰ: সংগীতৰ সুৰেৰে সকলোৱে নচুৱাই উত্তাল কৰা বৃটিছ গায়িকা ডেনিয়েলাৰ মৃতদেহ উদ্ধাৰ হ’ল কাট্টাৰৰ এখন হোটেলত। সম্পূৰ্ণ নাম ডেনিয়েলা অ’বেঞ্জ। সংগীতৰ ঢৌৰে বৃটেইন কঁপোৱা এই গৰাকী তাৰকা জীৱনৰ শেষ সময়ত পৰিতক্ত হৈ পৰি ৰ’ল কাট্টাৰৰ এটি হোটেলৰ কোঠাত।  ...

Read More »

মোদীৰ সভালৈ যোৱাৰ বাবে তিনি তালাক

নিউজ ডেস্ক, প্ৰথম খবৰ : প্ৰধানমন্ত্ৰী মোদীৰ সমাৱেশত অংশগ্ৰহণ কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাৰ সতে তেওঁৰ স্বামীয়ে বিবাহ বিচ্ছেদ ঘটাইছে। মোদী চৰকাৰে মুছলমানৰ বিতৰ্কিত বিবাহ বিচ্ছেদৰ প্ৰথা নিষিদ্ধ কৰিবলৈ সংসদত বিধেয়ক উত্থাপনৰ পৰিকল্পনা কৰা বিষয়টোত সমৰ্থন জনোৱা বাবেই ফায়েৰা ...

Read More »

স্বয়ং প্ৰেমিকৰে ধৰ্ষণৰ বলি হ’ল প্ৰেমিকা, দুই বন্ধুৰ সৈতে দলবদ্ধভাৱে ধৰ্ষণ কৰিলে কিশোৰীক

নিউজ ডেস্ক, প্ৰথম খবৰ : বৰ্তমান সময়ত উত্তৰ প্ৰদেশত মহিলা আৰু ছাত্ৰী সুৰক্ষাৰ বাবে “নাৰী সুৰক্ষা সপ্তাহ” আদিৰ দৰে বিশেষ কাৰ্য্য়সূচী হাতত লৈছে ঠিক সেইসময়তে আনফালে ধৰ্ষণৰ দৰে কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লক্ষ্ণৌৰ সৰোজিনীত। দৰিদ্ৰ লোকৰ কন্যা নিৰাপত্তা নোহোৱা ...

Read More »

মোদীলৈ একাদশতম প্ৰশ্নবাণ নিক্ষেপ ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: গুজৰাট বিধানসভা নিৰ্বাচন প্ৰচাৰত নিতৌ এটাকৈ প্ৰশ্ন সোধা ৰাহুল গান্ধীয়ে যোৱাকালি অৰ্থাৎ ১০ ডিচেম্বৰত একাদশতম প্ৰশ্ন সোধে। উল্লেখযোগ্য যে কংগ্ৰেছৰ নৱতম সভাপতি ৰাহুল গান্ধীয়ে। ছচিয়েল মিডিয়া টুইটাৰত মোডীক ককৰ্থনা কৰি ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে, দেশৰ ...

Read More »

ভিলেজ ৰকষ্টাৰৰ সফলতা 

নিলোফা ৰহমান, প্ৰথম খবৰ: গ্ৰীচত চলি থকা অলিম্পিয়া ছবি মহোৎসৱত ভিলেজ ৰকষ্টাৰে আজুঁৰি আনিবলৈ সক্ষম হ’ল তিনিটাকৈ বঁটা । এটি শিশুৰ সপোনক লৈ ৰচিত ভিলেজ ৰকষ্টাৰ এই ছবিখনে পুনৰ বিদেশত উজলিৱলৈ সক্ষম হয়। শ্ৰেষ্ঠ পৰিচালক ৰূপে ৰীমা দাস সন্মানিত হোৱাৰ লগতে ...

Read More »

প্ৰধান মন্ত্ৰী গৃহ ৰাজ্যত ভোট যুদ্ধ

নিউজ ডেস্ক, প্ৰথম খবৰ : আজি পুৱা ৮ বজাৰ পৰা প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। পুৱা কেইবাটাও EVM মেচিনৰ কাৰিকৰী বিজুতিয়ে জনসাধাৰণক হাৰা শাস্তি কৰে। অৱশ্যে পিছত ভোট গ্ৰহণ কাৰ্য শান্তি পূৰ্ণ ভাবে চলে। প্ৰথম পৰ্যায় নিৰ্বাচন ...

Read More »

গ্ৰেটাৰ নইডাত সংঘটিত এক জঘণ্য হত্যাকাণ্ড, ১৫ বছৰীয়া পুত্ৰই হত্যা কৰিলে নিজ মাতৃ আৰু ভগ্নীক

নিউজ ডেস্ক, প্ৰথম খবৰ : দামিনী কাণ্ডৰ পাছত পুনৰ এক জঘন্য হত্যাকাণ্ডই কঁপাই গ’ল দিল্লী। ১৫ বছৰীয়া নাবালক পুত্ৰই ক্ৰিকেটৰ বেটেৰে কোবাই আৰু ছুৰীৰে হানি খুছি হত্যা কৰিলে নিজ মাতৃ আৰু ভগ্নীক। হত্যাকাণ্ড সংঘটিত কৰি নিৰপৰাধীৰ দৰে বাৰানসীৰ এটা নদী ঘাটত ...

Read More »

জীবিত শিশুক মৃত ঘোষণা, অনুজ্ঞাপত্ৰ বাতিল দিল্লীৰ চিকিৎসালয়ৰ |

নিউজ ডেস্ক, প্ৰথম খবৰ : আগতেও দুজন চিকিৎসকক নিলম্বিত কৰা হৈছিল কিন্তু এইবাৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে দিল্লীৰ ম্যাক্স স্পেচিয়েলিটি চিকিৎসালয়ৰ। সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰনাথ জৈনে। জীৱন্ত শিশুক মৃত ঘোষণা কৰাক লৈ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ ...

Read More »

মুম্বাইত হোৱা ধাৰাষাৰ বৰষুণে ভাঙিলে ৫০ বছৰ ৰেকৰ্ড

নিউজ ডেস্ক, প্ৰথম খবৰ : ২০১৭ বৰ্ষত মুম্বাইত ডিচেম্বৰ মাহত হোৱা বৰষুণে পুৰণি ৫০ বছৰ ৰেকৰ্ড ভাঙিলে। ১৯৬৭ চনত বৰষুণৰ পৰিমাণ অাছিল ৩১. ৪ মিলিমিটাৰ কিন্তু এই বৰ্ষত ইয়াৰ পৰিমাণ বৃদ্ধি হৈ ৩৬ মিলিমিটাৰ হয়। মুম্বাইৰ হান্তাক্ৰজত যোৱা বৃহস্পতিবাৰে পুৱা ৮.৩০ ...

Read More »

গুজৰাটত কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 

দেৱজিৎ গগৈৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ : অহা শনিবাৰে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হব। ৰাজ্যখনৰ মুঠ ১৮২খন বিধানসভা সমষ্টিৰ ১৫০ খনতে প্ৰতিদ্ধন্দ্বিতা আগবঢ়াইছে বিজেপিয়ে। ৰাজ্যখনত ১৯খন জিলাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ আৰু  ৮৯ টা বিধানসভা সমষ্টিৰ ২,১২,৩১,৬৫২জন ...

Read More »