শেহতীয়া

ৰাষ্ট্ৰীয়

প্ৰিয়ংকা চোপ্ৰাৰ দৃষ্টি নাৰীবাদ

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াভাৱে নাৰীবাদৰ ওপৰত কৰা এক মন্তব্যই বহুলভাৱে চৰ্চা লাভ কৰিছে। বলিউড তথা হলিউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ মতে, তেওঁ নিজে নাৰীবাদী। কিন্তু এই শব্দৰ অৰ্থ এনেকুৱা নহয় যে, প্ৰিয়ংকাই পুৰুষক ঘৃণা কৰে। সংবাদ মাধ্যমৰ আগত ...

Read More »

ত্ৰিপুৰাবাসীৰ বাবে ভাল খবৰ: চলিব ৰাজধানী এক্সপ্ৰেছ

নেশ্যনেল ডেস্ক, প্ৰথম খবৰ: অপেক্ষা শেষ হ’ল ত্ৰিপুৰাবাসীৰ। আগৰতলাৰ পৰা নতুন দিল্লীকৈ চলিব ৰাজধানী এক্সপ্ৰেছ। উল্লেখ্য যে, বিশেষ কোনো অসুবিধা নহ’লে দীপাৱলীৰ দিনাৰ পৰাই ৰে’লখনে আৰম্ভ কৰিব এই নতুন যাত্ৰা। এই কথা সদৰি কৰে ভাৰতীয় ৰে’ল বিভাগে। বৰ্তমানলৈ ভাৰতবৰ্ষত ৪৪ ...

Read More »

অনলাইনত বস্তু অৰ্ডাৰ কৰোতে সাৱধান: আহিব পাৰে বিষাক্ত সাপ

ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰথম খবৰ: অনলাইনত বজাৰ কৰাটো বৰ্তমানৰ এক ফেশ্বন। নিৰ্ধাৰিত সময়ত কম খৰচত সহজলভ্য অনলাইনযোগে অৰ্ডাৰ কৰা সামগ্ৰীসমূহ। কিন্তু সাৱধান হওঁক এই ক্ষেত্ৰত। আপুনি অৰ্ডাৰ কৰা সামগ্ৰীৰ পৰিৱৰ্তে পেকেটৰ ভিতৰত আহিব ভয়ানক জন্তু নাইবা সাপ। এনে এক ঘটনা সংঘটিত ...

Read More »

অৰবিন্দ কেজৰিৱালৰ বায়’পিক: আমেৰিকাৰ কোম্পানীয়ে কৰিব প্ৰমোচন

নিউজ ডেস্ক, প্ৰথম খবৰ: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জীৱনশৈলীৰ ওপৰত নিৰ্মাণ হ’ব বোলছবি। ছবিখন লঞ্জ কৰিব আমেৰিকাৰ সংবাদ মাধ্যম ৱাইসে। ছবিখনৰ নাম ‘এন ইনসিগ্নিসিকেংট মেন’। কেজৰিৱালৰ বায়’পিকখন নিৰ্দেশনা কৰিব খুশবু ৰাংকা আৰু বিনয় শুক্লাই। ছবিখনৰ নিৰ্মাতা আনন্দ গান্ধী। ছবিখন এখন ...

Read More »

পাপনৰ নতুন অৱতাৰ 

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তক এক নতুন দেখিবলৈ পোৱা যাব। এইবাৰ ৰিয়েলিটী শ্ব’ৰ বিচাৰকৰ ৰূপত পাপনক সকলোৱে দেখিব। জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম সন্তান পাপনে “এণ্ড টিভি”ৰ জনপ্ৰিয় শ্ব’ “দ্য ভইচ কিডছ ছিজন-২”ৰ বিচাৰক হিচাপে থাকিব। ইতিমধ্যে এই ৰিয়েলিটী ...

Read More »

অনুপম খেৰ এফটিআইআইৰ নতুন চেয়াৰমেন

নিউজ ডেস্ক, প্ৰথম খবৰ: অৰ্জুনৰ স্থানত অনুপম৷ এফটিআইআইৰ অধ্যক্ষ নিযুক্তিক লৈ বিতৰ্কিত হৈ পৰা গজেন্দ্ৰ চৌহানৰ পিছত এইবাৰ চেয়াৰমেন পদত নিযুক্ত হৈছে অভিনেতা অনুপম খেৰ৷ ২০১৫ চনৰ ৯ জুনত অভিনেতা গজেন্দ্ৰ চৌহানক নিযুক্তি দিয়া হৈছিল বহু বিতৰ্কৰ মাজেদি৷ অৱশ্যে, নেশ্যনেল ...

Read More »

অষ্ট্ৰেলিয়ান খেলুৱৈৰ গাড়ীত আক্ৰমণ, মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, প্ৰথম খবৰ: অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰৰ বাছত আক্ৰমণৰ ঘটনাক অপ্ৰত্যাশিত আখ্যা দিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এক দীঘলীয়া  টুইটযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, এই ঘটনাই গুৱাহাটীৰ উদীয়মান উজ্জ্বল ক্ৰীড়াক্ষেত্ৰৰ মৰ্যাদা হানি কৰিবলৈ চেষ্টা কৰা হৈছে। ইতিমধ্যে এই ঘটনা সম্পৰ্কত ...

Read More »

এৰিজ’নাত ছানী লিঅ’নী

এণ্টাৰটেনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ এংলো-ইণ্ডিয়ান  অভিনেত্ৰী ছানী লিঅ’নী বৰ্তমান ব্যস্ত এৰিজ’নাত। শেহতীভাৱে ছানী লিঅ’নীয়ে এগৰাকী কন্যা সন্তান তুলি লোৱাৰ কথা সকলোৰে জ্ঞাত। দৰাচলতে স্বামী ডিনিয়েল ৱেবাৰ আৰু ছানী লিঅ’নীয়ে পুত্ৰী নিশা ৱেবাৰৰ জন্মদিন উদযাপন কৰিছে এৰিজ’নাত। আজি দুবছৰীয়া হ’ল ...

Read More »

হেপ্পী বাৰ্থডে বিগ বি

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: মেগাষ্টাৰ অমিতাভ বচ্চনৰ আজি জন্মদিন। ৭৫ বছৰত ভৰি দিয়া বলিউডৰ জনপ্ৰিয় তাৰকাজনলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইণ্ড্ৰাষ্টীটোৰ নামী-দামি ছুপাৰ ষ্টাৰসকলে। ৭৫ বছৰতো নট আউট মেগাষ্টাৰ অমিতাভ বচ্চন। শেহতীয়াভাৱে তেওঁ সংবাদ মাধ্যৰ আগত প্ৰকাশ কৰে যে, চলিত ...

Read More »

বিশ্ববাসীৰ আগত লজ্জিত হ’ল অসম, টুইটাৰ যোগে দুখ প্ৰকাশ হিমন্ত বিশ্বশৰ্মাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কালি বৰ্ষাপাৰাত অনুষ্ঠিত টি-২০ মেছৰ পাছতেই হোটেললৈ যোৱাৰ পথত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৰ বাছলৈ লক্ষ কৰি একাংশ উদণ্ড দৰ্শকে শিলগুটি নিক্ষেপ কৰা ঘটনাক লৈ সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে। শিলাবৰ্ষণত চূৰ্ণবিচূৰ্ণ হয় বাছখনৰ খিৰিকি। ঘটনাৰ পাছতেই সমগ্ৰ ...

Read More »