শেহতীয়া

ৰাষ্ট্ৰীয়

ঋষি কাপুৰৰ দিনত কিয় নাহিল প্ৰিয়া প্ৰকাশ ভেৰিয়াৰ!

নিউজ ডেস্ক,প্ৰথম খবৰঃ শেহতীয়াকৈ ঋষি কাপুৰেও প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ সুন্দৰতাক লৈ প্ৰশংসা কৰে দেখা গৈছে। প্ৰিয়াৰ কিছুদিনৰ পূৰ্বে এটা সুন্দৰ ভিডিঅ’ৰ জৰিয়তে ছোচিয়েল মেডিয়াত খলকনি তোলাৰ পিছতে বৰ্তমান এক চৰ্চাৰ বিষয় হৈ পৰিছে মালয়ালম ছবিৰ অভিনেত্ৰী প্ৰিয়া প্ৰকাশ ভেৰিয়াৰ। এনে ...

Read More »

How much is too much? প্ৰিয়া প্ৰকাশ ভেৰিয়াৰক লৈ too much কোনে কৰিছে?

নিউজ জেস্ক,প্ৰথম খবৰ: বিগত কিছুদিনৰ পৰা ইণ্টাৰনেটত ৰাজত্ব কৰিছে প্ৰিয়া প্ৰকাশ ভেৰিয়াৰে। প্ৰিয়া এগৰাকী মালায়ালম অভিনেত্ৰী। ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমলৈ সৰ্বত্ৰে এতিয়া প্ৰিয়াৰ মিচিকিয়া হাঁহিৰ ভিডিঅ’। দৰাচলতে এই ভিডিঅ’টো প্ৰিয়াৰ আগন্তুক ছবি “Oru Adaar Love”ৰ টিজাৰ। কিন্তু ...

Read More »

ভেলেণ্টাইন ডে’ৰ আগত চকু টিপ মৰা ছোৱালীৰ ভিডিঅ’ভাইৰেল,কোন এই প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ!

নিউজ ডেস্ক,প্ৰথম খবৰ: ছ’চিয়েল মিডিয়াত এইকেইদিন এটি ভিডিঅ’ই হৈ-চৈ লগাই আছে। ভিডিঅ’টোত এজন ল’ৰা আৰু এজনী ছোৱালীক চকুৰ ইংগিতত প্ৰেম নিবেদন কৰা দেখা গৈ আছে। প্ৰায় ২৬ ছেকেণ্ডৰ এই ভিডিঅ’টোত প্ৰথমতে ল’ৰাজনে চকুৰে ইংগিত কৰে যিটোৰ প্ৰত্যুত্তৰত ছোৱালীজনীয়ে চকু টিপ মাৰি ...

Read More »

প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ এক আলোড়ন!

ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ সকলোতে এই নাম যেন এক উৎকন্ঠা,শিহৰণ,আলোড়ন। এটা মাত্ৰ চকু টিপ আৰু সমগ্ৰ ভাৰত তথা বিশ্ব পাগল ২৬ ছেকেণ্ডৰ ভিডিঅ’ আৰু ৰাতিটোৰ ভিতৰতে ছোৱালীজনী চুপাৰষ্টাৰ। এতিয়া কথা হ’ল আমাৰ ভাৰতবৰ্ষৰ মানুহৰ মানসিকতাৰ আমাৰ ...

Read More »

বিৰুস্কালৈ ভেলেণ্টাইন ডে’ৰ উপহাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী বৰ্তমান সময়ৰ সকলোতকৈ চৰ্চিত যুটি। চ’চিয়েল মিডিয়াতো এই যুটিক লৈ চৰ্চাৰ অন্ত নাই। কিন্তু শেহতীয়াকৈ, এই যুটি অন্য এক কাৰণৰ বাবেহে চৰ্চালৈ আহিছে। খবৰ অনুসৰি, এই চৰ্চাৰ কাৰণ হৈছে অনুষ্কাৰ পিতৃ। ...

Read More »

মহেন্দ্ৰ সিং ধোনীৰ নতুন অভিলেখ:৪০০ খেলুৱৈক ষ্টাম্পিং কৰি আউট কৰা একমাত্ৰ ভাৰতীয় উইকেট কীপাৰ

স্পোৰ্টচ নিউজ,প্ৰথম খবৰ: দক্ষিণ আফ্ৰীকাত অনুষ্ঠিত এদিনীয়া শৃংখলাত ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ সুন্দৰ খেল প্ৰদৰ্শন আৰু স্পীন বলাৰ সকলৰ হাতৰ যাদু অব্যাহত থকাৰ সময়তে সংগোপনে নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলৰ আন এজন খেলুৱৈয়ে৷ ভাৰতীয় ক্ৰিকেট দলৰ উইকেট ...

Read More »

২ সপ্তাহতে ৪৫০ কোটি টকা “পদ্মাৱত”ৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: সঞ্জয় লীলা ভাঞ্চালীৰ বিতৰ্কিত ছবি “পদ্মাৱতে” অৱশেষত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে দেশৰ লগতে বিদেশতো৷ ১৪ দিন পূৰ্বে মুক্তি লাভ কৰা দিপিকা পাডুকণ, ৰনবীৰ সিং আৰু শ্বাহীদ কাপুৰৰ দৰে ষ্টাৰে অভিনয় কৰা “পদ্মাৱতে” বুধবাৰ লৈকে ...

Read More »

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী পথ দূৰ্ঘটনাত পতিত

নেচনেল ডেস্ক,প্ৰথম খবৰ: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী জছোদাৱেন আজি পতিত হয় এক দূৰ্ঘটনাত৷ ৰাজস্থানৰ কোট্টা- চিত্তৌড় ঘাইপথত পতিত হোৱা এই দূৰ্ঘটনাত জছোদাৱেন সামান্য পৰিমাণে মূৰত আঘাতপ্ৰাপ্ত হয়৷ দূৰ্ঘটনাৰ পিছত জছোদাৱেনে নিৰাপত্তাৰক্ষীৰ সৈতে খোজকাঢ়ি গৈ বাহনত বহে আৰু এখেতক চিত্তৌড়ৰ ...

Read More »

খাপ পঞ্চায়তকলৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি

নিউজ ডেস্ক, প্ৰথম খবৰ: খাপ পঞ্চায়তক লৈ উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি আৰোপ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই স্পষ্ট মত পোষণ কৰি কয় যে- যদি কোনো দুজন ব্যক্তিয়ে নিজ ইচ্ছা অনুসৰি বিবাহ পাশত আৱদ্ধ হয় তেতিয়া তাত কোনো তৃতীয় ...

Read More »

১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট ভাৰতৰ দখলত   

স্পোৰ্টচ্ ডেস্ক, প্ৰথম খবৰ: ১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট ২০১৮ ৰ ফাইনেলত শণিবাৰে ভাৰতে ইতিহাস ৰচিলে। ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটৰ ব্যৱধানত হৰুৱাই ৰেকৰ্ড সংখ্যক চতুৰ্থ বাৰৰ বাবে বিশ্বকাপ দখল কৰে।  ইয়াৰ আগতে ভাৰত ২০০০, ২০০৮ আৰু ২০১২ ত বিশ্বকাপ জয়ী হৈছিল। অষ্ট্ৰেলিয়াই প্ৰথমে ...

Read More »