দিপাৱলীত একত্রিত হৈয়ো, দূৰত্বত মুলায়ম পৰিয়াল
নিউজ ডেস্ক,প্ৰথম খবৰ: বহুত মনোমালন্যৰ পাছতো যোৱা শুক্ৰবাৰে দিপাৱলী একেলগে উদযাপনৰ বাবে একত্রিত হল মুলায়ম পৰিয়াল| দিপাৱলী উৎসৱত মুলায়ম সিং যাদৱ,পুত্র অখিলেশ সহিতে খুৰা শিৱপাল যাদৱো উপস্থিত থাকে| কিন্তু একেলগে উৎসৱত অংশগ্ৰহণ কৰিলেও তেওঁলোকৰ মাজৰ দূৰত্ব স্পষ্ট ৰূপত প্ৰতিফলিত হয়| ...
Read More »