শেহতীয়া

ৰাষ্ট্ৰীয়

এতিয়াতো স্পষ্ট, অৰবিন্দ কেজৰীৱাল ভ্ৰষ্ট

নেচনেল ডেস্ক, প্ৰথম খবৰ: আম আদমী পাৰ্টীৰ নিলম্বিত বিধায়ক তথা দিল্লীৰ অৰবিন্দ কেজৰীৱাল চৰকাৰৰ বৰ্খাস্ত মন্ত্ৰী কপিল মিশ্ৰই মহাভিযোগ আনিছে আম আদমী পাৰ্টীৰ বিৰুদ্ধে। কেজৰীৱালৰ বিৰুদ্ধে হাজাৰ পৃষ্ঠাৰ দুৰ্নীত তথ্য উন্মোচন কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। অনশনৰ পাঁচ দিনৰ অন্তত কপিল মিশ্ৰই কোটি ...

Read More »

কৰুণ! বৰযাত্ৰীৰ সৈতে নাচি নাচিয়েই মৃত্যু দৰাৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিয়াৰ দিনটো জীৱনৰ এক অন্যতম স্মৰণীয় দিন হিচাপে ধৰা হয়। কিন্তু বিয়াৰ দিনাই যদি মৃত্যুক সাবটি ল’বলগীয়া হয় দৰাই! ঠিক তেনে এক ঘটনা সংঘটিত হ’ল গুজৰাটত। গুজৰাটৰ আনন্দত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। বিয়াৰ দিনাই কইনাঘৰলৈ গৈ থকা ...

Read More »

নেচনেল হেৰাল্ড গোচৰ, ছোনিয়া-ৰাহুল শিবিৰত কঁপনি

নেচনেল ডেস্ক, প্ৰথম খবৰ: নেচনেল হেৰাল্ড গোচৰত দিল্লী  উচ্চ ন্যায়ালয়ে কঁপাই তুলিছে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু উপাধ্যক্ষ ৰাহুল গান্ধীৰ শিবিৰ। দিল্লী উচ্চ ন্যায়ালয়ে নেচনেল হেৰাল্ড গোচৰ প্ৰসংগত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক তদন্তৰ আওতালৈ আনিবলৈ সেউজ সংকেত দিছে আয়কৰ ...

Read More »

মণ্ডপত দৰা-কইনাৰ কাজিয়া, ভাইৰেল হৈছে ভিডিঅ’

প্ৰথম খবৰ: বিয়াৰ পৱিত্ৰস্থলীত য’ত আটাইতকৈ বেছি মানুহৰ ভিৰ হয় সেয়াই হ’ল বৰমালা পিন্ধোৱা ঠাই অৰ্থাৎ বিয়াৰ মণ্ডপ। য’ত দৰা-কইনাই এজনে আনজনক অগ্নিক সাক্ষী কৰি ডিঙিত বৰমালা পিন্ধায়। সেই সময়ত দৰা-কইনাক বিভিন্ন ধৰণে ধেমালি কৰি জোকোৱা দেখা যায়। বৰমালা পিন্ধোৱা সময়ৰ ...

Read More »

Born to Debate! লালুক আক্ৰমণেৰে আহিল অৰ্ণৱ গোস্বামীৰ Republic TV

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰথমটো অনুষ্ঠানতে ভাৰতৰ ৰাজনীতিত এক কঁপনি তুলি আৰম্ভ হ’ল অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ সম্প্ৰচাৰ। পুৱা ১০ বজাৰপৰা সম্প্ৰচাৰ আৰম্ভ হোৱা ৰিপাব্লিক টিভিৰ প্ৰথমটো অনুষ্ঠানেই আছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ দুৰ্নীতি আৰু মাফিয়াৰ লগত সম্পৰ্কক ...

Read More »

ইটাহত দুৰ্ঘটনাত পতিতলৈ প্ৰধানমন্ত্ৰীৰ ক্ষতিপূৰণ

প্ৰথম খবৰ, ইটাহ: উত্তৰ প্ৰদেশৰ ইটাহ জিলাত দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা নিহতজনৰ আত্মীয়লৈ ২ লাখ টকা আৰু বেয়াকৈ আহত হোৱাজনলৈ ৫০,০০ টকাৰ ক্ষতিপূৰণ ...

Read More »

চলিত বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে তিনিগৰাকী বক্সাৰৰ নাম প্ৰস্তাৱ

প্ৰথম খবৰ,বালিপৰা,৪ মে’: চলিত বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে তিনিগৰাকী বিশিষ্ট বক্সাৰৰ নাম প্ৰস্তাৱ কৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনে। ফেডাৰেচনে ক্ৰমে সৰজুবালা দেৱী (৫১কেজি), চাউটী বৰা(৮১ কেজি) আৰু চনিয়া ল’থাৰ(৫৭)ৰ নাম প্ৰস্তাৱ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Read More »

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি সাতজন ন্যায়াধীশৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

নিউজ ডেক্স,প্ৰথম খবৰ:  কলকাতা উচ্চ ন্যায়ালৰ ন্যায়াধীশ চি এছ কৰ্ননে দেশৰ উচ্চতম ন্যায়ালয়ৰ সাতজন ন্যায়াধীশৰ লগতে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে। মুখ্য ন্যায়াধীশ জে এছ খেহাৰ, ন্যায়াধীশ দীপক মিশ্ৰ, জে চেলামেশ্বৰ, ৰঞ্জন গগৈ, মদন বি লকুৰ, পিনাকী ...

Read More »

উত্তৰপ্ৰদেশত গৰুৰ বাবে এম্বুলেঞ্চ সেৱা মুকলি

প্ৰাঞ্জল প্ৰতিম বৰাৰ সহযোগত নিউজ ডেস্ক, ৩ মে’: গো-মাতা প্ৰসংগই সমগ্ৰ ভাৰতবৰ্ষ তোলপাৰ লগাই থকাৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ যোগী আদিত্যনাথৰ দ্বাৰা শাসিত উত্তৰপ্ৰদেশত মুকলি কৰা হৈছে ৰাজ্যৰ গৰুৰ বাবে বিশেষ এম্বুলেঞ্চ সেৱা। প্ৰাপ্ত খবৰ অনুসৰি, গৰুৰ বাবে বিশেষভাৱে পৰিচালিত ...

Read More »

‘Whatsএপ’ ব্যৱহাৰকাৰী সকল সাবধান হওঁক

নিউজ ডেস্ক, প্ৰথম খবৰ : এতিয়াৰ পৰা Whatsapp ৰ মেচেজ আপুনি ডিলিট নকৰিব| কাৰণ ডিলিট কৰিলে এয়া আইন বিৰুদ্ধ হিচাপে গণ্য কৰা হ’ব লগতে জেল পৰ্যন্ত হব পাৰে। কাৰণ Whatsapp ৰ একাউণ্টত এতিয়া চৰকাৰৰ নজৰ বিদ্যমান। ভাৰত চৰকাৰে প্ৰণয়ন কৰিবলৈ লোৱা ...

Read More »