শেহতীয়া

ৰাষ্ট্ৰীয়

দিল্লীত খহি পৰিল ৬০বছৰ পুৰণা অট্টালিকা

নিউজ ডেস্ক, প্ৰথম খবৰ : দক্ষিণ-পূৱ দিল্লীৰ টাইমুৰ নগৰত আজি পুৱা ৯.৪৫ বজাত ৬০ বছৰ পুৰণি অট্টালিকা এটা ভাগি পৰে। এই অট্টালিকাটোৰ গৰাকী চৰকাৰী বিষয়া ধ্ৰুৱ কুমাৰ। অট্টালিকাটোৰ ভিতৰত মালিক ধ্ৰুৱজ্যোতি আৰু এগৰাকী কৰ্মচাৰী আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

Read More »

নিষিদ্ধ হ’ব চেক বুক

ছফিক আহমেদৰ প্ৰতিবেদন,প্ৰথম খবৰ: চেকবুকৰ প্ৰচলন শীঘ্ৰেই নিষিদ্ধ কৰা হ’ব। বিমুদ্রাকৰণৰ পিছত পুনৰ আন এক কঠোৰ সিদ্ধান্ত গ্ৰহণৰ দিশে আগবাঢ়িছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ। কোটি কোটি দেশবাসীয়ে ব্যৱহাৰ কৰি থকা বেংকৰ চেক বুক নিষিদ্ধ কৰি মোদী চৰকাৰে ...

Read More »

কাশ্মীৰত লস্কৰ-ই-তৈবাৰ তিনি সদস্য নিহত

নেচনেল ডেস্ক, প্ৰথম খবৰ: উত্তৰ কাশ্মীৰৰ মগম গাঁৱত নিৰাপত্তাৰক্ষী আৰু পাকিস্থানী উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত তিনিজনকৈ উগ্ৰপন্থী নিহত হয়। উল্লেখযোগ্য যে, গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে উক্ত অঞ্চলটো ঘেৰি ধৰাত উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ অভিযানৰ উমান পাই নিৰাপত্তাৰক্ষীৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ ...

Read More »

স্বচ্ছ ভাৰত প্ৰতিফলিত হ’ব নে?

অভিনন্দন গোস্বামী ২০১৪ চনৰ ২ অক্টোবৰত গান্ধীজীৰ জন্মদিনৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযানৰ পাতনি মেলি দেশবাসীক স্বচ্ছতাৰ দিশত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছিল। এই অভিযানৰ প্ৰধান লক্ষ্য আছিল ২০২২ চনলৈ অৰ্থাৎ স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তিলৈ ভাৰতবৰ্ষক এক স্বচ্ছ ...

Read More »

ছ’চিয়েল মিডিয়াত ভাইৰেল সুন্দৰী আৰক্ষী, হৰলিন আচলতে কোন?

নেচনেল ডেস্ক, প্ৰথম খবৰ: শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী সুন্দৰী আৰক্ষী বিষয়াৰ আলোকচিত্ৰ। কাইনাত হৰলিন কৌৰ নামৰ এইগৰাকী আৰক্ষী বিষয়াৰ ফটোক লৈ উৎসুকতাৰ অন্ত নাই। ফেচবুকৰপৰা হোৱাটছএপলৈ এতিয়া মাথোঁ আৰক্ষী বিষয়াগৰাকীৰেই আলোচনা। ছ’চিয়েল মিডিয়াৰ তথ্য অনুসৰি হৰলিন কৌৰ ...

Read More »

৯ বছৰ ক’মাত থাকি প্ৰাক্তন মন্ত্ৰী প্ৰিয়ৰঞ্জন দাসমুঞ্চিৰ মৃত্যু

নেচনেল ডেস্ক, প্ৰথম খবৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰিয়ৰঞ্জন দাসমুঞ্চিৰ মৃত্যু। উল্লেখ্য যে, ৯ বছৰ ধৰি ক’মাত চিকিৎসাধীন আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজন। ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে ৰাজীৱ গান্ধীৰ মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰিয়ৰঞ্জন দাসমুঞ্চিয়ে প্ৰথমবাৰৰ বাবে ...

Read More »

কংগ্ৰেছৰ অধ্যক্ষৰূপে ৰাহুলৰ অভিষেক!

প্ৰথম খবৰ, নতুন দিল্লী: অৱশেষত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষৰ আসনত বহাটো প্ৰায় নিশ্চিত হৈ পৰিছে। অহা চাৰি ডিচেম্বৰত ৰাহুল গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আজি পুৱা নতুন দিল্লীৰ ১০ জনপথত অনুষ্ঠিত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এক ...

Read More »

মুম্বাইত অসমৰ জৈৱিক চাহৰ সমাদৰ

শিমলুগুৰিৰপৰা নেকিবুল হক, প্ৰথম খবৰ: মায়া নগৰী মুম্বাইত ১৬ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা পঞ্চম বিশ্ব চাহ আৰু কফি মেলাত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ জৈৱিক চাহে। বিশালভাৱে আয়োজিত বিশ্ব চাহ মেলাত অসমৰ হস্ত প্ৰস্তুত জৈৱিক চাহ প্ৰদৰ্শিত আৰু বিক্ৰী ...

Read More »

বেংককৰপৰা গুৱাহাটীলৈ চাইকেল অভিযান বিশেষভাৱে সক্ষম ৰাকেশৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: এখন ভৰিৰে বিশ্ব জিনা অসমৰ সাহসী যুৱক ৰাকেশ পেৰাচাইক্লিষ্ট এইবাৰ ওলাইছে আন এক দুঃসাহসিক অভিযানত। থাইলেণ্ডৰ ৰাজধানী বেংককৰপৰা চাইকেল চলাই গুৱাহাটীলৈ আহিব ৰাকেশ। কলিয়াবৰৰ আমবাগানৰ দুঃসাহসী যুৱকজনে এই যাত্ৰাত চাইকেলেৰে অতিক্ৰম কৰিব প্ৰায় ৩৫০০ কিলোমিটাৰ পথ। ...

Read More »

পিটাৰে শ্বীনাক অপহৰণ কৰিছিলঃ ইন্দ্ৰাণী

নিউজ ডেস্ক, প্ৰথম খবৰঃ সন্তানৰ হত্যাৰ অভিযোগত বন্দীশালত দিন কটোৱা ইন্দ্ৰাণী মুখাৰ্জীয়ে এইবাৰ স্বামীৰ বিৰুদ্ধে শ্বীনা বৰাৰ হত্যাকাৰী সজাবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।স্বামী পিটাৰ মুখাৰ্জীৰ বিৰুদ্ধে ইন্দ্ৰাণী মুখাৰ্জীক শ্বীনা বৰাৰ হত্যাকাৰী সজাবলৈ সুপৰিকল্পিতভাৱে ষড়যন্ত্ৰ ৰচনা কৰা বুলি ...

Read More »