শেহতীয়া

ৰাষ্ট্ৰীয়

অসমৰ বানাক্ৰান্তক সহায়ৰ হাত তেলেগু অভিনেতাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ : অসমৰ বান পীড়িতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে তেলেগু তথা বলীউদৰ জনপ্ৰিয় অভিনেতা ৰামচৰণ তেজা আৰু তেওঁৰ পত্নী উপাসনাই। শেহতীয়াভাৱে অসম আৰু গুজৰাটৰ বানাক্ৰান্তৰ দুৰৱস্থাৰ কথা মন কৰি বলীউদৰ চুপাৰষ্টাৰ আমীৰ খানেও সহায়ৰ হাত আগবঢ়াইছিল। যি ...

Read More »

অসমৰ বানাক্ৰান্তক সহায় কৰিব আমিৰ খানে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: অসমৰ বান পীড়িতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলীউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খান। শেহতীয়াভাৱে আমিৰ খানে টুইটাৰত এটা ভিডিঅ’ আপলোড কৰি এই কথা ব্যক্ত কৰিছে। ছবিৰ জড়িয়তে সদায় সমাজক বাৰ্তা প্ৰেৰণ কৰি অহা অভিনেতাজনে অসম আৰু গুজৰাটৰ ...

Read More »

নীতিশ কুমাৰৰ নতুন পাৰিষদ শপত গ্ৰহণ

পাটনা: শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰৰ নৱগঠিত মন্ত্ৰীসভাই। বিয়লি পাঁচ বজাত নীতিশ মন্ত্ৰীসভাৰ ২৬ জন মন্ত্ৰীয়ে শপত বাক্য পাঠ কৰিলে। অৱশ্যে বিজেপিৰ হিমাচল প্ৰদেশৰ প্ৰভাৰী মংগল পাণ্ডেই সময়মতে উপস্থিত হ’ব নোৱৰাৰ বাবে শপত গ্ৰহণ কৰিব নোৱাৰিলে। বিহাৰৰ ৰাজভৱনত ...

Read More »

লক্ষ্ণৌত শ্বাহে ভৰি থোৱাৰ লগে লগে সমাজবাদীৰ ৩ বিধায়কৰ পদত্যাগ, বিজেপিক দোষাৰোপ অখিলেশৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে তিনিদিনীয়া ভ্ৰমণসূচী লৈ লক্ষ্ণৌত উপস্থিত হোৱাৰ সময়তে সমাজবাদী পাৰ্টীৰ তিনিজনকৈ বিধায়কে পদত্যাগ কৰাৰ কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ ৰাজনীতি গৰম হৈ পৰিছে। সমাজবাদী পাৰ্টীৰ ভিতৰ চ’ৰাৰ পৰিৱেশ প্ৰতিকূল হৈ পৰাৰ দোহাই দি ...

Read More »

ইন্দৰ কুমাৰৰ অন্তিম যাত্ৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: তুমকো না ভূল পায়েংগে, ৱাণ্টেড আদিৰ দৰে জনপ্ৰিয় বা চুপাৰ হিট ছবিৰে বলীউদত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেতা ইন্দৰ কুমাৰে মৃত্যুক সাবটি লয়। উল্লেখযোগ্য যে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ইন্দৰে। মৃত্যুৰ সময়ত ...

Read More »

কটনিয়ানে জীৱন বচালে মুম্বাইৰ মাতৃৰ

প্ৰথম খবৰ, নিউজ ডেস্ক: মুম্বাইত নতুন চাকৰিত যোগদান কৰিবলৈ গৈ আছিল তাই৷ নাম তাইৰ অপৰূপা৷ পুৱা চাকৰিলৈ যোৱাৰ ব্যস্ততাপূৰ্ণ সময়৷ এখন্তেক ৰ’বলৈ সময়৷ কেনিও কাৰো ঘূৰি চোৱালৈও সময় নাথাকে৷ কিন্তু নতুন চাকৰিত যোগদান কৰিবলৈ যাওতে ষ্টেশ্যনত যি দেখিলে, তাই আৰু ৰ’ব ...

Read More »

পদত্যাগৰ ২৪ ঘণ্টাৰ পিছতে শপত ল’লে নীতিশে, বিশ্বাসঘাতক আখ্যা লালুৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: পদত্যাগৰ ২৪ ঘণ্টা পিছতে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে।  ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীৰ ওচৰত শপত ল’লে নীতিশ কুমাৰে। নীতিশ কুমাৰৰ লগতে উপমুখ্যমন্ত্ৰী হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ সুশীল মোদীয়ে শপত গ্ৰহণ কৰে। শপত ...

Read More »

বিহাৰত মহাজোটবন্ধনৰ ছন্দপতন! নীতিশ কুমাৰৰ পদত্যাগ

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিহাৰৰ ক্ষমতাৰ ৰাজনীতি দ্ৰুতগতিত সলনি হোৱাৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কিছুসময়ৰ পূৰ্বে পদত্যাগ কৰে। বুধবাৰে সন্ধিয়া নীতিশ কুমাৰে জেডিইউৰ বিধায়ক, সাংসদ আৰু অন্য নেতাসকলৰ সৈতে এখন বিশেষ বৈঠকৰ আয়োজন কৰে। এই বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপালৰ ...

Read More »

মুম্বাইৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিল সঞ্জয় গান্ধীৰ কন্যা

নেচনেল ডেস্ক, প্ৰথম খবৰ: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্চয় গান্ধীৰ কন্যা বুলি দাবী কৰা এগৰাকী মহিলাই মুম্বাইৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। আদালতৰ দ্বাৰস্থ হৈ তেওঁ দাবী কৰিছে জনপ্ৰিয় ছবি নিৰ্মাতা মধুৰ ভণ্ডাৰকৰৰ আগন্তুক ছবি ‘ইন্দু চৰকাৰ’ৰ মুক্তিৰ ক্ষেত্ৰত ...

Read More »

চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচিত কোবিন্দ, ২৫ জুলাইত শপত

নেচনেল ডেস্ক, প্ৰথম খবৰ: দেশৰ ১৪ সংখ্যৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ৰামনাথ কোবিন্দ। ৬৫.৬৫ শতাংশ ভোট লাভ কৰি প্ৰতিদ্বন্দ্বী মীৰা কুমাৰক পৰাস্ত কৰে কোবিন্দে। ২৫ জুলাইত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব তেওঁ। উল্লেখ্য যে বৰ্তমানৰ ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ কাৰ্যকাল শেষ ...

Read More »