শেহতীয়া

ৰাষ্ট্ৰীয়

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি সাতজন ন্যায়াধীশৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

নিউজ ডেক্স,প্ৰথম খবৰ:  কলকাতা উচ্চ ন্যায়ালৰ ন্যায়াধীশ চি এছ কৰ্ননে দেশৰ উচ্চতম ন্যায়ালয়ৰ সাতজন ন্যায়াধীশৰ লগতে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে। মুখ্য ন্যায়াধীশ জে এছ খেহাৰ, ন্যায়াধীশ দীপক মিশ্ৰ, জে চেলামেশ্বৰ, ৰঞ্জন গগৈ, মদন বি লকুৰ, পিনাকী ...

Read More »

উত্তৰপ্ৰদেশত গৰুৰ বাবে এম্বুলেঞ্চ সেৱা মুকলি

প্ৰাঞ্জল প্ৰতিম বৰাৰ সহযোগত নিউজ ডেস্ক, ৩ মে’: গো-মাতা প্ৰসংগই সমগ্ৰ ভাৰতবৰ্ষ তোলপাৰ লগাই থকাৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ যোগী আদিত্যনাথৰ দ্বাৰা শাসিত উত্তৰপ্ৰদেশত মুকলি কৰা হৈছে ৰাজ্যৰ গৰুৰ বাবে বিশেষ এম্বুলেঞ্চ সেৱা। প্ৰাপ্ত খবৰ অনুসৰি, গৰুৰ বাবে বিশেষভাৱে পৰিচালিত ...

Read More »

‘Whatsএপ’ ব্যৱহাৰকাৰী সকল সাবধান হওঁক

নিউজ ডেস্ক, প্ৰথম খবৰ : এতিয়াৰ পৰা Whatsapp ৰ মেচেজ আপুনি ডিলিট নকৰিব| কাৰণ ডিলিট কৰিলে এয়া আইন বিৰুদ্ধ হিচাপে গণ্য কৰা হ’ব লগতে জেল পৰ্যন্ত হব পাৰে। কাৰণ Whatsapp ৰ একাউণ্টত এতিয়া চৰকাৰৰ নজৰ বিদ্যমান। ভাৰত চৰকাৰে প্ৰণয়ন কৰিবলৈ লোৱা ...

Read More »

চৰ্দাৰ সিঙলৈ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে পৰামৰ্শ হকী ইণ্ডিয়াৰ

প্ৰথম খবৰ,বালিপৰা,২মে’: ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক তথা হকী খেলুৱৈ চৰ্দাৰ সিঙলৈ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ আগবঢ়াইছে হকী ইণ্ডিয়াই। উল্লেখ্য যে,ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা ক্ৰীড়াজগতত প্ৰদৰ্শন কৰা উন্নতমানৰ প্ৰদৰ্শন বাবে নিৰ্বাচিত খেলুৱৈসকললৈ আগবঢ়োৱা হয়। ...

Read More »

উত্তপ্ত চেন্নাই

নিউজ ডেস্ক, প্ৰথম খবৰ: বহু অপেক্ষিত তথা বহু চৰ্চিত ছবি বাহুবলী 2 আজি মুক্তি পায় সমগ্ৰ বিশ্বৰ কেবাহাজাৰো ছবিগৃহত। কিন্তু দুখৰ বিষয় যে চেন্নাইত ছবিখনৰ পুৱাৰ দৰ্শনীসমূহ বন্ধ কৰিলে চিত্ৰগৃহসমূহত। যি সময়ত লাখ লাখ দৰ্শকে ঢাপলি মেলিছে ছবিগৃহলৈ তেনে সময়তে চেন্নাইত ...

Read More »

কোচবিহাৰত কে পি পিৰ সভাত মমতা বেনাৰ্জী পশ্চিমবংগৰ ৰাজ্যিক ভাষাত তালিকাভুক্ত হ’ব কমতাপুৰী ভাষা

প্ৰথম খবৰ,বঙাইগাঁওঃ পশ্চিমবংগৰ ৰাজ্যিক ভাষাৰ তালিকাভুক্ত হ’ব কমতাপুৰী ভাষা৷ এই ইংগিত দিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ আজি কোচবিহাৰৰ ৰাসমেলা ময়দানত অনুষ্ঠিত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি)ৰ এখন মুকলি সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কমতাপুৰীসকলৰ ভাষা, সংস্কৃতিৰ প্ৰতি তেওঁৰ ...

Read More »

৩০০ মাওবাদীৰ ভয়ংকৰ এম্বুছ, ২৫ CRPF নিহত

প্ৰথম খবৰ, নতুন দিল্লী: দক্ষিণ ছত্তীছগড়ৰ ছুকুমা জিলাত সংঘটিত সুৰক্ষা বাহিনীৰ ওপৰত মাওবাদীৰ অন্যতম বৃহৎ আক্ৰমণে প্ৰাণ ল’লে ২৫ জনকৈ চিআৰপিএফ জোৱানৰ। ইফালে, চিআৰপিএফৰ প্ৰত্যুত্তৰত ১২টাকৈ মাওবাদীৰো মৃত্যু ঘটে। দক্ষিণ ছুকমাৰ এটা পথ নিৰ্মাণৰ সময়ত সুৰক্ষাত নিয়োজিত চিআৰপিএফৰ ৭৪ বেটেলিয়ানৰ ...

Read More »

আইছিছিৰ বিৰুদ্ধে সষ্টম ৫ ৰাজ্যৰ আৰক্ষী

নেচনেল ডেস্ক, প্ৰথম খবৰ: উত্তৰ প্ৰদেশত আৰক্ষীয়ে আইছিছৰ বিৰুদ্ধে একপ্ৰকাৰ ঘোষণা কৰিছে জেহাদ। উত্তৰ প্ৰদেশৰ এণ্টি টেৰৰিজম স্কোৱাট চমুকৈ এটিএছৰ উদ্যোগত পাঁচ ৰাজ্যৰ আৰক্ষীৰ সহযোগত সন্ত্ৰাসবাদীৰ গতিবিধি নিৰীক্ষণ কৰি আছে। এ এন আইৰ উ্দ্ধৃতি দি জি নিউজে প্ৰকাশ কৰিছে যে দিল্লী আৰক্ষীৰ স্পেচিয়েল ...

Read More »

স্কটলেণ্ড য়াৰ্ডৰ হাতত ধৰা পৰিল বিজয় মালিয়া

প্ৰথম খবৰৰ প্ৰতিবেদন: সুৰা সম্ৰাটৰূপে খ্যাত তথা এসময়ৰ কিংফিচাৰ এয়াৰলাইন্সৰ স্বত্বাধিকাৰী বিজয় মালিয়া অৱশেষত গ্ৰেপ্তাৰ হ’ল৷ আজি লণ্ডনৰ স্কটলেণ্ড য়াৰ্ডে গ্ৰেপ্তাৰ কৰে বিজয় মালিয়াক৷ উল্লেখ্য যে বিজয় মালিয়াই তেওঁৰ ১৭টা বেংক একাউণ্টযোগে ৯ হাজাৰ কোটি টকা ঋণ লৈ অৱশেষত পৰিশোধ ...

Read More »

শ্লোগান নে সপোন সলনি বিজেপিৰ?

প্ৰতিবেদনঃ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শ্লোগান আছিল ‘কংগ্ৰেছমুক্ত ভাৰত’ৰ। কিন্তু এতিয়া সপোন সলনি হ’ল বিজেপিৰ। বিজেপিৰ এতিয়া নতুন সপোন। বিজেপিয়ে সপোন দেখিছে বিৰোধীমুক্ত ভাৰতৰ। ভুবনেশ্বৰত অনুষ্ঠিত বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত সেই কথাই কৈছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। অমিত ...

Read More »