শেহতীয়া

ৰাষ্ট্ৰীয়

কন্যা ভ্ৰূণ হত্যাৰ বিৰুদ্ধে একত্ৰিত ৪০খন দেশৰ সুন্দৰী

নেচনেল ডেস্ক, প্ৰথম খবৰ: কন্যা ভ্ৰূণ হত্যাৰ বিৰুদ্ধে আৰু মহিলা সবলীকৰণৰ হকে একত্ৰিত ৪০খন দেশৰ সুন্দৰী মডেল। গুৰুগ্ৰামত একত্ৰিত হৈ এই বাৰ্তা প্ৰেৰণ কৰিব এওঁলোকে। পৰৱৰ্তী সময়ত এইসকল মডেলে ভ্ৰমণ কৰিব ভাৰতৰ বিভিন্ন পৰ্যটনস্থলী। উল্লেখ্য যে এক সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ ...

Read More »

বিহাৰত ভয়ংকৰ বাছ দুৰ্ঘটনাই প্ৰাণ ল’লে ১৪জনৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: এক ভয়ংকৰ বাছ দুৰ্ঘটনাই জোকাৰি গৈছে বিহাৰক। এখন ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষৰপৰা বাচিবলৈ গৈ ৰেলিং ভাঙি দলঙৰ তলত পৰি যায় এখন তীব্ৰবেগী বাছ। প্ৰায় ৪০ ফুট উচ্চতাৰপৰা পৰি যোৱাৰ ফলত মুহূৰ্ততে বাছখন ধ্বংসস্তুপত পৰিণত হয়। থিতাতে ...

Read More »

যমুনা এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা, AIIMSৰ ৩ চিকিৎসক নিহত

নেচনেল ডেস্ক, প্ৰথম খবৰ: কিছুসময় পূৰ্বে যমুনা এক্সপ্ৰেছৱেত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত  নিহত হৈছে এইমছৰ তিনিজনকৈ চিকিৎসক। দিল্লীৰপৰা আগ্ৰালৈ গৈ থকা অৱস্থাত মথুৰাৰ সমীপত দুৰ্ঘটনাত পতিত হয় এইমছৰ চিকিৎসককেইজন গৈ থকা বাহনখন। উল্লেখ্য যে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন তিনিজন ...

Read More »

দিল্লী বিশ্ববিদ্যালয়ৰ গাৰ্ল হোষ্টেলৰ বাথৰুমত কাৰ কেমেৰা?থানাত ভুক্তভোগী ছাত্ৰী

নেচনেল ডেস্ক,প্ৰথম খবৰ: দিল্লী বিশ্ববিদ্যালয়ত অসমীয়া যুৱতীৰ সৈতে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। গা ধোৱাৰ সময়ত কোনো অচিনাক্ত দুৰ্বৃত্তই কৰিলে ভিডিঅ’ ৰেকৰ্ডিং। ভুক্তভোগী ছাত্ৰীগৰাকী মিৰাণ্ডা হাউচৰ স্নাতক তৃতীয় বৰ্ষৰ সমাজতত্ব বিভাগৰ ছাত্ৰী। উত্তৰ দিল্লীৰ হাটছন লেনত পেইং গেষ্ট হিচাপে আছিল ছাত্ৰীগৰাকী। ...

Read More »

২৫ বছৰত ভৰি দিলে আলিয়া ই! বাৰ্থডে’ৰ প্লেনিং কি?

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰঃ বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট্টৰ আজি জন্মদিন। ২৫ বছৰ বয়সত ভৰি দিয়া আলিয়াই জন্মদিন উদযাপন কৰিব বুলগেৰিয়াত। বিগত ১ মাহ ধৰি বুলগেৰিয়াত আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ”ৰ শ্বুটিঙ কৰি আছে আলিয়া আৰু অভিনেতা ৰণবীৰ কাপুৰে। সেয়েহে এইবাৰ পৰিয়ালবৰ্গৰ সৈতে ...

Read More »

হঠাৎ শ্বুটিঙৰ মাজত অসুস্থ বিগ বি

নিউজ ডেস্ক, প্ৰথম খবৰঃ ৰাজস্থানৰ যোধপুৰত থাগছ অফ হিন্দুস্তান নামৰ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে আজি হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন৷ উল্লেখ্য যে, থাগছ অফ হিন্দুস্তানৰ শ্বুটিং চলি থকাৰ সময়তে অভিনেতাগৰাকীয়ে হঠাৎ পেটত বিষ অনুভৱ কৰে ...

Read More »

ঐতিহাসিক ৰায়, ইচ্ছামৃত্যুৰ পক্ষত উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক, প্ৰথম খবৰ: অৱশেষত পৰোক্ষ ইচ্ছামৃত্যুৰ সপক্ষে ৰায় দিলে মহামান্য উচ্চতম ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান কৰি কয় যে, কোনো ব্যক্তিৰ লিখিত আবেদনৰ ভিত্তিত মৃত্যু ত্বৰান্বিত কৰাৰ বাবে চিকিৎসা প্ৰত্যাহাৰ কৰিব পৰা যাব। জীৱনসংকটত থকা ৰোগীৰ ক্ষেত্ৰত এই ...

Read More »

ভইচ ইণ্ডিয়াত দৰংৰ মানসী

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ: মানসীক লৈ দৰং বাসীয়ে আশাৰে বাট চাই আছে। সকলো জনসাধাৰণক ভোট দি মানসীক আৰ্শীবাদ প্ৰদান কৰিবলৈ আহ্বান দৰংবাসীৰ। দৰং গৌৰব কলাইগাওঁ উদমাৰী নিবাসী মানসী চহৰীয়াই THE VOICE INDIA KIDS ৰ GRAND FINALE ত প্ৰবেশ কৰিছে। বহুতো ...

Read More »

ঊষাৰ আলিখোম গাঁৱৰ চেয়াৰমেনক এৰাতিৰ বাবে অপহৰণ,শূন্যলৈ গুলী চালনা দুৰ্বৃত্তৰ

ঊষা জিলাৰ পৰা অজয় শইকীয়া,নগাবাটঃ  মঙ্গলবাৰে পুৱাৰ পৰা আৰম্ভ হোৱা ক্ৰয়োদশ নগালেণ্ড বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে যোৱা নিশা উষা জিলাৰ ৪০ নং বিধান সভা সমষ্টিৰ অন্তৰ্গত আলিখোম গাঁৱৰ এজন বিজেপি সমৰ্থকক কোনো দুৰ্বৃত্তই অপহৰণ কৰি নি আজি দিনত এৰি ...

Read More »

বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আজি অন্তিম সংস্কাৰ,মুম্বাইৰ ৱিলে পাৰ্লেত ৰাজকীয় মৰ্যদাৰে সম্পন্ন হ’ব শেষকৃত্য

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰঃ ডুবাইৰ এক বৈবাহিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বলীউডৰ মোহময়ী অভিনেত্ৰী তথা প্ৰথম মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱীৰ নশ্বৰ দেহ আজি ডুবাইৰ পৰা অনা হ’ব মুম্বাইলৈ৷ মুম্বাইৰ বিলে পাৰ্লেত ৰাজকীয় মৰ্যদাৰে সম্পন্ন কৰা হ’ব অভিনেত্ৰী ...

Read More »