শেহতীয়া

ৰাষ্ট্ৰীয়

স্বামীৰ দ্বাৰা বিধৱা মহিলাক ধৰ্ষণ, ম’বাইলৰে ভিডিঅ’ ৰেকৰ্ডিং পত্নীৰ

প্ৰথম খবৰ ব্যুৰ’: এগৰাকী বিধৱা মহিলাক নিজৰ ঘৰতেই পত্নীৰ সন্মুখতে বলাৎকাৰ আৰু বলাৎকাৰৰ সময়ত পত্নীৰ দ্বাৰাই ম’বাইলত ভিডিঅ’ ৰেকৰ্ডিং৷ কোনখন ঘৰত বাৰু এনে ঘটনা ঘটিব পাৰে? আচৰিত হ’লেও এনে এক ঘটনাৰ গোচৰ পঞ্জীয়ন হ’ল প্ৰায় তিনি মাহ পলমকৈ৷ এগৰাকী আঠত্ৰিশ ...

Read More »

পিষ্টল লৈ এমআৰআই কৰিবলৈ গৈ কেবিনেট মন্ত্ৰীৰ লটিঘটি, এমআৰআই মেচিনত ওলমিল পিষ্টল

নিউজ ডেক্স, প্ৰথম খবৰঃ মন্ত্ৰীজনৰ নাম সত্যদেব পচৌৰী। ৰাজহুৱা এক অনুষ্ঠান চলি থকাৰ মাজতে হঠাত্‍ অসুস্থ হৈ পৰা উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰীজনক ভৰ্তি কৰোৱা হ’ল লক্ষ্ণৌৰ ৰাম মনোহৰ লোহিয়া চিকিত্সা প্ৰতিষ্ঠানত। তাতেই জৰুৰীভাবে এমআৰআই কৰিবলৈ যাওতে অঘটন ঘটিল। এমআৰআইৰ শ্বুইচ ...

Read More »

গৰু বচাবলৈ আৰক্ষীৰ গাড়ীয়ে মহতিয়াই নিলে মহিলাক, থিতাতে নিহত এগৰাকী, আহত তিনিজন

  নিউজ ডেক্স, প্ৰথম খবৰঃ সময় তেতিয়া দুপৰীয়া। খৰখেদাকৈ আৰক্ষীৰ এখন জীপ চলাই গৈছিল এজন আৰক্ষীতেই কৰ্মৰত চালকে। তীব্ৰগতিত গাড়ী চলাই নিয়া গাড়ীৰ সন্মুখত হঠাত আৱিৰ্ভাৱ হৈছিল এটা গৰুৰ। গৰুটোক খুন্দিওৱাৰ পৰা ৰক্ষা কৰিবলৈ চালকজনে ষ্টেৰিয়াং ঘূৰাই দিছিল। কিন্তু তাতেই ...

Read More »

ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে বেংকৰ শাখা

নিউজ ডেস্ক,প্ৰথম খবৰ: ৰাষ্ট্ৰীয়কৃত ইণ্ডিয়ান বেংকৰ এটি শাখা ৰাষ্ট্ৰপতি ভৱনত আজি মহামান্য ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে শুভ উদ্বোধন কৰে ৷

Read More »

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ওলাল, যোৱা বছৰতকৈ কমিল উত্তীৰ্ণৰ হাৰ, শীৰ্ষত নয়ডাৰ ৰক্ষা গোপাল

নেচনেল ডেস্ক, প্ৰথম খবৰ: ঘোষণা হ’ল চেণ্ট্ৰেল ব’ৰ্ড অব্ ছেকেণ্ডাৰী এজুকেচন, চমুকৈ চিবিএছৰ দ্বাদশ শ্ৰেণীৰ ফলাফল। উল্লেখ্য যে বিগত বৰ্ষৰ ৮৩ শতাংশৰ পৰিৱৰ্তে এই বছৰ ৮২ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ইফালে ৯৯.৬ শতাংশ নম্বৰেৰে নয়ডাত থকা এমিটী ইণ্টাৰনেচনেল স্কুলৰ ছাত্ৰী ৰক্ষা গোপালে শীৰ্ষ স্থান ...

Read More »

বিহাৰত জ্বলন্ত অগ্নিপিণ্ডত পৰিণত বাছ, জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ২০

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিহাৰৰ নালন্দা জিলাত সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা। ৰাজপথতে দাউদাউকৈ জ্বলি উঠিল এখন বাছ। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত পাঁচটি শিশু আৰু সাতগৰাকী মহিলাসহ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি ল’লে ২০জনে। ৰাজধানী পাটনাৰপৰা শ্বেখপুৰালৈ গৈ থকা অৱস্থাত ...

Read More »

ৰে’লতো বিমানৰ সুবিধা আহি গ’ল- তেজস এক্সপ্ৰেছত বিমানৰ সুখ কেনেকৈ?

শিলাদিত্য বৰ্মনঃ চিনেমাত হয়তো ফাইভ ষ্টাৰ হোটেলৰ দৰে সুবিধা থকা ৰে’লগাডী আপুনি দেখিছেই। অথবা বিদেশত হয়তো আপুনি দেখিছে ফাইভ ষ্টাৰৰ সুবিধা থকা ৰে’লগাডী। এই পৰ্যন্ত ৰাজধানী আৰু শতাব্দী এক্সপ্ৰেছত যিখিনি সুবিধা আপুনি পাইছে, তাতকৈ বহু বেছি সুবিধাৰে সমৃদ্ধ হৈ আপোনাৰ ...

Read More »

৩০ মে’ত বন্ধ থাকিব দেশৰ ৮ লক্ষাধিক ফাৰ্মাচী

নিউড ডেক্স, প্ৰথম খবৰঃ ৩০ মে’ত বন্ধ হৈ পৰিব দেশৰ ৮ লক্ষাধিক ফাৰ্মাচী। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি দেশজুৰি ঔষধ বিক্ৰী প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ সৰ্বভাৰতীয় ঔষধ বিক্ৰেতা আৰু প্ৰস্তুতকৰ্তাসকলৰ উমৈহতীয়া সংগঠন- এআইঅ’চিডিয়ে। মূলতঃ কেন্দ্ৰীয় ...

Read More »

ৰেনছ’মৱেৰ আহিছে, বন্ধ হৈ পৰিব ATM!

ষ্টাফ ৰিপ’ৰ্টাৰ, প্ৰথম খবৰ: ভাৰততো প্ৰৱেশ কৰিছে ৰেনছ’মৱেৰ। বিশ্বৰ কেইবাখনো দেশত একপ্ৰকাৰ অচলাৱস্থা সৃষ্টি হোৱাৰ পিছত ভাৰতৰ বাণিজ্যিক তথা অন্যান্য খণ্ডক প্ৰভাৱিত কৰাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ আৰু কেৰালাত ৰেনছ’মৱেকে ব্যপকভাৱে প্ৰভাৱ পেলাইছে। WannaCry নামৰ ...

Read More »

এতিয়াতো স্পষ্ট, অৰবিন্দ কেজৰীৱাল ভ্ৰষ্ট

নেচনেল ডেস্ক, প্ৰথম খবৰ: আম আদমী পাৰ্টীৰ নিলম্বিত বিধায়ক তথা দিল্লীৰ অৰবিন্দ কেজৰীৱাল চৰকাৰৰ বৰ্খাস্ত মন্ত্ৰী কপিল মিশ্ৰই মহাভিযোগ আনিছে আম আদমী পাৰ্টীৰ বিৰুদ্ধে। কেজৰীৱালৰ বিৰুদ্ধে হাজাৰ পৃষ্ঠাৰ দুৰ্নীত তথ্য উন্মোচন কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। অনশনৰ পাঁচ দিনৰ অন্তত কপিল মিশ্ৰই কোটি ...

Read More »