শেহতীয়া

ৰাষ্ট্ৰীয়

ডুবাইত জীৱন নাট সামৰিলে শ্ৰীদেৱীয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লোৱাৰ বাবে ডুবাইত উপস্থিত হৈছিল বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱী। কিন্তু এই যাত্ৰাই শেষ যাত্ৰা হ’ল কিংবদন্তি অভিনেত্ৰীগৰাকীৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলতেই মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। ...

Read More »

ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে বন্ধ কৰিব লাগিব সকলো নিৰ্বাচনী প্ৰচাৰঃ অভিজিৎ সিনহা 

ঊষা জিলাৰ পৰা অজয় শইকীয়া, নগাবাটঃ  ক্ৰয়োদশ নগালেণ্ড বিধান সভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন। ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব লগা এই নিৰ্বাচনৰ বাবে বৰ্তমান সকলো ৰাজনৈতিক দলৰে প্ৰচাৰ তুংগত উঠিছে। সমান্তৰালকৈ নগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই ৰাজ্যখনত স্বচ্ছ আৰু ...

Read More »

গামোচাঃ অসম বনাম অন্ধ্ৰপ্ৰদেশ

নিউজ ডেস্ক,প্ৰথম খবৰঃ ৰাজ্যত যেন থলুৱা গামোচা নিশেষ হোৱাৰ পথত। অন্ধ্ৰপ্ৰদেশৰ আমদানিকৃত গামোচাৰে ভৰি পৰিছে অসমৰ বজাৰ। যি সময়ত তাঁতশালত শিপিনীসকলে কষ্ট কৰি গামোচা বুই বজাৰত গৈ মুখঠেকেচা খাইছে সেই সময়তে আমদানীকৃত গামোচাই দখল কৰিছে অসমৰ বজাৰ। এই আমদানীকৃত গামোচা ...

Read More »

দিল্লীৰ মুখ্যমন্ত্ৰীৰ গৃহত আৰক্ষীৰ অনুসন্ধান

নিউজ ডেস্ক, প্ৰথম খবৰ: দিল্লী চৰকাৰৰ মুখ্য সচিব অংশু প্ৰকাশক মাৰপিট কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰামৰ্শদাতাৰ মন্তব্যৰ পিছত শুক্ৰবাৰে তদন্ত ৰ বাবে মুখ্যমন্ত্ৰীৰ আবাসগৃহত প্ৰবেশ কৰে আৰক্ষী। মুখ্যমন্ত্ৰীৰ আবাসগৃহত সংলগ্ন মুঠ ২১ টা চি চি টিভি কেমেৰা আৰক্ষীয়ে বাজেয়াপ্ত ...

Read More »

দিল্লীত কানাডাৰ প্ৰধানমন্ত্ৰী

নেচনেল ডেস্ক,প্ৰথম খবৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ আজি দিল্লীত উপস্থিত হয় কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড৷ উল্লেখ্য যে, এই দুইগৰাকী নেতাৰ সাক্ষাতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি দেশবাসীয়ে আশা কৰিছে৷

Read More »

ত্ৰিপুৰাত পুনৰ ভোটগ্ৰহণ,ঘোষণা নিৰ্বাচন আয়োগৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ ত্ৰিপুৰাৰ ৬টা সমষ্টিৰ ৬টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ আৰম্ভ হ’ব। যোৱা ১৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ হৈ যোৱা ত্ৰিপুৰাৰ ৬টা সমষ্টিৰ ৬টা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতি ধৰা পৰিছিল। ইয়াকে লৈ শাসকীয় দল চিপিএম, কংগ্ৰেছে দলে অভিযোগ উত্থাপন কৰিছিল বিজেপিৰ ...

Read More »

জিঅ’য়ে উত্তৰ প্ৰদেশত ৩ বছৰত বিনিয়োগ কৰিব ১০ হাজাৰ কোটি টকা

নিউজ ডেস্ক,প্ৰথম খবৰঃ নৰেন্দ্ৰ মোডীয়ে বুধবাৰে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলন ২০১৮ৰ শুভাৰম্ভ কৰে। পোন প্ৰথমতে আম্বানীয়ে ভাষণ ৰাখি ভাষণত উল্লেখ কৰে যে, জিঅ’য়ে উত্তৰ প্ৰদেশত আগন্তুক ৩ বছৰৰ ভিতৰত ১০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। সন্মিলনখন ...

Read More »

পিএনবি লৈ নীৰৱ মোডীৰ পত্ৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ পিএনবি কাণ্ডৰ মূল খলনায়ক নীৰৱ মোডীয়ে পঞ্জাৱ নেশ্বনেল বেংকৰ মেনেজমেণ্টলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ লিখিছে “পঞ্জাৱ নেশ্বনেল বেংকে ঝৃণ পৰিশোধ কৰাৰ বাট নিজে বন্ধ কৰি দিলে। মই যি পৰিমাণৰ টকা ধাৰলৈ লৈছিলো তাৰ তুলনাত যথেষ্ট বেছি ...

Read More »

পি.এন.বি প্ৰবঞ্চক,নীৰৱ মোডীৰ অধিবক্তাৰ দাবী ২জি আৰু বফৰ্চ কেলেংকাৰীৰ দৰে নিশেষ হ’ব এই গোচৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ পি.এন.বি প্ৰবঞ্চক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ অধিবক্তা বিজয় আগ্ৰৱালে দাবী কৰিছে যে, ২জি আৰু বফৰ্চ গোচৰৰ দৰেই এই গোচৰটো পৰিসমাপ্তি ঘটিব। অনুসন্ধানকাৰী সংস্থাসমূহে সংবাদ মাধ্যমৰ আগত অনাহক হৈ-চৈ কৰি আছে যদিও ন্যায়ালয়লত দোষী সাব্যস্ত কৰিবলৈ পৰ্য্যাপ্ত তথ্য ...

Read More »

প্ৰথম টি-২০ ত ভাৰতৰ জয়, জয়ৰ নায়ক ভূৱনেশ্বৰ কুমাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: দেওবাৰে দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত প্ৰথমখন টি-২০ ত শিখৰ ধাৱনৰ বিস্ফোৰক অৰ্ধশতক আৰু ভূৱনেশ্বৰ কুমাৰৰ বিধ্বংশী বলিংৰ ফলত ২৮ ৰাণত জয়লাভ কৰে ভাৰতে৷ টচত জয়লাভ কৰি প্ৰথমতে দক্ষিণ আফ্ৰিকাই ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ...

Read More »