শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 10)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

জেৰুজালেমক ইজৰাইলৰ ৰাজধানী ঘোষণা ট্ৰাম্পৰ

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰঃ২০১৬ চনৰ নিৰ্বাচনী প্ৰচাৰত জেৰুজালেমবাসীক দিয়া আশ্বাস অৱশেষত আজি পূৰ্ণ কৰিব ডোনাল্ড ট্ৰাম্পে৷ আজি হোৱাইট হাউছত জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে৷

Read More »

অন্তিমবাৰৰ বাবে প্ৰচাৰ চলাব বিজেপি,কংগ্ৰেছ দলে:গুজৰাট বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন

নিউজ ডেস্ক, প্ৰথম খবৰ:গুজৰাটৰ আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে সৰব হৈ উঠিছে বিজেপি তথা কংগ্ৰেছ দল৷ তুংগত উঠিছে প্ৰচাৰ প্ৰক্ৰিয়া৷ নিৰ্বাচনী যুদ্ধৰ বাবে সাজু হৈ পৰিছে প্ৰধান প্ৰতিদ্বন্দি দল দুয়োটা৷ শেষবাৰৰ বাবে আজি গুজৰাটৰ ভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলাব বিজেপি ...

Read More »

পুনৰ ভুল হিচাপেৰে টুইট কৰি লজ্জিত ৰাহুল গান্ধী 

নিউজ ডেস্ক, প্ৰথম খবৰ: প্রধান মন্ত্রী নৰেন্দ্র মোদীক ধাৰাবাহিকভাৱে প্রশ্ন কৰি অহা ৰাহুল গান্ধীয়ে পুনৰ আন এটা প্রশ্ন কৰে যদিও উক্ত প্রশ্নত ওলাই পৰে যে তেওঁ গণিতত অতিশয় দুর্বল। কিছুদিন পূর্বে একেই ভুল গাণিতিক হিচাপ-নিকাচেৰে টুইট কৰি দেশজুৰি সমালোচনাৰ সম্মুখীন হােৱা ...

Read More »

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব ৰঞ্জন গগৈ

নিউজ ডেস্ক, প্ৰথম খবৰ:অসমৰ সুযোগ্য সন্তান ৰঞ্জন গগৈয়ে পুনৰবাৰ সুনাম কঢ়িয়াই আনিছে অসমলৈ। ২০১৮ চনৰ অক্টোবৰ মাহত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হ’ব প্ৰথমজন সুযোগ্য অসমীয়া ৰঞ্জন গগৈ। উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথমে ওকালতি কৰিছিল ৰঞ্জন গগৈয়ে। ...

Read More »

মধ্যপ্ৰদেশলৈ ৰাওনা হোৱা ১৪ সাংবাদিকসহ তথ্য আৰু জনসংযোগ বিষয়া দলটি নতুন দিল্লীত উপস্থিত 

দিল্লীৰ পৰা ফিল’বাৰীৰ সুৰজিৎ বড়া, প্ৰথম খবৰ: আজি অসম চৰকাৰৰ গুদ উইল মিচনৰ দ্বাৰা প্ৰেৰিত অসমৰ তথ্য আৰু জনসংযোগ বিভাগৰ তত্বাবধানত যোৱা ১৪ গৰাকী সাংবাদিক দুজন বিষয়াৰ সহ নতুন দিল্লীত উপস্থিত হয়। ইয়াৰ পিছত দলটি পোনে পোনে এয়াৰ পৰ্টৰ পৰা মধ্যপ্ৰদেশলৈ ...

Read More »

দিল্লীত খহি পৰিল ৬০বছৰ পুৰণা অট্টালিকা

নিউজ ডেস্ক, প্ৰথম খবৰ : দক্ষিণ-পূৱ দিল্লীৰ টাইমুৰ নগৰত আজি পুৱা ৯.৪৫ বজাত ৬০ বছৰ পুৰণি অট্টালিকা এটা ভাগি পৰে। এই অট্টালিকাটোৰ গৰাকী চৰকাৰী বিষয়া ধ্ৰুৱ কুমাৰ। অট্টালিকাটোৰ ভিতৰত মালিক ধ্ৰুৱজ্যোতি আৰু এগৰাকী কৰ্মচাৰী আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

Read More »

নিষিদ্ধ হ’ব চেক বুক

ছফিক আহমেদৰ প্ৰতিবেদন,প্ৰথম খবৰ: চেকবুকৰ প্ৰচলন শীঘ্ৰেই নিষিদ্ধ কৰা হ’ব। বিমুদ্রাকৰণৰ পিছত পুনৰ আন এক কঠোৰ সিদ্ধান্ত গ্ৰহণৰ দিশে আগবাঢ়িছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ। কোটি কোটি দেশবাসীয়ে ব্যৱহাৰ কৰি থকা বেংকৰ চেক বুক নিষিদ্ধ কৰি মোদী চৰকাৰে ...

Read More »

কাশ্মীৰত লস্কৰ-ই-তৈবাৰ তিনি সদস্য নিহত

নেচনেল ডেস্ক, প্ৰথম খবৰ: উত্তৰ কাশ্মীৰৰ মগম গাঁৱত নিৰাপত্তাৰক্ষী আৰু পাকিস্থানী উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত তিনিজনকৈ উগ্ৰপন্থী নিহত হয়। উল্লেখযোগ্য যে, গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে উক্ত অঞ্চলটো ঘেৰি ধৰাত উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ অভিযানৰ উমান পাই নিৰাপত্তাৰক্ষীৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ ...

Read More »

স্বচ্ছ ভাৰত প্ৰতিফলিত হ’ব নে?

অভিনন্দন গোস্বামী ২০১৪ চনৰ ২ অক্টোবৰত গান্ধীজীৰ জন্মদিনৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযানৰ পাতনি মেলি দেশবাসীক স্বচ্ছতাৰ দিশত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছিল। এই অভিযানৰ প্ৰধান লক্ষ্য আছিল ২০২২ চনলৈ অৰ্থাৎ স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তিলৈ ভাৰতবৰ্ষক এক স্বচ্ছ ...

Read More »

ছ’চিয়েল মিডিয়াত ভাইৰেল সুন্দৰী আৰক্ষী, হৰলিন আচলতে কোন?

নেচনেল ডেস্ক, প্ৰথম খবৰ: শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী সুন্দৰী আৰক্ষী বিষয়াৰ আলোকচিত্ৰ। কাইনাত হৰলিন কৌৰ নামৰ এইগৰাকী আৰক্ষী বিষয়াৰ ফটোক লৈ উৎসুকতাৰ অন্ত নাই। ফেচবুকৰপৰা হোৱাটছএপলৈ এতিয়া মাথোঁ আৰক্ষী বিষয়াগৰাকীৰেই আলোচনা। ছ’চিয়েল মিডিয়াৰ তথ্য অনুসৰি হৰলিন কৌৰ ...

Read More »