শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 2)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নাজিৰাত ড্ৰাগছ বিলাসী গাড়ীসহ ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ

প্ৰথম খবৰ;শিমলুগুৰি:শিৱসাগৰ জিলাৰ নাজিৰা কলেজ তিনিআলিত দেওবাৰে পুৱাই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। নাজিৰা কলেজ তিনিআলিৰ সমীপৰ এটা ভাড়াঘৰত গনেশ বাৰ্মা নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াজনে নিজৰ বাস গৃহত এটা ফ্ৰিজৰ তলৰ চেম্বাৰত লুকুৱাই ৰখা অৱস্থাত ...

Read More »

ঢকুৱাখানাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ ২৭ সংখ্যক বাৰ্ষিক অধিবেশন আৰু ৫৬৯ তম গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ আজি সামৰণি পৰে।পশ্চিম মাছখোৱা আঞ্চলিক শাখাৰ আতিথ্যত আমোলৰগুৰি প্ৰাথমিক শাখাৰ গম্ভীৰ আতা ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱৰ আজি বৰ্ণাঢ্য শোভাযাত্ৰাৰে সফল ...

Read More »

মৈৰাবাৰীত বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম,প্ৰথম খবৰ: মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ত যোৱা ১৫ ডিচেম্বৰ তাৰিখৰ পৰা চলি থকা বিনামূলীয়া পাঠদান শিবিৰৰ আজি সফল সামৰনি পৰে। মৈৰাবাৰী আঞ্চলিক অৱসৰপ্ৰাপ্ত শিক্ষক ম-কৰ্মচাৰী সন্থাৰ উদ্দ্যোগত চলা বিনামূলীয়া পাঠদান শিবিৰটোত প্ৰায় ১০০ গৰাকী ছাত্ৰ ছাত্ৰীক অঞ্চলটোৰ কেইবাগৰাকী অভিজ্ঞ ...

Read More »

মুকালমুৱাৰ কাপলাবড়ীত ব্যৱসায়ীক প্ৰতিষ্ঠাত চুৰি,চাইকেল চোৰক গণ প্ৰহাৰ

মুকালমুৱাৰপৰা জয়ন্ত ডেকা,প্ৰথম খবৰ: চোৰৰ ৰম্যভুমিত পৰিণত হৈছে মুকালমুৱা৷চোৰৰ উপদ্ৰবৰ বাবে নিদ্ৰা হৰিছে আৰক্ষীৰ৷কি বেংক প্ৰতিষ্ঠান কি ব্যৱসায়ীক প্ৰতিষ্ঠান সকলোতে চোৰৰ চাফাই অভিযান৷ এইবাৰ স্থান মুকালমুৱাৰ কাপলাবড়ী৷ মুকালমুৱাৰ কাপলাবড়ীত নিশা মা চুফিয়া জুৱেলাৰ নামৰ সোণাৰী দোকান খনত নিশা চোৰে চলালে ...

Read More »

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত সাংবাদিক-ৰাইজৰ সৈতে মুখামুখি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা

মাৰ্ঘেৰিটাৰপৰা ৰাণাজ্যোতি নেওগ,প্ৰথম খবৰ: মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত অনুষ্ঠিত এক মুখামুখি অনুষ্ঠানত ভাগ ল’লে বিধায়ক ভাস্কৰ শৰ্মাই।মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশন উপলক্ষে লিডুৰ মোলাং গাওঁ স্থিত দিহিং টিৰাপ সমন্বয় ক্ষেত্রত  সাংবাদিক – ৰাইজৰ সৈতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ এক ...

Read More »

মৰাণত আলফাৰ নামত ধন দাবী

মৰাণৰপৰা ৰাজু মিশ্ৰা,প্ৰথম খবৰ:মৰাণত আলফাৰ নামত ব্যৱসায়ীক ২৫ লাখ টকা দাৱী কৰি আৰক্ষী জালত পৰিল মৰাণ বটমৰাৰ বিশ্বজিৎ তাঁতী(১৯)মৰাণ খটখটি নিবাসী ব্যৱসায়ী সুশীল বেৰীয়াক ধন দাৱী কৰিছিল।গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত মৰাণত ব্যৱসায়ীক ধন দাৱী কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷

Read More »

মৰাণত চুৰি ডিজেল,কেৰাচিন জব্দ

মৰাণৰপৰা ৰাজু মিশ্ৰা,প্ৰথম খবৰ:মৰাণৰ নাহৰণি দিহিঙ্গীয়া গাঁৱত দহ হাজাৰ অধিক চোৰাং ডিজেল,কেৰাচিন আৰু কনডেনচাৰ তেল জব্দ।৬ টা অসাধু ব্যৱসায়ীক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।মৰাণ থানৰ সহযোগত ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ আৰু মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি ফুকনৰ ...

Read More »

শিৱসাগৰ নাট্য মন্দিৰত ১০দিনীয়া উত্তৰ পূৰ্বাঞ্চল নাট সমাৰোহ আৰম্ভ

প্ৰথম খবৰ শিৱসাগৰ: আজিৰে পৰা ২৯ জানুৱাৰীলৈ শিৱসাগৰ নাট্য মন্দিৰত সন্ধিয়া ৬.৩০ বজাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ১০খন বচা বচা বিখ্যাত নাট্যকাৰ আৰু পৰিচালকৰ নাটক ১০ দিনীয়া কাৰ্যক্ৰমণিকাৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়,নতুন দিল্লীৰ উদ্যোগত পূৰ্বোক্তৰ নাট সমাৰোহৰ আৰম্ভ হৈছে।উক্ত নাট সমাৰোহত ৰাজ্যৰ ...

Read More »

শালনা জ্ঞান-বিজ্ঞান একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি

চামগুৰিৰপৰা নৃপেন হাজৰিকা,প্ৰথম খবৰ:নগাওঁ জিলাৰ শালনা চিমনাবস্তিৰ জটিয়া পথাৰস্থিত জ্ঞান-বিজ্ঞান একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে অনুষ্ঠিত হৈ যায়।বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ কুমাৰ দাসে সঞ্চালনা কৰা সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে সংযুক্ত মুক্তি বাহিনী অসম,আলোচনা পন্থী গোটৰ নেতা জীতেন দত্ত,অন্টু ...

Read More »

সোণাৰিত শিক্ষয়িত্ৰী আৰু ছাত্ৰৰ অবৈধ সম্পৰ্ক,ৰাইজে হাতে-লোটে আটক কৰিলে অভিসাৰত লিপ্ত থকা শিক্ষয়ত্ৰী আৰু ছাত্রক

প্ৰথম খবৰ,সোণাৰী: অবৈধ সম্পৰ্ক স্থাপন কৰি সোণাৰি থানাৰ আলহী হল সোণাৰি হাজি আছিমুদ্দিন মেমৰিয়েল একাডেমিৰ ইংৰাজী বিষয় শিক্ষয়িত্ৰী উৰ্মিলা কোৱৰ বৰাৰ লগতে বৰহাটৰ যাদৱ গগৈৰ পুত্ৰ তথা উক্ত বিদ্যালয়ৰ প্ৰাক্তন ছাত্র শেহতীয়াকৈ সোণাৰিৰ এখন বিদ্যালয়ৰ ছাত্র হিৰক জ্যোতি গগৈ।সোণাৰিৰ চেনী ...

Read More »