শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 20)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

প্ৰিয়ংকা চোপ্ৰালৈ মাদাৰ টেৰেছা স্মাৰক বঁটা

নিউজ ডেস্ক,প্ৰথম খবৰ: বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ সমাজৰ বিভিন্ন দায়িত্বশীল কৰ্মত নিজৰ অৱদান আগবঢ়োৱাৰ বাবে লাভ কৰিলে মাদাৰ টেৰেছা স্মাৰক বঁটা। অভিনেত্ৰীগৰাকীয়ে ছিৰিয়াত হোৱা দুৰ্যোগৰ সময়ত দুৰ্গতসকলক সহায় কৰাৰ লগতে শৰনাৰ্থী শিশুসকলৰ লগতো মত বিনিময় কৰিছিল আৰু এই ...

Read More »

স্বামী স্ত্ৰীৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে সুমধুৰ হয় সাংসাৰিক জীৱন

অনুপম চৌধুৰী: সাংসাৰিক জীৱনৰ পাতনি মেলাৰ ক্ষেত্ৰত পাত্ৰ – পাত্ৰীৰ উচ্চতাক লৈ বিভিন্ন খেলিমেলি হোৱা দেখা যায়। প্ৰত্যেকেই নিজৰ উচ্চতাৰ লগত খাপ খোৱাকৈ এগৰাকী জীৱন সংগী বিচাৰে। গবেষকসকলৰ মতে উচ্চতা মিলাই দেখাত সুন্দৰ জীৱন সংগী বাচি ললেও জীৱন সুখকৰ নহ’বও ...

Read More »

ইৰানৰ দক্ষিণ-পূৱ প্ৰান্তত ভূমিকম্পৰ জোকাৰণি

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: আজি ইৰানৰ দক্ষিণ-পূৱ প্ৰান্তত এক ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত উক্ত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.২। প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানলৈকে একো ক্ষয়-ক্ষতি হোৱা নাই এই ভূমিকম্পত। ভূমিকম্পৰ উৎপত্তিস্থল আছিল ইৰানৰ হেজডাক চহৰৰ এক সীমান্তৱৰ্তী অঞ্চল। ...

Read More »

নাৰীৰ অপৰাধৰ ক্ষেত্ৰত ত্ৰিপুৰা শীৰ্ষত, বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰীৰ বিস্ফোৰক মন্তব্য

নিউজ ডেস্ক,প্ৰথম খবৰ : নাৰীৰ অপৰাধৰ ক্ষেত্ৰত শেহতীয়াকৈ ত্ৰিপুৰাৰ নাম চৰ্চালৈ আহিছে। “ত্ৰিপুৰা হৈছে দেশৰ ভিতৰত সকলোতকৈ নাৰী অপৰাধ সংঘটিত হোৱা ৰাজ্য” এই বিস্ফোৰক মন্তব্য বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী বিজয়া ৰাহাতকাৰৰ। ৰাষ্ট্ৰীয় অপৰাধ তথ্য সংগ্ৰাহক সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত এই মন্তব্য ...

Read More »

কৰ্কট ৰোগত আক্ৰান্ত কিশোৰীক ধৰ্ষণ 

নিউজ ডেস্ক, প্ৰথম খবৰ: উত্তৰ প্ৰদেশত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা। ১৫ বছৰীয়া এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত কিশোৰীক তিনি দুবৃৰ্ত্তই কৰে দলবদ্ধ ধৰ্ষণ। ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কৰ্কট ৰোগত আক্ৰান্ত এই কিশোৰীগৰাকীক প্ৰতিবেশী আৰু এজন বন্ধুই পাশৱিক ...

Read More »

ছুপাৰষ্টাৰ ৰজনীকান্তৰ আজি ৬৮ সংখ্যক জন্মদিন পালন

নিউজ ডেস্ক প্ৰথম খবৰ: দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ আজি ৬৮ সংখ্যক জন্মদিন। ১৯৫০ চনৰ ১২ ডিচেম্বৰ তাৰিখে কৰ্ণাটকৰ এটা খুউব দৰিদ্ৰ পৰিয়ালত জন্ম তেওঁৰ জন্ম হয়। এই গৰাকী অভিনেতাক ২০০০ চনত ভাৰত চৰকাৰে “পদ্মভূষণ” বটাঁৰে সন্মানিত কৰে। ১৯৭৪ ...

Read More »

ছবিঘৰলৈ আহি আছে ‘হৰে কৃষ্ণ!’

নিউজ ডেস্ক, প্ৰথম খবৰ : অহা ১৫ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ পি.ভি.আৰ.ছবি গৃহত মুক্তি লাভ কৰিব আমেৰিকাৰ জন গ্ৰিছাৰ পৰিচালিত ছবি ‘হৰে কৃষ্ণ’ই৷সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে গুৱাহাটী ISKCON কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে ৭০ বছৰীয়া সন্ন্যাসী ...

Read More »

মোদীৰ মন্তব্যত সৰব মনমোহন সিং

নিউজ ডেস্ক, প্ৰথম খবৰ : বিজেপিক হৰুৱাই কংগ্ৰেছৰ আহমেদ পেটেলক মুখ্যমন্ত্ৰী কৰিবলৈ পাকিস্তানে হস্তক্ষেপ কৰে বুলি ৰবিবাৰে নৰেন্দ্ৰ মোডীয়ে কৰা অভিযোগৰ তীব্ৰ নিন্দা কৰে কংগ্ৰেছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে প্ৰধানমন্ত্ৰীয়ে এইদৰে মিছা প্ৰচাৰ চলাইছে বুলি গভীৰ ...

Read More »

অনুস্কাৰ প্ৰথম প্ৰেমিক বিৰাট নহয়

নিউজ ডেস্ক, প্ৰথম খবৰ: বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত অনুস্কা শৰ্মা আৰু বিৰাট কোহলিৰ বিবাহ সম্পন্ন হ’ল সুদূৰ ইটালীৰ টাস্কানী চহৰত। নিজৰ প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা বুলি বলিউড ইণ্ডাষ্টিত চৰ্চা চলি থকাৰ মাজতে পোহৰলৈ আহিছে অনুস্কাৰ এটি পুৰণি ...

Read More »

টুইটাৰত আলোড়ন, বহুচৰ্চিত বিৰাট-অনুষ্কাৰ বিবাহ সম্পন্ন

নিউজ ডেস্ক, প্ৰথম খবৰ: বহুচৰ্চিত এক বিবাহ, যাৰ অপেক্ষা হয়তো সকলোৱে কৰি আছিল। অৱশেষত সেই বিবাহ সম্পন্ন হ’ল। বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিৰাট কোহলী আৰু তেওঁৰ প্ৰেয়সী অনুষ্কা শৰ্মাৰ বিবাহ সম্পন্ন হ’ল সুদূৰ ইটালীৰ টাস্কানী চহৰত। এতিয়া তেওঁলোক বিবাহিত ...

Read More »