শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 3)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

“ৰেইড” আৰু “পেডমেনক” চেৰ পলাই ২০১৮ বৰ্ষৰ দ্বিতীয় স্থানত “বাগী ২”

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰঃ টাইগাৰ শ্বৰফ আৰু দিশা পাটনানী অভিনীত “বাগী-২” ৰ এক্সনে অৱশেষত দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ল৷ বক্স অফিচত এই ছবিখনে প্ৰথম দিনাই উপাৰ্জন কৰে ২৫.১০ কোটি টকা৷ ট্ৰেড এনালিষ্ট তৰণ আদৰ্শৰ মতে এই ছবিখনে ৩ দিনত ৭৩.১০ ...

Read More »

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি শুনানি

নিউজ ডেস্ক,প্ৰথম খবৰ:আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ কেইবাখনো জিলাৰ উপায়ুক্ত যেন প্ৰস্তুত নহয়। NRCৰ বাবে নিৰ্বাচন আয়োজন কৰাত অপাৰগতা প্ৰকাশ কৰিছে কেইবাখনো জিলাৰ উপায়ুক্তই। ইয়াকে লৈ তেওঁলোকে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে। পত্ৰ প্ৰেৰণৰ পিছতে আদালতত লেখ আৱেদন কৰে নিৰ্বাচন ...

Read More »

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক, প্ৰথম খবৰ:ভাৰতৰ নিৰ্বাচন আয়োগে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অহা ১২ মে’ত ৰাজ্যখনত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ আৰু ২৪ মে’ত অনুষ্ঠিত হ’ব ভোট গণনা। ২২৪খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

Read More »

ধৰাৰ বাবে এঘণ্টা, বিশ্বজুৰি ধৰিত্ৰী ঘণ্টা

মহানন্দ শৰ্মা: এঘণ্টাৰ বাবে অন্ধকাৰ হ’ব পৃথিৱী৷ আজি নিশা ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ এঘণ্টা ধৰি অন্ধকাৰত ডুব যাব ধৰিত্ৰী৷ দেশে দেশে ছুইচ অফ্ হ’ব বিজুলী চাকি৷ কাৰণ আজি সেই বিশেষ সময়খিনিত বিশ্বই পালন কৰিব ধৰিত্ৰী ঘণ্টা৷ উল্লেখ্য যে বিশ্বৰ ১৭৮খন ...

Read More »

বিশ্বৰ দহখন দ্রুতগামী ৰে’লৰ কথা

ডিম্পী কাশ্যপ এতিয়া পৃথিৱীৰ মন-মস্তিষ্ক কেন্দ্ৰীভূত হৈছে হাইপাৰলুপৰ ফালে। হাজাৰ হাজাৰ কিলোমিটাৰ কেইমিনিটমানতে যাবলৈ চেষ্টা কৰিছে মানুহে। ইয়াৰ আগলৈকে বিমান যাত্রাই সকলোতকৈ দ্রুত যাত্রা আছিল। তাতো গতিৰ হেৰ ফেৰ আছে। বিভিন্ন এয়াৰলাইন্সেৰ বিভিন্ন গতি। দূৰত্ব অনুযায়ী আৰু উচ্চতা অনুযায়ী দ্রুত ...

Read More »

দিল্লী হাইকোর্টে খাৰিজ কৰিলে ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত

নিউজ ডেস্ক,প্ৰথম খবৰ: দুই বন্ধু অৰবিন্দ কেজৰিৱাল আৰু অখিল গগৈ। এজনে সংসদীয় ৰাজনীতিত সোমাই জোলোকা জোলোকে পানী খাই আছে আৰু আনজনাই নোসোমোৱাকৈ পানী খাই আছে! কেজৰিৱালৰ ২০ জন বিধায়কক যোৱা জানুৱাৰী মাহত নিৰ্বাচন আয়োগে অযোগ্য ঘোষণা কৰিছিল। সেই ঘোষণাপত্ৰত স্বাক্ষৰ কৰি ...

Read More »

ভূৱা টুইট! হাৰ্ডিক পাণ্ডিয়াৰ বিৰুদ্ধে গোচৰ তৰিবলৈ আদালতৰ নিৰ্দেশ

নিউজ ডেস্ক,প্ৰথম খবৰ: ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়া বৰ্তমান বিপদত। তেওঁৰ নামৰ ভূৱা টুইটাৰ একাউন্টৰ পৰা কৰা এটা টুইটৰ কাৰণে শাস্তি ভোগ কৰিব পাৰে জনপ্ৰিয় ক্ৰিকেটাৰগৰাকীয়ে। পাণ্ডিয়াৰ ভূৱা টুইটাৰ একাউন্টৰ পৰা সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ বিষয়ে আপত্তিজনক টুইট ...

Read More »

ফেচবুকক লৈ জুকাৰবাৰ্গৰ অথন্তৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: জনপ্ৰিয় ছ’চিয়েল মিডিয়া ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গৰ বিপক্ষে এক অভিযোগ উত্থাপন হৈছে যে,ফেচবুক ব্যৱহাৰকাৰী সকলৰ তথ্য আনৰ হাতলৈ যোৱা বুলি জানিও নিচ্ছুপ হৈ আছিল মাৰ্ক জুকাৰবাৰ্গ। সকলো পিনৰ পৰা তেওঁ সমালোচিত হৈছিলে তথা বহুতে প্ৰশ্ন উত্থাপন কৰিছিল যে ...

Read More »

ডিএনএ ৰিপ’ৰ্ট লাগে ইৰাকত নিহত ভাৰতীয়ৰ পৰিয়ালক

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ইৰাকৰ ম’ছুলত চাৰিবছৰ পূৰ্বে নিখোজ হোৱা ৩৯জন ভাৰতীয়ক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইছিছে হত্যা কৰা বুলি সুষমা স্বৰাজে প্ৰকাশ কৰাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালবৰ্গৰ মাজত। বিগত চাৰি বছৰে নিখোজ হৈ থকা আত্মীয়ৰ হত্যাৰ খবৰ পাই ...

Read More »

বলাৎকাৰী (!) ইন্দিৰা, জিভা পিছলিল ছোনিয়াৰ, ভিডিঅ’ ভাইৰেল

নেচনেল ডেস্ক, প্ৰথম খবৰ: নতুন দিল্লীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ মহাধিৱেশনত ছোনিয়া গান্ধীৰ ভাষণৰ এটা অংশই সমগ্ৰ দেশজুৰি তুমুল বিতৰ্কৰ সূচনা কৰিছে। ভাষণত ছোনিয়া গান্ধীয়ে কֺ’লে চাৰিটা দশকৰ পূৰ্বেই ভাৰতীয় ৰাজনীতিক বলাৎকাৰ (!) কৰিছিল ইন্দিৰা গান্ধীয়ে। প্ৰকৃত কথাটো আছিল এনে ধৰণৰ- ...

Read More »