শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 30)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অষ্ট্ৰেলিয়াৰ এফ এমত বৰ্ণালী কলিতাৰ বৰগীত

ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰথম খবৰ: শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা বৰগীতৰ লগত অসমীয়াৰ আবেগ অনুভূতি জড়িত হৈ আছে। কিন্তু আজিৰ যুৱচামে বৰগীত শুনেনে? হয়টো ২০% যুৱক-যুৱতীয়ে আজিও বৰগীতৰ চৰ্চা কৰে। পাশ্চাত্য সংগীতৰ নিচাত মাতাল বৰ্তমানৰ যুৱচাম। অসমৰ টিভি, ৰেডিঅ’, এফ. এমত ...

Read More »

পুণৰ মিলন হোৱাৰ আশংকা টেলিভিছনৰ দুই কমেডিয়ানৰ

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : ভাৰতৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা বেয়া দিন চলিছে। মাৰ্চ মাহত তেওঁ অষ্ট্ৰেলিয়াৰ পৰা উভতি আহি থকা অৱস্থাত বিমানত নিজৰ দলটোৰ লগত হোৱা কাজিয়াৰ সূত্ৰপাতে দূৰ্বল কৰিছিল কপিলক। কাৰণ সেই কাজিয়াৰ ...

Read More »

অসমৰ বানাক্ৰান্তক সহায়ৰ হাত তেলেগু অভিনেতাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ : অসমৰ বান পীড়িতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে তেলেগু তথা বলীউদৰ জনপ্ৰিয় অভিনেতা ৰামচৰণ তেজা আৰু তেওঁৰ পত্নী উপাসনাই। শেহতীয়াভাৱে অসম আৰু গুজৰাটৰ বানাক্ৰান্তৰ দুৰৱস্থাৰ কথা মন কৰি বলীউদৰ চুপাৰষ্টাৰ আমীৰ খানেও সহায়ৰ হাত আগবঢ়াইছিল। যি ...

Read More »

অসমৰ বানাক্ৰান্তক সহায় কৰিব আমিৰ খানে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: অসমৰ বান পীড়িতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলীউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খান। শেহতীয়াভাৱে আমিৰ খানে টুইটাৰত এটা ভিডিঅ’ আপলোড কৰি এই কথা ব্যক্ত কৰিছে। ছবিৰ জড়িয়তে সদায় সমাজক বাৰ্তা প্ৰেৰণ কৰি অহা অভিনেতাজনে অসম আৰু গুজৰাটৰ ...

Read More »

হাজাৰ ফুট উচ্চতাত জন্ম হ’ল এটি শিশুৰ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: হাজাৰ ফুট উচ্চতাত এখন উৰন্ত বিমানত সন্তান প্ৰসৱৰ বাতৰি কল্পনা কৰিব পাৰিবনে। এনে এটা ঘটনাই সংঘটিত হ’ল লুফথানছাৰ বিমানত। কলম্বিয়াৰ ব’গ’টাৰপৰা জাৰ্মানীলৈ গৈ থকা এগৰাকী যাত্ৰীয়ে বিমানখনতে প্ৰসৱ কৰিলে সন্তানক। বিমান কৰ্তৃপক্ষই টুইটাৰত স্পষ্ট কৰিছে এই ...

Read More »

নীতিশ কুমাৰৰ নতুন পাৰিষদ শপত গ্ৰহণ

পাটনা: শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰৰ নৱগঠিত মন্ত্ৰীসভাই। বিয়লি পাঁচ বজাত নীতিশ মন্ত্ৰীসভাৰ ২৬ জন মন্ত্ৰীয়ে শপত বাক্য পাঠ কৰিলে। অৱশ্যে বিজেপিৰ হিমাচল প্ৰদেশৰ প্ৰভাৰী মংগল পাণ্ডেই সময়মতে উপস্থিত হ’ব নোৱৰাৰ বাবে শপত গ্ৰহণ কৰিব নোৱাৰিলে। বিহাৰৰ ৰাজভৱনত ...

Read More »

লক্ষ্ণৌত শ্বাহে ভৰি থোৱাৰ লগে লগে সমাজবাদীৰ ৩ বিধায়কৰ পদত্যাগ, বিজেপিক দোষাৰোপ অখিলেশৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে তিনিদিনীয়া ভ্ৰমণসূচী লৈ লক্ষ্ণৌত উপস্থিত হোৱাৰ সময়তে সমাজবাদী পাৰ্টীৰ তিনিজনকৈ বিধায়কে পদত্যাগ কৰাৰ কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ ৰাজনীতি গৰম হৈ পৰিছে। সমাজবাদী পাৰ্টীৰ ভিতৰ চ’ৰাৰ পৰিৱেশ প্ৰতিকূল হৈ পৰাৰ দোহাই দি ...

Read More »

ইন্দৰ কুমাৰৰ অন্তিম যাত্ৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: তুমকো না ভূল পায়েংগে, ৱাণ্টেড আদিৰ দৰে জনপ্ৰিয় বা চুপাৰ হিট ছবিৰে বলীউদত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেতা ইন্দৰ কুমাৰে মৃত্যুক সাবটি লয়। উল্লেখযোগ্য যে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ইন্দৰে। মৃত্যুৰ সময়ত ...

Read More »

কটনিয়ানে জীৱন বচালে মুম্বাইৰ মাতৃৰ

প্ৰথম খবৰ, নিউজ ডেস্ক: মুম্বাইত নতুন চাকৰিত যোগদান কৰিবলৈ গৈ আছিল তাই৷ নাম তাইৰ অপৰূপা৷ পুৱা চাকৰিলৈ যোৱাৰ ব্যস্ততাপূৰ্ণ সময়৷ এখন্তেক ৰ’বলৈ সময়৷ কেনিও কাৰো ঘূৰি চোৱালৈও সময় নাথাকে৷ কিন্তু নতুন চাকৰিত যোগদান কৰিবলৈ যাওতে ষ্টেশ্যনত যি দেখিলে, তাই আৰু ৰ’ব ...

Read More »

অভিশপ্ত প্ৰধানমন্ত্ৰিত্ব! সাতটা দশকে এজনো পূৰ্ণকালীন প্ৰধানমন্ত্ৰী নাপালে পাকিস্তানে

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ইংৰাজৰ হাতৰপৰা স্বাধীনতা লাভ কৰাৰ পিছতে নতুন দেশ হিচাপে জন্মগ্ৰহণ কৰা পাকিস্তানে এতিয়ালৈ লাভ নকৰিলে এজনো পূৰ্ণকালীন প্ৰধানমন্ত্ৰী। দেশখনৰ ৰাজনৈতিক অস্থিৰতাকে ধৰি বিভিন্ন কাৰণ বিগত সাতটা দশত এজনো প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে। আচৰিত হ’লেও এই ...

Read More »