শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 38)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

দোকলামৰ পৰা সেনা আতৰাব ভাৰত-চীনে

ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰথম খবৰ :সম্পূৰ্ণ দুমাহৰ পিছত সেনা বাহিনী দোকলামৰ পৰা আতৰাবলৈ সাজু ভাৰত আৰু চীন দেশৰ চৰকাৰ। এই কথা সদৰি কৰে “মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্চ”ৰ তৰফৰ পৰা।

Read More »

ৰাম ৰহিমৰ কথা কি ক’লে টিংকল খান্নাই

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : টিংকল খান্না,৯০ দশকৰ এগৰাকী মোহময়ী অভিনেত্ৰী। চুপাৰহিট অভিনেতা অক্ষয় কুমাৰৰ পত্নী টিংকল খান্নাক সকলোৱে জানে এক স্পষ্টবাদী অভিনেত্ৰী হিচাপে। তেওঁৰ স্পষ্টবাদী মনোভাবৰ বাবে বহুসময়ত ট্ৰ’ল হৈছে টিংকল। হাৰিয়ানাৰ পঞ্চকুলাত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই ক্ষেত্ৰত ...

Read More »

ছলমানৰ পৰা কি বিচাৰে কেটৰিণাই

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : বলীউদৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কেটৰিণা কাঈফ। কেটৰিণাক বলীউদলৈ লৈ অহাৰ ক্ষেত্ৰত ছলমান খানে কি ভূমিকা পালন কৰিছিল সেয়া সকলোৰে জ্ঞাত। সেই কথাৰ বাবে বৰ্তমানো অভিনেত্ৰীগৰাকীয়ে নিজৰ বাবে ছলমানক লাকী বুলি ভাবে আৰু কৃতজ্ঞতাও জ্ঞাপন কৰে। ...

Read More »

ছেঈফ কন্যাৰ প্ৰথম ছবি

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : বলীউদৰ নবাব ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা আলী খান বৰ্তমান সাজু হৈছে ডেব্যু ছবিৰ বাবে। অভিষেক কাপুৰৰ ছবি কেদাৰনাথত অভিনয় কৰিব ছাৰাই। ছেইফ কন্যাৰ বলীউদত পদাৰ্পণ কৰা কথাই ইতিমধ্যে বহু চৰ্চিত বিষয়লৈ ...

Read More »

চিকিম বিশ্ববিদ্যালয়ত অসমীয়া নৱাগত আদৰণি সভা

প্ৰথম খবৰ, গেংটক: “অসমীয়াৰ দ্বাৰা অসমীয়াৰ বাবে অসমীয়াৰ হকে এখন সমাজ গঠনৰ” লক্ষ্যৰে চিকিম বিশ্ববিদ্যালয়ত অধ্যয়নত পুৰণি ছাত্ৰ-ছাত্ৰী সকলে ন-পুৰনিৰ একত্ৰিকৰণৰ লগতে নৱাগত সকলক আদৰণিৰ বাবে এখন সভা অনুষ্ঠিত কৰে পাঁচ মাইলৰ হোটেল চিমচৰত। সভাৰ আৰম্ভণিতে আয়োজক সমিতিৰ ফালৰ পৰা তথা ...

Read More »

পৰ্ণষ্টাৰ মিয়া খালিফাৰ শিৰচ্ছেদ কৰিব আইছিছে!

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: পৰ্ণষ্টাৰ মিয়া খালিফাক হত্যা কৰাৰ ভাবুকি দিছে আইছিছে। যিকোনো মুহূৰ্ততে আইছিছে ৰাজহুৱা স্থানত মিয়া খালিফাক শিৰচ্ছেদ কৰিব পাৰে বুলি ভাবুকি দিয়া হৈছে।   প্ৰকৃততে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীৰ এখন ফটো পোষ্ট কৰাৰ পিছতে খলকনি সৃষ্টি ...

Read More »

চৰকাৰে অসমৰ ইনফাষ্ট্ৰাকচাৰ সলনি কৰিব লাগিব:কেলী ব্ৰিকাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ উটাহ বিশ্ববিদ্যালয়ৰ ডাইৰেক্টৰ তথা প্ৰফেচাৰ কেলী ব্ৰিকাৰ অসমলৈ আহিছে। বিশ্ববিদ্যালয়ৰ ‘পাৰ্ক, ৰিক্ৰিয়েচন আৰু টুৰিজিম’ বিভাগৰ প্ৰবক্তা গৰাকীয়ে গুৱাহাটী মহানগৰীস্থিত হোটেল ভিভাণ্টা বাই তাজ’ত এখন সংবাদ মেলৰ আয়োজন কৰে। বিগত দুদিন তেওঁ অসমৰ বিভিন্ন ...

Read More »

টুইটাৰত প’ষ্ট ডিলিট কৰিলে সিদ্ধাৰ্থই

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ অভিনেতা সিদ্ধাৰ্থ মলহোট্টাৰ ছবি ‘এ জেণ্টেলমেন’ ইতিমধ্যে ছবিঘৰত মুক্তি পাইছে। তেওঁৰ লগত ছবিখনত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী জেকুলীন ফাৰ্ণাণ্ডেজে। ছবিখনৰ বাবে দুয়ো খুবেই ব্যস্ত হৈ পৰিছে প্ৰম’চনত। কিন্তু ছবিখনে মুক্তি পোৱাৰ দিনাই সিদ্ধাৰ্থৰ জীৱনলৈ নামি ...

Read More »

টাইমুৰ আলী খানৰ প্ৰথম ছবি

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ অন্যতম ষ্টাৰকীড টাইমুৰ আলী খান পাটাউদ্দিক অনতি পলমে দেখা যাব এখন ছবিত। বলিউডৰ জনপ্ৰিয় দম্পতী ছেঈফ আলী খান আৰু কৰীণা কাপুৰৰ সন্তান টাইমুৰক ‘বীৰ  দী ৱেডিং’ ত দেখিবলৈ পাব। ছবিখনত অভিনয় কৰিব কৰীণা কাপুৰ আৰু ...

Read More »

হাৰিয়ানাত ১৪৪ ধাৰা

নিউজ ডেস্ক, প্ৰথম খবৰ :হাৰিয়ানাৰ ঘটনাই হিংসাত্মক ৰূপ ধাৰণ কৰা বাবে পঞ্চকুলাত প্ৰশাসনে ১৪৪ ধাৰাৰ ঘোষণা কৰে। ইতিমধ্যে হিংসাত্মক ঘটনাক প্ৰসাৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ হাৰিয়ানাৰ সীমাসমূহ ইতিমধ্যে চীল কৰি দিছে আৰক্ষীয়ে ।

Read More »