শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 4)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মুকালমুৱাত হত্যাকাণ্ড,হত্যাকাৰী স্বামী ৰফিকুল ইছলাম পলাতক

মুকালমুৱাৰপৰা জয়ন্ত ডেকা,প্ৰথম খবৰ:বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চাউলখোৱাৰ নিকতবৰ্তী ভৈৰাঘোল গাওঁত নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়৷গাওঁখনৰ ইয়াদ আলী নামৰ লোকজনৰ পুত্ৰ ৰফিকুল ইছলামে নিজৰ পত্নীক চোকা অস্ত্ৰৰে মুৰত কোবাই হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ...

Read More »

চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাক খুমটাই চিনাতলীত সম্বৰ্ধনা

প্ৰথম খবৰ,খুমটাই:বহ্নিমানৰ যোগেদি অসমীয়া ছৱিজগতত এক বিশেষ স্থান দখল কৰা চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাক তেওঁৰ জন্মস্থান খুমটাই চিনাতলীত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিনাতলী উচ্চ মাধ্যমিক বিদ্যালয় আৰু প্ৰয়াস নামৰ স্বেচ্ছাসেৱী সংগঠনে সম্বৰ্ধনা জনায়। আজি সম্বৰ্ধনা অনুষ্ঠানত শিক্ষাগুৰু সকলৰ উপৰিও বৰাৰ ...

Read More »

নিয়তিৰ ওচৰত হাৰ মানিলে কাজিৰঙাৰ আহত গঁড়ে,বিফলে গ’ল বন বিভাগৰ চিকিৎসা

প্ৰথম খবৰ,বোকাখাত:কাজিৰঙাৰ পৰা এমাহৰ পূৰ্বে খাদ্যৰ সন্ধানত ওলাই যোৱা আঘাতপ্ৰাপ্ত গঁড়জনী আজি পুৱা মৃত্যু হয়।বোকাখাত মহকুমাৰ নুমলীগড় বন সংমণ্ডল এলেকাৰ ভক্তে চাপৰিত আগ ভৰিত আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰ সৈতে যুজি আজি মৃত্যুৰ ওচৰত হাৰ মানিলে আঘাতপ্ৰাপ্ত গড়টোৱে।যোৱা মংগলবাৰে কাজিৰঙা উদ্যান কৰ্তৃপক্ষ ...

Read More »

দিন-দুপৰীয়াতে বনৰীয়া হাতীৰ উপদ্ৰৱ কাৰ্বি পাহাৰত

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:দিনৰ ভাগতে বনৰীয়া হাতীৰ উপদ্ৰৱ চলিছে কাৰ্বি পাহাৰত।পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰীঘাটত সংঘটিত হৈছে এই ঘটনা।কুঁহিয়াৰবাৰীত বিচৰণ এটা বৃহৎ হাতীৰ জাকৰ।পোৱালীসহ অহা হাতীৰ জাকটোক লৈ কৃষকৰ মাজত হাহাকাৰ।নিশাৰ ভাগতে অহা হাতীৰ জাকটোৱে কুঁহিয়াৰ খোৱাৰ ...

Read More »

লাহৰীঘাটত ভয়ংকৰ পথ দূৰ্টঘনা,থিতাতেই প্ৰাণ গল অষ্টম শ্ৰেণীৰ ছাত্ৰৰ

লাহৰীঘাটৰপৰা শ্বামিমুল ইছলাম,প্ৰথম খবৰ:ৰাজ্যত সংঘটিত হৈ আছে ইটোৰ পিছত সিটো পথ দূৰ্ঘটনা।মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দাঃ চেনিমাৰী গাঁৱত আজি পুৱাতেই সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। টেক্টৰ চালকৰ দৌৰাত্ম্যকৰ ফলত থিতাতেই নিহত হয় ছামিম আলী নামৰ চৈধ্য বছৰীয়া এজন অষ্টম শ্ৰেণীৰ ...

Read More »

সোণতলীত কিশোৰ সন্ধানহীন

নিউজ ডেস্ক,প্ৰথম খবৰ:দক্ষিণ কামৰুপ জিলাৰ সোণতলীত এটা কিশোৰ নিখোজৰ ঘটনাকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।সন্ধানহীন কিশোৰজনৰ নাম খবিৰ উদ্দিন।ইতিমধ্যেই পৰিয়ালৰ লোকে আৰক্ষীক ওচৰত ঘটনাটো সদৰী কৰে।স্থানীয় ৰাইজে উক্ত ঘটনাটো অপহৰণ কাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। জানিব পৰা মতে সন্ধানহীন কিশোৰজন ...

Read More »

আমেৰিকাত ভীষণ ঠাণ্ডাৰ ফলত বিপৰ্যস্ত জনজীৱন

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ:বিশ্বৰ সকলোতকৈ ধনী দেশ আমেৰিকাত এতিয়া ভীষণ ঠাণ্ডাৰ প্ৰকোপ।দেশখনৰ বিভিন্ন অঞ্চল বৰফাবৃত হোৱাৰ লগতে ইতিমধ্যে বহু লোকৰ মৃত্যু হোৱা বুলিও জানিবপৰা গৈছে।বহু ৰাজ্যৰ পৰিস্থিতি প্ৰতিকূল হোৱাৰ বাবে তেনেবোৰ ঠাইত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থাৰ। আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ ...

Read More »

বিশ্বৰ সকলোতকৈ দামী ভোদকা বটল চুৰি

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ:বৰ্তমান সময়ত কিছুসংখ্যকৰ বাবে সুৰাপান এক বৃত্তি হিচাপে পৰিগণিত হৈছে।বহুতে আকৌ যুগৰ লগত চলিবলৈ পান কৰে এই বিশেষ পানীয়।ভোদকাও হৈছে তেনে এবিধ পানীয়। এই ভোদকাৰ দাম বাৰু কিমান হ’ব পাৰে!!কিছুসংখ্যকে যিহেতু পান কৰে এই বিশেষ পানীয়বিধ, হয়তো ...

Read More »

ৰূপহীহাটৰ লাওগাঁৱত বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ এন আৰ চি সহায়ক কমিটি গঠন

প্ৰথম খবৰ,ৰূপহীহাট: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ হোৱাৰ পাছতে আজি লাওগাওঁত এন আৰ চি প্ৰক্ৰিয়াত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্য এখনি সহায়ক কমিটি গঠন কৰা হয়৷বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতি মমিনুল আৱালৰ নিৰ্দেশত আৰু বিজেপি নেতা নাজিৰ হুছেইনৰ নেতৃত্বত গঠন ...

Read More »

অচিন ৰোগে দেখা দিছে বানবিধ্বস্ত অঞ্চলৰ কৃষকৰ সৰিয়ঁহৰ খেতিত

 লাহৰীঘাটৰ পৰা শামিমুল ইছলাম,প্ৰথম খবৰ:মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তগৰ্ত সৰিয়ঁহৰ খেতি সমূহে আঘোণৰ ডাঠ কুঁৱলীকো প্ৰত্যাহ্বান জনাই সমগ্র কৃষি পথাৰ খনকেই যেন সৌন্দৰ্যময় কৰি তুলিছে।সৰিয়ঁহ খেতিৰ সৌন্দৰ্যৰ লগতে মৌ মাখি,ভূমোৰাই গুণ গুণাই গান গায় বাটৰুৱা সকলৰ মন আকৰ্ষণ কৰাৰ ...

Read More »