শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 5)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

সূদূৰ মালেয়ছিয়াত আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হ’ল অসম সন্তান হিৰণ্য

বিহালীৰপৰা অম্লান কাশ্যপ চাহা,প্ৰথম খবৰ:যোৱা ২৭ ডিচেম্বৰ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰ হিৰণ্য হাজৰিকা মালেয়ছিয়ালৈ উৰা মাৰিছিল এক গুৰুত্বপূৰ্ণ সন্মিলনত ভাগ ল’বলৈ। উল্লেখযোগ্য যে,উক্ত সন্মিলনত হিৰণ্যই একমাত্ৰ ভাৰতীয় প্ৰতিনিধি হিচাপে আমন্ত্ৰণ পাইছিল।হিৰণ্যই বিশ্ব শান্তিৰ বাবে যুৱ সমাজৰ কৰণীয়ৰ ওপৰত ...

Read More »

 কেনিয়াত মানৱ সৰবৰাহ চক্ৰৰ পৰা ৩ জনী ভাৰতীয় সহ ১০ জনী ছোৱালী উদ্ধাৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:ভাৰত চৰকাৰে কেনিয়াৰ মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা দহজনী ছোৱালীক উদ্ধাৰ কৰে,ইয়াৰ মাজত সাতজনী ছোৱালী নেপালৰ।যোৱা শুক্ৰবাৰে এই কথা উল্লেখ কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে। তেখেতে কয় যে, এক দুষ্ট চক্ৰয় ছোৱালীবোৰক বিক্ৰী কৰিব কাৰণে বিদেশত লৈ গৈছিল। ...

Read More »

আজি পাকিস্তানত কুলভূষণক সাক্ষাৎ কৰিব মাতৃ-পত্নীয়ে

নিউজ ডেস্ক,প্ৰথম খবৰ: পাকিস্তানত  ফাঁচীৰ ক্ষণ গণি থকা কুলভূষণ যাদৱক অৱশেষত সাক্ষাতৰ বাবে সঁহাৰি জনাইছে পাকিস্তান চৰকাৰে। এই উদ্দেশ্যৰে পাকিস্তানত উপস্থিত হৈছেগৈ মাতৃ আৰু পত্নী। তেওঁলোকক এই সাক্ষাৎ কালত সংগ দিব পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্ত জে.পি সিঙে। উল্লেখ্য যে পাকিস্তানৰ ...

Read More »

বৰদিনৰ উপহাৰ! ৰে’লযাত্ৰীক নিয়ন্ত্ৰণ কৰিব বাউন্সাৰে!

নিউজ ডেস্ক, প্ৰথম খবৰ: খ্ৰীষ্টমাছৰ প্ৰাকক্ষণত সোমবাৰে দেশৰ প্ৰথমখন শীততাপ নিয়ন্ত্ৰিত লোকেল ৰে’লখন মুম্বাইৰ বোৰিবেলি ষ্টেচনৰপৰা চাৰ্চগেটলৈকে যাত্ৰা আৰম্ভ কৰে। দেশৰ প্ৰথমখন শীততাপ নিয়ন্ত্ৰিত লোকেল ৰে’লত সুৰক্ষা প্ৰদান কৰাৰ কাৰণে নিয়োজিত কৰা হৈছে বাউঞ্চাৰ। উল্লেখ্য যে ১২টা দবা সংলগ্ন এই ৰে’লখনৰ ভাড়া সামান্য ...

Read More »

আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা বাজপেয়ীৰ জন্মদিন, মোদীৰ শুভেচ্ছা

নেচনেল ডেস্ক, প্ৰথম খবৰ: আজি ৯৩ বছৰত ভৰি থ’লে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে। আধুনিক ভাৰতৰ অন্যতম স্বপ্নদ্ৰষ্টা বাজপেয়ীৰ ৯৩তম জন্মদিনত তেওঁৰ ভৱিষ্যদৃষ্টিসম্পন্ন নেতৃত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক টুইটৰ প্ৰধানমন্ত্ৰীজনে উল্লেখ কৰে যে, “Birthday greetings to our ...

Read More »

ভাৰতীয় বজাৰত চীনা ম’বাইল ফোনৰ আধিপত্য

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০১৭ বছৰটোৰ প্ৰথম তিনিমাহৰ সময়ছোৱাত ভাৰতীয় ম’বাইল ফোনৰ বজাৰৰ ৪৯ শতাংশ দখল কৰিবলৈ সমৰ্থ হয় চীনা ম’বাইল ফোনে। বাৰ্ষিক ৰাজহ উপাৰ্জনৰ হিচাপত বাৰতীয় বজাৰৰ পৰা প্ৰায় ১৮০ শতাংশ ৰাজহ বৃদ্ধি পাইছে চীনা ম’বাইল ফোন কোম্পানী সমুহৰ।ভাৰতৰ ...

Read More »

দ্ৰৌপদী প্ৰথম নাৰীবাদী-কোনে ক’লে?

নিউজ ডেস্ক, প্ৰথম খবৰ: বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱে শেহতীয়াকৈ নাৰীক লৈ এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে। তেওঁৰ মতে, পাণ্ডৱৰ ৰাণী দ্ৰৌপদী আছিল বিশ্বৰ প্ৰথম নাৰীবাদী। নাৰীৰ ওপৰত বক্তব্য আগবঢ়াই তেওঁ লগতে উল্লেখ কৰে, দ্ৰৌপদীৰ পাঁচজন স্বামী থকা সত্ত্বেও তেওঁ কাৰো কথা ...

Read More »

বিশ্ববিখ্যাতৰ দৌৰত এশখন প্ৰতিষ্ঠানৰ আবেদন, বিশখন নিৰ্বাচিত

নিউজ ডেস্ক, প্ৰথম খবৰ: বিশ্বৰ সকলোতকৈ বিখ্যাত বিশ্ববিদ্যালয়সমূহত অন্তৰ্ভুক্ত হোৱাৰ বাবে এতিয়া দেশৰ বহুতো আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান সাজু হৈছে। চৰকাৰী তথ্য অনুসৰি, এশখন প্ৰতিষ্ঠানৰ আবেদনৰ ওপৰত ভিত্তি কৰি শেহতীয়াকৈ মাত্ৰ বিশখন প্ৰতিষ্ঠান নিৰ্বাচিত হৈছে। সাৰ্বজনীন ক্ষেত্ৰত দহখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, পচিশখন ...

Read More »

এটকাত কৰক বিমান যাত্ৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি বাৰু কিমান টকাত বিমান যাত্ৰা কৰিছে ???? আপোনাক দিব বিচাৰিছো এটা ভাল খবৰ। এতিয়া মাথো এটকাত কৰিব পাৰিব বিমান যাত্ৰা। বিশ্বাস কৰিবলৈ টান যদিও এই সুবিধা আপোনালোকলৈ আগবঢ়াব দেশৰ সকলোতকৈ সস্তীয়া বিমান কোম্পানী এয়াৰ ডেক্কানে। কোম্পানীটোৰ ...

Read More »

জিছাৰ হত্যাকাৰীক মৃত্যুদণ্ড

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০১৬ চনৰ ২৮ এপ্ৰিলত পেৰংবৱুৰত ধৰ্ষণ কৰি হত্যা কৰা জিছাৰ হত্যাকাৰীক অৱশেষত মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে কেৰেলাৰ আৰ্নাকুলাম ছেছন আদালতে৷ উল্লেখ্য যে ২০১৬ চনৰ ১৬ জুন তাৰিখে তামিলনাডুৰ কাঞ্চীপুৰমৰ পৰা গ্ৰেপ্তাৰ হোৱা ধৰ্ষণকাৰীৰ অভিযুক্ত আমিৰ উল ইছলামৰ ...

Read More »